• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

4 months ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

5 minutes ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

34 minutes ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

1 hour ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

2 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

2 hours ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

17 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

17 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

17 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

18 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

19 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

20 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

প্ৰথম দিনৰ অন্তত ৩ উইকেটত টীম ইণ্ডিয়াৰ ৩৬৮ ৰান সংগ্ৰহ

editor by editor
June 6, 2026
in ক্ৰীড়া, বিবিধ, বিশ্ব, লেখা
0
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম
0
SHARES
379
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্লেমাৰাছ IPLৰ দুমাহজোৰা মহাৰণ সামৰি ক্ৰিকেটৰ সবাতোকৈ পুৰণি সংস্কৰণটোলৈ উভতি আহিছে টীম ইণ্ডিয়া। চণ্ডিগড়ৰ মুল্লানপুৰ ষ্টেডিয়ামত অনুষ্ঠিত টেষ্ট মেচখনত টীম ইণ্ডিয়াৰ প্ৰতিপক্ষ দুৰ্বল আফগানিস্তান। আফগানিস্তানৰ বিৰুদ্ধে একমাত্ৰ টেষ্টখনত টছত জয়ী হৈ টীম ইণ্ডিয়াৰ কেপ্টেইন শুভমন গিলে প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয়। দিনটোৰ আৰম্ভণিতে ক্ৰিজলৈ অহা টীম ইণ্ডিয়াৰ অপেনিং যুটী যশস্বী জয়ছোৱাল আৰু কেল এল ৰাহুলে সুন্দৰ আৰম্ভণি দিয়ে। জয়ছোৱালে স্কৰ বৰ্ডক গতি দিবলৈ চেষ্টা কৰে যদিও ২৪ ৰানৰ ব্যক্তিগত স্ক’ৰত মহম্মদ ছালেমৰ বলত অফছাৰ জাজাইৰ হাতত কেচ দি পেভিলিয়নলৈ উভতি যায়। IPLৰ শেহতীয়া কেইখনমান মেচৰ পৰা জয়ছোৱালে ফৰ্মহীনতাত ভুগি থকাটো অনাগত দিনত টীম ইণ্ডিয়াৰ শিবিৰৰ কাৰণে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। অৱশ্যে জয়ছোৱালে সোনকালেই ক্ৰিজ এৰিলেও আনটো মূৰত থকা কে এল ৰাহুলক এইবাৰ সংগ দিয়ে IPLৰ পৰা দুৰ্দান্ত ফৰ্মত থকা ছাই সুদৰ্শনে। কে এল ৰাহুল আৰু ছাই সুদৰ্শনে ১৩৯ ৰানৰ এক সুন্দৰ পাৰ্টনাৰশ্বিপেৰে টীম ইণ্ডিয়াৰ স্ক’ৰ ব’ৰ্ড মজবুত কৰাত সহায় কৰে। ৭৭.৮৮ ষ্ট্ৰাইক ৰেটেৰে ৮১ ৰান সংগ্ৰহ কৰি আউট হয় বাওহতীয়া ধ্ৰুপদী বেটাৰ ছাই সুদৰ্শন। জয়ছোৱালৰ দৰেই মহম্মদ ছালেমৰ স্বীকাৰ হয় ছাই সুদৰ্শনো। সুদৰ্শনৰ বিদায়ৰ পিছত কে এল ৰাহুলক ক্ৰিজত সংগ দিয়ে টীম ইণ্ডিয়াৰ কেপ্টেইন শুভমন গিলে। দুয়োৱে চতুৰ্থ উইকেটত ৬৭ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ে। ইপিনে টেষ্ট কেৰিয়াৰৰ ১১সংখ্যক শতকটো অৰ্জন কৰিয়েই আফগানিস্তানৰ ৰাইট আৰ্ম ফাষ্ট বলাৰ জিয়াউৰ ৰহমানৰ স্বীকাৰ হয় কে এল ৰাহুল। দিনান্তত কেপ্টেইন শুভমন গিলে ১০৩ ৰানত অপৰাজিত হৈ থকাৰ বিপৰীতে টীম ইণ্ডিয়াৰ পূৰ্বৰ সহঃ অধিনায়ক ঋষভ পণ্টে ৭০টা বলত ৫০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছে।

প্ৰশিক্ষক হিচাপে টেষ্টত বিফল হৈছে নেকি গম্ভীৰ?

উল্লেখ্য যে প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰে দায়িত্বভাৰ লোৱাৰ পিছৰে পৰা টীম ইণ্ডিয়াৰ টেষ্টত আশাব্যঞ্জক প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হোৱা নাই। একমাত্ৰ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২-০ ব্যৱধানত ছিৰিজ জয় কৰাৰ বাহিৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩-১, নিউজীলেণ্ডৰ বিৰুদ্ধে ৩-০, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২-০ৰ ব্যৱধানত ছিৰিজ পৰাস্ত হোৱাৰ বিপৰীতে ইংলেণ্ডৰ বিৰুদ্ধে ২-২ ব্যৱধানত ছিৰিজ ড্ৰ কৰিবলৈ সক্ষম হৈছিল। বিগত বৰ্ষৰ ২২-২৬ নৱেম্বৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত শেষবাৰৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট মেচত অংশ লৈ শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল টীম ইণ্ডিয়া।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন
অসম

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

September 23, 2026
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে
ভাৰত

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

September 23, 2026
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…
প্ৰযুক্তি

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

September 23, 2026
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

September 23, 2026
Next Post
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ'ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ'ম কেতিয়া? বন্ধ দিলেই হ'ব নেকি সমাধান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.