• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০১৫ৰ বো*মা বিস্ফো*ৰণ, ইউছুফু আৰু বিল্লালক চৰম শাস্তি আদালতৰ

২০১৫ৰ বো*মা বিস্ফো*ৰণ, ইউছুফু আৰু বিল্লালক চৰম শাস্তি আদালতৰ

2 hours ago
আজিৰে পৰা মহিলা T20 বিশ্বকাপ। এইবাৰ ভাৰত কিয় hot favourite?

আজিৰে পৰা মহিলা T20 বিশ্বকাপ। এইবাৰ ভাৰত কিয় hot favourite?

16 minutes ago
চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰ! অচিৰেই উপলব্ধ হ’ব কেতিয়াও বুঢ়া নোহোৱা ঔষধ

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰ! অচিৰেই উপলব্ধ হ’ব কেতিয়াও বুঢ়া নোহোৱা ঔষধ

3 hours ago
যোগ্যতা অৰ্জন কৰিও ভাৰতে ১৯৫০ ফুটবল বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ প্ৰকৃত কাৰণ কি?

যোগ্যতা অৰ্জন কৰিও ভাৰতে ১৯৫০ ফুটবল বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ প্ৰকৃত কাৰণ কি?

3 hours ago
এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

15 hours ago
১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

16 hours ago
স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

17 hours ago
৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

17 hours ago
চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

18 hours ago
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

19 hours ago
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

19 hours ago
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

21 hours ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

২০১৫ৰ বো*মা বিস্ফো*ৰণ, ইউছুফু আৰু বিল্লালক চৰম শাস্তি আদালতৰ

বিস্ফো*ৰণৰ সৈতে চীনৰ cunnection কি?

