• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

4 months ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

6 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

7 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

7 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

8 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

8 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

9 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

9 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

10 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

11 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

11 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

13 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

জাপান-ছুইডেনে ড্ৰ খেলি ৰাউণ্ড অব ৩২ত প্ৰৱেশ

editor by editor
June 26, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব
0
৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ
0
SHARES
525
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাত অনুষ্ঠিত ফিফা বিশ্বকাপৰ আৰম্ভ হোৱাৰ পূৰ্বে ফিফা ৰেকিঙৰ ২৪তম স্থানত থকা ইকুৱেডৰে চলিত ফুটবল বিশ্বকাপৰ প্ৰকৃতাৰ্থত প্ৰথমটো অঘটন ঘটাবলৈ সক্ষম হৈছে। আমেৰিকাৰ নিউ জাৰ্ছী ষ্টেডিয়ামত গ্ৰুপ Eৰ মেচখনত জাৰ্মানীক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰি ইকুৱেডৰে পৰৱৰ্তী ৰাউণ্ড অব-৩২ত প্ৰৱেশ কৰিছে। পূৰ্বৰ তুলনাত বিগত কিছু বছৰ জাৰ্মানী স্তিমিত হৈ থাকিলেও বিশ্বকাপৰ আৰম্ভণিৰ পূৰ্বে জামান দলটোৰ ফিফা ৰেংকিং আছিল ১৩। ইয়াৰ উপৰিও ৪বাৰকৈ বিশ্ব চেম্পিয়নৰ গৌৰৱৰে গৌৰৱান্বিত জাৰ্মানী বিশ্বকাপ ফুটবল ইতিহাসত ব্ৰাজিলৰ পিছতেই সবাতোকৈ সফল দল। তেনেক্ষেত্ৰত জাৰ্মানীক ২-১ গলৰ ব্যৱধানত ইকুৱেডৰে পৰাস্ত কৰাটো একপ্ৰকাৰ অঘটন বুলিয়েই ক’ব লাগিব। মেচৰ আৰম্ভণিৰ ২ মিনিট পিছতেই ল’ৰী ছানেই কৰা এটা গ’লেৰে জাৰ্মানীয়ে অগ্ৰগতি লাভ কৰিলেও জাৰ্মান অনুৰাগীৰ বাবে এই সুখকৰ প্ৰাপ্তি বেছি সময়লৈ নিটিকিল। কিয়নো মেচখনৰ ৯ মিনিটত ইকুৱেডৰৰ হৈ নিলছন অংগুলোই কৰা গলটোৰে ইকুৱেডৰে সমতা স্থাপন কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে দুয়োটা দলে মেচখনত অগ্ৰগতিৰ বাবে পূৰ্ণ চেষ্টা চলায়। ৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীৰ ৮৯% পাছ একুৰেচীক শক্তিশালী প্ৰতিদ্বন্দ্বিতাৰে ইকুৱেডৰেও ৮৭% পাছ একুৰেচীৰে দৰ্শকক এখন অতি উন্নত আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক মেচ উপহাৰ দিবলৈ সক্ষম হয়। মেচখনত জাৰ্মানীতকৈ যে ইকুৱেডৰ কোনো গুণে কম নাছিল তাৰ উদাহৰণ দুয়োটা দলৰে শ্বট অন টাৰ্গেটৰ সংখ্যা আছিল ৩টাকৈ।

ইয়াতেই ইকুৱেডৰে জাৰ্মানীতকৈ কিছু উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হয়। খেলখনৰ ৭৭ মিনিটত ইকুৱেডৰৰ পেড্ৰ ভিটেৰ এটা কৰ্নাৰ কিকক কেভিন ৰড্ৰি’গজে হেডেৰে দিয়া পাছক গোঞ্জালো পাল্টাই শেষ স্পৰ্শ দি জাৰ্মানীৰ পৰাজয় নিশ্চিত কৰে। গোঞ্জালো পাল্টাৰ গলটোৰ বাবেই ক্ৰমাগতভাৱে ১১খনকৈ মেচত জয়ৰ ধাৰা অব্যাহত ৰখা জাৰ্মানীয়ে পৰাজয়ৰ মুখ দেখে। ইকুৱেডৰে পৰৱৰ্তী ৰাউণ্ডত চলিত বিশ্বকাপৰ আন এখন আয়োজক দেশ মেক্সিকোৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ৰাউণ্ড অব-৩২ত প্ৰৱেশ জাপানৰ

ইপিনে আজি আমেৰিকাৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ Fৰ এখন মেচত জাপানে ছুইডেনৰ বিৰুদ্ধে ১-১ গল স্কৰিঙেৰে ড্ৰ খেলিবলৈ সক্ষম হৈছে। মেচখনৰ ৫৬ মিনিটত জাপানৰ ডাইজেন মায়েদাই গল স্কৰ কৰাৰ ঠিক কেইটামিনিটমান পিছতে অৰ্থাৎ ৬২ মিনিটত ছুইডেনৰ হৈ এন্থনী ইলাংগাই সমতাসূচক গলটো কৰে।

গ্ৰুপ Fৰ ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে জাপান আৰু ছুইডেন, আনহাতে এই গ্ৰুপটোৰ প্ৰথমস্থানত আছে নেদাৰলেণ্ডছ। প্ৰতিটো গ্ৰুপৰ শীৰ্ষ তিনিটা দলে ