• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

1 month ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

3 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

3 hours ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

4 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

4 hours ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

5 hours ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

6 hours ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

6 hours ago
২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

7 hours ago
ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

8 hours ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আনৰ কাপোৰ পিন্ধাৰ অভ্যাস আছে নেকি? তেন্তে দুৰ্ভাগ্যই দেখা দিব আপোনাক!

8 hours ago
শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

10 hours ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

editor by editor
June 1, 2026
in ক্ৰীড়া, বিবিধ, ভাৰত, লেখা
0
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?
0
SHARES
640
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আইপিএলত ভাৱিব নোৱৰা সাফল্য তেওঁৰ৷ মাত্ৰ ১৫ বছৰ বয়সতে অৰেঞ্জ কেপসহ একাধিক সাফল্য লাভ কৰিছে বৈভৱ সূৰ্যবংশীয়ে৷ এইবাৰ আৰু ৰাজস্থান ৰয়েলছৰ জাৰ্ছি নহয়৷ টিম ইণ্ডিয়াৰ নীলা জাৰ্ছিত বৈভৱক দেখিব দেশৰ ক্ৰিকেট অনুৰাগীয়ে৷ সেই সপোন পূৰণ হোৱাৰ পথত নেকি? নিজৰ অৱস্থান স্পষ্ট কৰিলে বিচিচিআইয়ে৷

ৰাজস্থান ৰয়েলছে ফাইনেল খেলাৰ সুযোগ নাপালে৷ কিন্তু ট্ৰফী দিয়া অনুষ্ঠানত বৈভৱৰ দিশেই সকলোৰে নজৰ৷ পাঁচটা ব্যক্তিগত পুৰস্কাৰ লাভ কৰিছে ১৫ বছৰ বয়সীয়া বৈভৱে৷ আহমেদাবাদ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰ চি বি আৰু গুজৰাট টাইটান্সৰ বিৰুদ্ধে ফাইনেল চলাৰ সময়ত বৈভৱৰ কাষতে বহি আছিল আইচিচিৰ চেয়াৰমেন জয় শ্বাহ৷ ফাইনেলৰ পাছতেই বিচিচিআইৰ সচিব দেৱজিত লন শইকীয়াক সংবাদমাধ্যমে বৈভৱৰ আন্তৰ্জাতিক অভিষেক সম্পৰ্কে প্ৰশ্ন কৰে৷

তাৰ উত্তৰত দেৱজিত লন শইকীয়াই কয়, ‘এইবাৰৰ আইপিএল খুবেই ভালকৈ পাৰ হ’ল৷ আশা কৰো সকলো সমৰ্থকেই আনন্দ কৰিছে৷ দুবাৰৰ চেম্পিয়ন হোৱাৰ বাবে আৰ চি বিক পোনতে অভিনন্দন জনাইছো৷ বৈভৱ সূৰ্যবংশী এজন ভাল খেলুৱৈ৷ তেওঁৰ উজ্জ্বল ভৱিষ্যত আছে৷ ক্ৰিকেটৰ সৰ্বোচ্চ স্তৰলৈ লৈ যোৱাৰ বাবে বিচিচিআইয়ে সকলোখিনি কৰিব৷ অৰ্থাৎ বৰ্ডৰ সচিবে এয়াই ইংগিত দিছে যে অচিৰেই বৈভৱৰ আন্তৰ্জাতিক অভিষেক হ’ব পাৰে৷

এইবাৰ কি কি পুৰস্কাৰ পালে বৈভৱে?

৭৭৬ ৰান কৰাৰ বাবে অৰেঞ্জ কেপ৷ যাৰ সৈতে আছে ১০ লাখ টকা৷

টুৰ্নামেণ্টৰ সকলোতকৈ দামী প্লেয়াৰ হিচাপে এমভিপি৷ তাৰ বাবে পাব ১৫ লাখ টকা৷

সকলোতকৈ বেছি ষ্ট্ৰাইক ৰেট-২৩৭৷ তাৰ বাবে তেওঁ পাব ১০লাখ টকা৷

সকলোতকৈ বেছি ছিক্সো তেঁৱেই কোবাইছে৷ ৭২টা ছিক্স কোবোৱাৰ বাবে তেওঁ পাব ১০লাখ টকা৷

১৫বছৰ বয়সত ভাৱিব নোৱৰা কাম কৰি দেখুৱাইছে বৈভৱে৷ সেয়ে এইবাৰ টিম ইণ্ডিয়াতো বৈভৱ সূৰ্যবংশীক দেখা পাব বুলি আশা কৰিছে ক্ৰিকেট অনুৰাগীসকলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক
বাণিজ্য

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

July 12, 2026
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!
বিনোদন

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

July 12, 2026
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক
জীৱনশৈলী

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

July 12, 2026
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা
বাণিজ্য

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

July 12, 2026
Next Post
চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.