editor by editor
June 12, 2026
in অপৰাধ, বিবিধ, বিশ্ব, লেখা
0
২০১৫ৰ বো*মা বিস্ফো*ৰণ, ইউছুফু আৰু বিল্লালক চৰম শাস্তি আদালতৰ
0
SHARES
40
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
থাইলেণ্ডৰ ছাউথ বেংকক ক্ৰিমিনেল কোৰ্টে ইউছুফু মিয়েৰাইলী আৰু বিল্লাল মহম্মদ নামৰ দুজন লোকৰ বিৰুদ্ধে চৰম শাস্তিৰ ৰায় প্ৰদান কৰিছে। ২০১৫ চনত বেংককৰ এটা অন্যতম পৰ্যটনস্থলীত সংঘটিত হোৱা ভয়ংকৰ বো*মা বিস্ফো*ৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত চীনৰ জিনজিয়াং অঞ্চলৰ এই দুই উইঘুৰ মুছলমান জাতিগোষ্ঠীৰ যুৱকক মৃত্যু*দণ্ডৰে দণ্ডিত কৰে।
কিমান ভয়াৱহ আছিল বিস্ফো*ৰণ? কিমান লোক হতাহত হৈছিল?
২০১৫ চনৰ ১৭ আগষ্টত বেংককৰ ব্যস্ত আৰু অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী হিচাপে বিবেচিত এৰাৱান শ্ৰাইন বা ব্ৰহ্মা মন্দিৰত সংঘটিত হৈছিল এই বো*মা বি*স্ফোৰণ। বিদেশী পৰ্যটকৰ মাজত জনপ্ৰিয় উক্ত পৰ্যটনস্থলীত হোৱা বিস্ফো*ৰণত মুঠ ২০ জন লোকে থিতাতে প্ৰাণ হেৰুৱাইছিল হৈছিল আৰু প্ৰায় ১২০ জন লোক আহত হৈছিল। আহতসকলৰ ভিতৰত বহুজনেই চিৰকালৰ বাবে ঘূণীয়া হৈছিল। নিহ*তসকলৰ ভিতৰত আছিল ৫গৰাকী চীনা নাগৰিক আৰু দুজন হংকঙৰ নাগৰিক। পৰিকল্পিত হ*ত্যাকাণ্ডৰ অভিযোগকে ধৰি বিভিন্ন অভিযোগত দুয়োজনকে দোষী সাব্যস্ত কৰি ছাউথ বেংকক ক্ৰিমিনেল কৰ্টে এই ৰায় প্ৰদান কৰে। উল্লেখ্য যে উক্ত বি*স্ফোৰণ থাইলেণ্ডৰ ইতিহাসত সবাটোকৈ ভয়াৱহ ঘটনা হিচাপে ইতিহাসৰ ক’লা অধ্যায়ত সন্নিৱিষ্ট হৈ আছে। দুয়োজন অভিযুক্তই এই ৰায়ৰ বিৰুদ্ধে উচ্চ সদনত আবেদন দাখিল কৰিব বুলি সদৰী কৰিছে।
ইউছুফু আৰু বিল্লালে কিয় সংঘটিত কৰিছিল এই ভয়াৱহ বিস্ফো*ৰণ?
উক্ত বিস্ফোৰণৰ দায়িত্ব কোনো সংগঠনে আনুষ্ঠানিকভাৱে স্বীকাৰ কৰা নাছিল। ঘটনা সংঘটিত হোৱাৰ এমাহ আগত থাইলেণ্ড চৰকাৰে প্ৰায় শতাধিক উইঘুৰ মুছলমান লোকক বলপূৰ্বকভাৱে চীনলৈ ঘূৰাই পঠিয়াবলৈ সিদ্ধান্ত লৈছিল যাৰ প্ৰতিশোধমূলক পদক্ষেপ হিচাপে এই বিস্ফোৰণ সংঘটিত কৰিছিল ইউছুফু আৰু বিল্লালে। মুছলমান ধৰ্মাৱলম্বী উইঘুৰসকলে দীৰ্ঘ দিনৰ পৰা দাবী কৰি আহিছে যে, চীনৰ জিনজিয়াং অঞ্চলত তেওঁলোক নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে আৰু এই নিৰ্যাতনৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে সেই অঞ্চল এৰি থাইলেণ্ডৰ বিভিন্ন স্থানলৈ প্ৰব্ৰজন কৰিছিল। অৱশ্যে বেইজিঙে উইঘুৰ মুছলমানসকলৰ এই অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰি আহিছে। অৱশ্যে, জিনজিয়াঙত ধৰ্মীয় আৰু সাংস্কৃতিক স্বাধীনতাৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ আৰোপ কৰাৰ অভিযোগত চীন বহু বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় সমালোচনাৰ সন্মুখীন হৈ আহিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24CRIME
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰে পৰা মহিলা T20 বিশ্বকাপ। এইবাৰ ভাৰত কিয় hot favourite?
বিনোদন

আজিৰে পৰা মহিলা T20 বিশ্বকাপ। এইবাৰ ভাৰত কিয় hot favourite?

June 12, 2026
চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰ! অচিৰেই উপলব্ধ হ’ব কেতিয়াও বুঢ়া নোহোৱা ঔষধ
জীৱনশৈলী

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰ! অচিৰেই উপলব্ধ হ’ব কেতিয়াও বুঢ়া নোহোৱা ঔষধ

June 12, 2026
যোগ্যতা অৰ্জন কৰিও ভাৰতে ১৯৫০ ফুটবল বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ প্ৰকৃত কাৰণ কি?
বিনোদন

যোগ্যতা অৰ্জন কৰিও ভাৰতে ১৯৫০ ফুটবল বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ প্ৰকৃত কাৰণ কি?

June 12, 2026
এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী
ভাৰত

এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

June 11, 2026
Next Post
আজিৰে পৰা মহিলা T20 বিশ্বকাপ। এইবাৰ ভাৰত কিয় hot favourite?

আজিৰে পৰা মহিলা T20 বিশ্বকাপ। এইবাৰ ভাৰত কিয় hot favourite?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.