• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

4 months ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

7 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

7 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

8 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

8 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

10 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

10 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

11 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

11 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

11 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

12 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

13 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

editor by editor
June 1, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট
0
SHARES
832
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বেচ্ছাই যৌনকৰ্মী হ’লে সেয়া বেআইনী বা অবৈধ নহয় বুলি জনালে ছুপ্ৰিম কৰ্টে৷ ইয়াৰ সৈতে দেশৰ শীৰ্ষ আদালতে সোমবাৰে জনাইছে যে প্ৰাপ্তবয়স্ক কোনো পুৰুষ বা মহিলা বা উভয়ৰ সন্মতিত যৌনকৰ্ম হ’লে আৰক্ষীয়ে কোনোধৰণেই ইয়াক হাৰাশাস্তি বুলি ধৰিব নোৱাৰিব৷ বাণিজ্যিক কাৰণত যৌনতা বা মানৱ সৰবৰাহৰ চিকাৰ হোৱা মহিলাসকলৰ মৌলিক অধিকাৰ ৰক্ষাৰ বাবে নিৰ্দেশ বিচাৰি ছুপ্ৰিম কৰ্টত গোচৰ তৰা হৈছিল৷ সেই গোচৰৰ ৰায়ত সোমবাৰে এই কথা জনাইছে শীৰ্ষ আদালতে৷

Immoral Traffic (Prevention) Act (ITPA)-ৰ বিশ্লেষণ কৰিবলৈ গৈ ছুপ্ৰিম কৰ্টে তেওঁলোকৰ পৰ্যবেক্ষণত জনাইছে যে ৭০ বছৰৰ পুৰণি অবৈধ নাৰী সৰবৰাহ প্ৰতিৰোধ আইনে স্বেচ্ছাই যৌনকৰ্মত নিযুক্ত প্ৰাপ্তবয়স্কসকলৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ কোনো পদক্ষেপ লোৱাৰ ক্ষমতা নিদিয়ে৷ কাৰণ সেই কাম অবৈধ নহয়৷ ছুপ্ৰিম কৰ্টে লগতে জনাইছে যে যদিও যৌনপল্লি চলোৱা অবৈধ তথাপিও সেই স্থানত অভিযান চলোৱাৰ সময়ত আৰক্ষীয়ে অৱশ্যেই মন কৰিব লাগিব যাতে স্বেচ্ছাই যিসকলে যৌনকৰ্মক পেছা হিচাপে বাচি লৈছে তেওঁলোকক যেন হাৰাশাস্তিৰ কৰা নহয়৷

যৌনকৰ্মীসকলৰ পুনৰ্বাসনৰ বিষয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দি ন্যায়াধীশ জেবি পাৰাদিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ ডিভিচন বেঞ্জে জনাইছে যে প্ৰাপ্তবয়স্ক যিসকল মানুহে নিজৰ ইচ্ছাত যৌনকৰ্মত লিপ্ত থাকিব তেওঁলোকক হাৰাশাস্তি কৰাৰ পৰা আৰক্ষী যেন বিৰত থাকে৷

ছুপ্ৰিম কৰ্টে তেওঁলোকৰ পৰ্যবেক্ষণত এই কথাও জনাইছে যে কোনো মহিলাই যদি নিজৰ ইচ্ছাত যৌনকৰ্মত জড়িত থাকে তেতিয়া তেওঁলোকৰ উদ্ধাৰ বা পুনৰ্বাসনৰ প্ৰশ্ন নুঠে৷ এই যুক্তি একেবাৰেই চিধা৷ কিন্তু দেশৰ শীৰ্ৎ আদালতে এই কথাও জোৰ দি কয় যে কোনো যৌনকৰ্মীক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে পুনৰ্বাসিত কৰা উচিত নহয় আৰু জোৰ কৰি হাৰাশাস্তি দিয়াও উচিত নহয়৷ যৌনকৰ্মীসকলে নিজ ইচ্ছাৰে সেই পথ এৰি আহিবলৈ ৰাজী হ’লে সেয়া পৃথক কথা৷

Immoral Traffic (Prevention) Act (ITPA) সম্পৰ্কে বিশ্লেষণ কৰিবলৈ গৈ ছুপ্ৰিম কৰ্টে লগতে জনাইছে যে সেই আইন তৈয়াৰ কৰা হৈছিল বাণিজ্যিকভাৱে যৌনকৰ্ম বন্ধ কৰিবলৈ৷ এই আইন যৌনবৃত্তিক নিষিদ্ধ কৰাৰ বাবে তৈয়াৰ হোৱা নাছিল৷ নাৰী সৰবৰাহ বন্ধ কৰিবলৈ আৰু বলপূৰ্বক সৰবৰাহ কৰা নাৰীসকলক যৌনকৰ্মত লিপ্ত কৰোৱাটোক বন্ধ কৰাটোৱে এই আইনৰ উদ্দেশ্য আছিল৷ যদি কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি লয় তেন্তে তেওঁলোকৰ বাসস্থানক যৌনপল্লি হিচাপে দাগ লগোৱাও উচিত নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?
বাণিজ্য

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

September 25, 2026
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি
বাণিজ্য

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

September 25, 2026
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ
বাণিজ্য

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

September 25, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

September 25, 2026
Next Post
কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.