• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

4 months ago

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

4 minutes ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

2 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

2 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

3 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

12 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

12 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

13 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

13 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

14 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

15 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

15 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

অষ্টম দৰমহা আয়োগৰ কি কি নতুন আপডেট আহিছে জানো আহক

editor by editor
June 8, 2026
in বাণিজ্য, বিবিধ, লেখা
0
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
0
SHARES
329
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজত অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ (চিপিচি) সন্দৰ্ভত যথেষ্ট কৌতুহলৰ সৃষ্টি হৈছে। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল ফিটমেণ্ট ফেক্টৰ, যিয়ে কৰ্মচাৰীৰ মৌলিক দৰমহা বৃদ্ধিৰ কথা নিৰ্ধাৰণ কৰিব।

ফিটমেণ্ট ফ্যাক্টৰ হৈছে সেই বহুগুণক যাৰ জৰিয়তে নতুন পে কমিছনৰ অধীনত বৰ্তমানৰ মৌলিক দৰমহা সংশোধন কৰা হয়।

৭ম দৰমহা আয়োগত কি হ’ল?

সপ্তম দৰমহা আয়োগে ২.৫৭ ফিটমেণ্ট ফ্যাক্টৰ নিৰ্ধাৰণ কৰি নূন্যতম মৌলিক দৰমহা ৭ হাজাৰ টকাৰ পৰা ১৮ হাজাৰ টকালৈ বৃদ্ধি কৰে। যদিও চৰকাৰে এতিয়াও ৮ম দৰমহা আয়োগৰ বাবে আনুষ্ঠানিক ফিটমেণ্ট ফ্যাক্টৰ ঘোষণা কৰা নাই, তথাপিও কৰ্মচাৰী সংঘ, পেঞ্চনাৰ গোট, আৰু বিশেষজ্ঞসকলে বিভিন্ন প্ৰস্তাৱ আগবঢ়াইছে।

কিমান ফিটমেণ্ট ফেক্টৰৰ দাবী কৰা হৈছে?

  • বৰ্তমান ১.৯২ৰ পৰা ৩.৮৩লৈকে ফিটমেণ্ট ফেক্টৰৰ দাবী কৰা হৈছে।
  • ৰাষ্ট্ৰীয় পৰিষদ-জেচিএমৰ কৰ্মচাৰী শাখাই ৩.৮৩ ফিটমেণ্ট ফেক্টৰ দাবী কৰিছে।
  • ৰাষ্ট্ৰীয় পেঞ্চনাৰ সংস্থাই ৩.২৫ ফিটমেণ্ট ফ্যাক্টৰৰ পৰামৰ্শ দিছে।
  • অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছে দাবী কৰিছে ৩.০ ফিটমেণ্ট ফেক্টৰ।
  • জম্মু-কাশ্মীৰৰ বহু কৰ্মচাৰী সংগঠনে ফিটমেণ্ট ফেক্টৰ ২.৮৬ৰ পৰা ৩.৬৮ৰ ভিতৰত দাবী কৰিছে।
  • প্ৰাক্তন বিত্ত সচিব সুভাষ চন্দ্ৰ গাৰ্গৰ মতে চৰকাৰে ১.৯২ ফিটমেণ্ট ফেক্টৰত অনুমোদন দিব পাৰে।

নূন্যতম মৌলিক দৰমহা কিমান হ’ব পাৰে?

বৰ্তমান নূন্যতম মৌলিক দৰমহা ১৮,০০০ টকা, ফিটমেণ্ট ফ্যাক্টৰৰ ওপৰত নিৰ্ভৰ কৰি তলত দিয়া তাৰতম্যৰ অধীনত।

ফিটমেণ্ট ফ্যাক্টৰ        সম্ভাৱ্য নতুন মৌলিক দৰমহা

১.৯২                            ৩৪,৫৬০ টকা
২.৫৭                            ৪৬,২৬০ টকা
২.৮৬                           ৫১,৪৮০ টকা
৩.০০                           ৫৪,০০০ টকা
৩.২৫                           ৫৮,৫০০ টকা
৩.৬৮                          ৬৬,২৪০ টকা
৩.৮৩                          ৬৮,৯৪০ টকা

যদি ৩.৮৩ ফিটমেণ্ট ফ্যাক্টৰ প্ৰয়োগ কৰা হয়, তেন্তে নূন্যতম মৌলিক দৰমহা ১৮,০০০ টকাৰ পৰা প্ৰায় ৬৮,৯৪০ টকালৈ বৃদ্ধি পাব পাৰে, যিটো প্ৰায় ২৮৩% বৃদ্ধি হ’ব।

পে মেট্ৰিক্সত কি পৰিৱৰ্তন হ’ব?

অষ্টম দৰমহা আয়োগৰ অধীনত বৰ্তমানৰ দৰমহা মেট্ৰিক্সো সংশোধন কৰিব পাৰি। পূৰ্বৰ দৰমহা কমিছনৰ দৰেই সকলো দৰমহা স্তৰতে সমানুপাতিকভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কি?

বৰ্তমান ৩৪,৫৬০ টকা ৰ পৰা ৬৮,৯৪০ টকা লৈকে সম্ভাৱ্য মৌলিক দৰমহাৰ পৰিসৰ বিভিন্ন সংস্থাৰ অনুমান আৰু দাবীৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। চৰকাৰে অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদনত অনুমোদন জনোৱাৰ পিছতহে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।

(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

September 26, 2026
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?
নিয়োগ

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

September 26, 2026
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬
ভাৰত

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

September 26, 2026
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ
জীৱনশৈলী

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

September 26, 2026
Next Post
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

আঁতৰিব জীৱনৰ সকলো বিপদ, মাথোঁ সোমবাৰে জপ কৰক এইকেইটা মন্ত্ৰ

কপাল ফুলিব আপোনাৰ, কুবেৰৰ আশীৰ্বাদ পাবলৈ পালন কৰক এই নিয়ম

কপাল ফুলিব আপোনাৰ, কুবেৰৰ আশীৰ্বাদ পাবলৈ পালন কৰক এই নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.