• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

2 hours ago
চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

6 minutes ago
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

28 minutes ago
কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

1 hour ago
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

3 hours ago
তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

4 hours ago
দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

5 hours ago
ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

ট্ৰফিৰ ওপৰিও IPLত ধনৰ বৃষ্টি, কিমান টকা পালে RCBয়ে? কাৰ হাতত কি কি পুৰস্কাৰ?

6 hours ago
সাহস বাঢ়িব মেষৰ জাতকৰ, অৰ্থ সঞ্চয়ত সফল হ’ব মিথুন ৰাশি, কাৰ কেনে যাব জুন মাহ?

  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

editor by editor
June 1, 2026
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?
0
SHARES
467
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ চনৰ আই পি এল শেষ হোৱাৰ পাছতেই ভাৰতৰ এ দল শ্ৰীলংকালৈ যাব৷ তাতেই এখন ত্ৰিদেশীয় এদিনীয়া চিৰিজ খেলিব তেওঁলোকে৷ এই চিৰিজৰ বাবে ঘোষিত দলত শেষ মুহূৰ্তত এক ডাঙৰ পৰিবৰ্তন হৈছে৷ আঘাতৰ কাৰণে দলৰ পৰা বাদ পৰিছে সহ অধিনায়ক ৰিয়ান পৰাগ৷ তেওঁৰ স্থানত সুযোগ পাইছে ঋতুৰাজ গায়কোয়াডে৷ কেৱল দলত সুযোগেই নহয়, সহ-অধিনায়কৰ দায়িত্বও তেওঁক দিয়া হৈছে৷ ২০২৬ চনৰ IPL চলাৰ সময়ত ৰিয়ান পৰাগে আঘাত পাইছিল৷ সেই আঘাতৰ বাবেই তেওঁ ৰাজস্থান ৰয়েলছৰ হৈ এলিমিনেটৰ আৰু দ্বিতীয় কোৱালিফায়াৰ মেচহে খেলে৷ কিন্তু শেষ পৰ্যন্ত এই আঘাতৰ কাৰণেই শ্ৰীলংকা যাত্ৰাত দলৰ পৰা তেওঁক আঁতৰাই দিয়া হৈছে৷ আৰু ৰিয়ানৰ ঠাইত সুযোগ পাইছে ঋতুৰাজ গায়কোৱাডে৷

ঋতুৰাজৰ বাবে ডাঙৰ সুযোগ

ভাৰতৰ এ দলত স্থান পোৱা ঋতুৰাজ গায়কোয়াডৰ বাবে এই খবৰ স্বস্তিৰ খবৰ৷ কাৰণ ২০২৬ চনৰ আই পি এলত তেওঁ নিজৰ ফৰ্মত নাছিল৷ বেট হাতত পালেও প্ৰত্যাশামতে ৰান কৰিব পৰা নাছিল৷ আনকি প্ৰথমবাৰ যেতিয়া ভাৰতৰ এ দলৰ ঘোষণা হৈছিল তেতিয়াও তেওঁৰ নাম নাছিল৷ ফলত শ্ৰীলংকা যাত্ৰালৈ যোৱাৰ সম্ভাৱনা প্ৰায় শেষ বুলিয়েই ধৰা হৈছিল৷ কিন্তু ৰিয়ান পৰাগৰ আঘাতে সকলো সলনি কৰি দিলে৷ বৰ্তমান ঋতুৰাজে দলত স্থান পোৱাই নহয় তেওঁ সহ-অধিনায়কৰ দায়িত্বও পাইছে৷ সেয়ে এই ছিৰিজত তেওঁৰ বাবে এয়া নিজকে নতুনকৈ প্ৰমাণ কৰাৰ এক ডাঙৰ সুযোগ বুলিয়েই ক’ব পাৰি৷

শ্ৰী লংকা যাত্ৰাত ভাৰতৰ এ দলত কোন কোন আছে?

শ্ৰীলংকা যাত্ৰাত ভাৰতৰ এ দলত আছে তিলক বাৰ্মা, ঋতুৰাজ গায়কোয়াড, প্ৰিয়াংশ আৰ্য, বৈভৱ সূৰ্যবংশী, আয়ুশ বাদোনি, নিশান্ত সিন্ধু, সূৰ্যাংশ ছেডগে, প্ৰভাচিমৰণ সিং, কুমাৰ কুশাগ্ৰ, বিপৰাজ নিগম, যশ ঠাকুৰ, যুধবীৰ সিং, অংশুল কম্বোজ, আৰছাদ আৰু অনুকূল ৰায়৷

ত্ৰিদেশীয় চিৰিজৰ সূচী

৯জুনঃ শ্ৰীলংকা এ বনাম ভাৰত এ

১১জুনঃ আফগানিস্তান এ বনাম ভাৰত এ

১৩ জুনঃ শ্ৰীলংকা এ বনাম আফগানিস্তান এ

১৫জুনঃ শ্ৰীলংকা এ বনাম ভাৰত এ

১৭জুনঃ আফগানিস্তান এ বনাম ভাৰত এ

১৯ জুনঃ শ্ৰীলংকা এ বনাম আফগানিস্তান এ

২১ জুৱঃ ফাইনেল

কিয় গুৰুত্বপূৰ্ণ এই চিৰিজ?

ভাৰত এ দলৰ এই চিৰিজক ভৱিষ্যতৰ ক্ৰিকেটাৰসকলৰ বাবে ডাঙৰ মঞ্চ হিচাপে ধৰা হৈছে৷ এই দলত এনে বহু তৰুণ ক্ৰিকেটাৰ আছে যিসকলে আগন্তুক দিনত ভাৰতীয় জাতীয় দলৰ হৈ খেলিব পাৰে৷ বিশেষকৈ নজৰ থাকিব বৈভৱ সূৰ্যবংশীৰ দিশত৷ ২০২৬ চনৰ আই পি এলত এই তৰুণে দুৰ্দান্ত পাৰ্ফৰমেন্স দেখুৱাই সকলোকে তেওঁৰ প্ৰতি আকৰ্ষিত কৰিছে৷ এইবাৰ তেওঁক দেখা যাব ভাৰত এ দলৰ জাৰ্ছিত৷ যদি তেওঁ ভাল খেলিব পাৰে তেতিয়া জাতীয় দলত সুযোগ পোৱাৰ পথ আৰু মসৃণ হৈ পৰিব৷ কেৱল ঋতুৰাজেই নহয় এই চিৰিজত এনে বহু তৰুণ ক্ৰিকেটাৰৰ ভৱিষ্যত কি সেয়া স্পষ্ট হৈ পৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?
ক্ৰীড়া

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

June 1, 2026
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট
জীৱনশৈলী

কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

June 1, 2026
PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?
জীৱনশৈলী

PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

June 1, 2026
তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?
ক্ৰীড়া

তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

June 1, 2026
Next Post
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন