• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০১৫ৰ বো*মা বিস্ফো*ৰণ, ইউছুফু আৰু বিল্লালক চৰম শাস্তি আদালতৰ

২০১৫ৰ বো*মা বিস্ফো*ৰণ, ইউছুফু আৰু বিল্লালক চৰম শাস্তি আদালতৰ

4 months ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

10 minutes ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

52 minutes ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

2 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

18 hours ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

18 hours ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

19 hours ago
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

19 hours ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

20 hours ago
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

20 hours ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

21 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

২০১৫ৰ বো*মা বিস্ফো*ৰণ, ইউছুফু আৰু বিল্লালক চৰম শাস্তি আদালতৰ

বিস্ফো*ৰণৰ সৈতে চীনৰ cunnection কি?

editor by editor
June 12, 2026
in অপৰাধ, বিবিধ, বিশ্ব, লেখা
0
২০১৫ৰ বো*মা বিস্ফো*ৰণ, ইউছুফু আৰু বিল্লালক চৰম শাস্তি আদালতৰ
0
SHARES
72
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
থাইলেণ্ডৰ ছাউথ বেংকক ক্ৰিমিনেল কোৰ্টে ইউছুফু মিয়েৰাইলী আৰু বিল্লাল মহম্মদ নামৰ দুজন লোকৰ বিৰুদ্ধে চৰম শাস্তিৰ ৰায় প্ৰদান কৰিছে। ২০১৫ চনত বেংককৰ এটা অন্যতম পৰ্যটনস্থলীত সংঘটিত হোৱা ভয়ংকৰ বো*মা বিস্ফো*ৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত চীনৰ জিনজিয়াং অঞ্চলৰ এই দুই উইঘুৰ মুছলমান জাতিগোষ্ঠীৰ যুৱকক মৃত্যু*দণ্ডৰে দণ্ডিত কৰে।
কিমান ভয়াৱহ আছিল বিস্ফো*ৰণ? কিমান লোক হতাহত হৈছিল?
২০১৫ চনৰ ১৭ আগষ্টত বেংককৰ ব্যস্ত আৰু অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী হিচাপে বিবেচিত এৰাৱান শ্ৰাইন বা ব্ৰহ্মা মন্দিৰত সংঘটিত হৈছিল এই বো*মা বি*স্ফোৰণ। বিদেশী পৰ্যটকৰ মাজত জনপ্ৰিয় উক্ত পৰ্যটনস্থলীত হোৱা বিস্ফো*ৰণত মুঠ ২০ জন লোকে থিতাতে প্ৰাণ হেৰুৱাইছিল হৈছিল আৰু প্ৰায় ১২০ জন লোক আহত হৈছিল। আহতসকলৰ ভিতৰত বহুজনেই চিৰকালৰ বাবে ঘূণীয়া হৈছিল। নিহ*তসকলৰ ভিতৰত আছিল ৫গৰাকী চীনা নাগৰিক আৰু দুজন হংকঙৰ নাগৰিক। পৰিকল্পিত হ*ত্যাকাণ্ডৰ অভিযোগকে ধৰি বিভিন্ন অভিযোগত দুয়োজনকে দোষী সাব্যস্ত কৰি ছাউথ বেংকক ক্ৰিমিনেল কৰ্টে এই ৰায় প্ৰদান কৰে। উল্লেখ্য যে উক্ত বি*স্ফোৰণ থাইলেণ্ডৰ ইতিহাসত সবাটোকৈ ভয়াৱহ ঘটনা হিচাপে ইতিহাসৰ ক’লা অধ্যায়ত সন্নিৱিষ্ট হৈ আছে। দুয়োজন অভিযুক্তই এই ৰায়ৰ বিৰুদ্ধে উচ্চ সদনত আবেদন দাখিল কৰিব বুলি সদৰী কৰিছে।
ইউছুফু আৰু বিল্লালে কিয় সংঘটিত কৰিছিল এই ভয়াৱহ বিস্ফো*ৰণ?
উক্ত বিস্ফোৰণৰ দায়িত্ব কোনো সংগঠনে আনুষ্ঠানিকভাৱে স্বীকাৰ কৰা নাছিল। ঘটনা সংঘটিত হোৱাৰ এমাহ আগত থাইলেণ্ড চৰকাৰে প্ৰায় শতাধিক উইঘুৰ মুছলমান লোকক বলপূৰ্বকভাৱে চীনলৈ ঘূৰাই পঠিয়াবলৈ সিদ্ধান্ত লৈছিল যাৰ প্ৰতিশোধমূলক পদক্ষেপ হিচাপে এই বিস্ফোৰণ সংঘটিত কৰিছিল ইউছুফু আৰু বিল্লালে। মুছলমান ধৰ্মাৱলম্বী উইঘুৰসকলে দীৰ্ঘ দিনৰ পৰা দাবী কৰি আহিছে যে, চীনৰ জিনজিয়াং অঞ্চলত তেওঁলোক নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে আৰু এই নিৰ্যাতনৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে সেই অঞ্চল এৰি থাইলেণ্ডৰ বিভিন্ন স্থানলৈ প্ৰব্ৰজন কৰিছিল। অৱশ্যে বেইজিঙে উইঘুৰ মুছলমানসকলৰ এই অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰি আহিছে। অৱশ্যে, জিনজিয়াঙত ধৰ্মীয় আৰু সাংস্কৃতিক স্বাধীনতাৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ আৰোপ কৰাৰ অভিযোগত চীন বহু বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় সমালোচনাৰ সন্মুখীন হৈ আহিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24CRIME
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!
বিনোদন

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

October 21, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

October 21, 2026
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?
জীৱনশৈলী

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

October 21, 2026
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক
জীৱনশৈলী

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

October 21, 2026
Next Post
আজিৰে পৰা মহিলা T20 বিশ্বকাপ। এইবাৰ ভাৰত কিয় hot favourite?

আজিৰে পৰা মহিলা T20 বিশ্বকাপ। এইবাৰ ভাৰত কিয় hot favourite?

৩৭ বছৰীয়া মহিলাই ১২ বছৰীয়া কিশোৰী হৈ কৰিলে প্ৰতাৰণা, কিন্তু কেনেকৈ?

৩৭ বছৰীয়া মহিলাই ১২ বছৰীয়া কিশোৰী হৈ কৰিলে প্ৰতাৰণা, কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.