• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতক লৈ সুৰ সলনি চীনৰ, ‘চীন ভাৰতৰ প্ৰতিৰোধী বা শত্ৰু নহয়, সহযোগীহে’

ভাৰতক লৈ সুৰ সলনি চীনৰ, ‘চীন ভাৰতৰ প্ৰতিৰোধী বা শত্ৰু নহয়, সহযোগীহে’

2 months ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

15 minutes ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

1 hour ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

2 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

2 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

3 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

3 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

4 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

4 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

5 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

6 hours ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

24 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভাৰতক লৈ সুৰ সলনি চীনৰ, ‘চীন ভাৰতৰ প্ৰতিৰোধী বা শত্ৰু নহয়, সহযোগীহে’

বিশ্ব শান্তি, সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত-চীন-ৰাছিয়াৰ ত্ৰিকোণীয় সম্বন্ধ থকাটো জৰুৰী

editor by editor
June 8, 2026
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
ভাৰতক লৈ সুৰ সলনি চীনৰ, ‘চীন ভাৰতৰ প্ৰতিৰোধী বা শত্ৰু নহয়, সহযোগীহে’
0
SHARES
214
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীৰ্ঘ সময়ৰ পৰা সীমা বিবাদ তথা অন্যান্য কাৰণত ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক সন্তোষজনক নহয়। কিন্তু আজি চীনে দুয়োখন দেশৰ সম্পৰ্কক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। চীনে ভাৰত সন্দৰ্ভত মন্তব্য আগবঢ়াই কয় যে-চীন আৰু ভাৰত প্ৰতিদ্বন্দ্বী অথবা প্ৰতিৰোধী ৰাষ্ট্ৰ নহয়। দুয়োখন দেশ পৰস্পৰৰ শত্ৰুও নহয়, বৰঞ্চ দুয়োখন দেশ পৰস্পৰৰ সহযোগীহে হোৱা উচিত। অনাগত দিনত দুয়োখন ৰাষ্ট্ৰই মিলি আৰ্থিক, প্ৰতিৰক্ষাকে ধৰি বিভিন্ন দিশৰ ক্ষেত্ৰত বিকাশ সাধন কৰাৰ সম্ভৱনাময় বাট আছে বুলিও মন্তব্য কৰে।

কিয় সলনি হ’ল ভাৰতৰ প্ৰতি চীনৰ সুৰ?

শেহতীয়াভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদমিৰ পুটিনে ভাৰত-চীন-ৰাছিয়াৰ সম্পৰ্কক লৈ এটা অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ মন্তব্যৰ পিছতে চীনৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰবক্তা লিন জিয়ানৰ চীন-ভাৰতৰ সম্বন্ধক লৈ কৰা মন্তব্যটোই এতিয়া চৰ্চা লাভ কৰিছে। লিন জিয়ানে লগতে এইটোও কয় যে-ভাৰত আৰু চীনে সহযোগী দেশৰ দৰে আগবাঢ়িব লাগে। চীন-ভাৰতৰ সম্বন্ধই পৰস্পৰৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলিও মন্তব্য কৰে চীনৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰবক্তাগৰাকীয়ে। তেওঁ লগতে পাকিস্তান সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰি কয়- চীনে পাকিস্তান আৰু ভাৰত দুয়োখন দেশৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰাৰহে পক্ষপাতী। চীন-ভাৰত আৰু ৰাছিয়াৰ ত্ৰিকোণীয় সম্বন্ধৰ ক্ষেত্ৰতো চীনে ধনাত্মক সংকেত আগবঢ়াইছে। সেই প্ৰসংগত লিন জিয়ানে কয় যে ৰাছিয়া, চীন আৰু ভাৰত বিশ্বৰ বৃহৎ অৰ্থব্যৱস্থাৰ দেশসমূহৰ অন্যতম। তিনিওখন দেশৰ ত্ৰিকোণীয় সম্বন্ধই নিজৰ দেশৰ আৰ্থিক স্থিতিক মজবুত কৰাৰ উপৰিও বিশ্ব শান্তি, সুৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

ভাৰত-চীন সম্পৰ্কক লৈ কি কৈছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে?

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদমিৰ পুটিনে ভাৰত-চীনৰ সম্পৰ্ক অত্যন্ত সংবেদনশীল বুলি উল্লেখ কৰি কয় যে-দুয়োখন দেশৰ সম্পৰ্ক বহুতৰপীয়া স্তৰত আছে। দুয়োখন দেশৰ সম্পৰ্কৰ মাজত বহিঃশক্তিৰ হস্তক্ষেপ উচিত নহয় বুলিও মন্তব্য কৰিছিল পুটিনে। দুয়োখন দেশৰ সম্পৰ্কৰ কথা ক’বলৈ গৈ ৰাষ্ট্ৰপতি পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰো ভূয়সী প্ৰশংসা কৰে। তেওঁ লগতে দুয়োখন দেশৰ নেতাই পৰস্পৰৰ মাজৰ সম্পৰ্ক অধিক উন্নত কৰাৰ ক্ষেত্ৰত নিজাববীয়া প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও মন্তব্য কৰে।

এই লেখাটো যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস
ভাৰত

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

August 15, 2026
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন
জীৱনশৈলী

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

August 15, 2026
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত
বিনোদন

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

August 15, 2026
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?
ভাৰত

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

August 15, 2026
Next Post
বহু ঘাত-প্ৰতিঘাত নেওচি জিলিকি উঠা কেইগৰাকীমান ট্ৰান্সজেণ্ডাৰ

বহু ঘাত-প্ৰতিঘাত নেওচি জিলিকি উঠা কেইগৰাকীমান ট্ৰান্সজেণ্ডাৰ

৩৮ বছৰে কোনো ভাৰতীয়ই কৰিব নোৱাৰা কাম কৰিলে মানৱ সুথৰে

৩৮ বছৰে কোনো ভাৰতীয়ই কৰিব নোৱাৰা কাম কৰিলে মানৱ সুথৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.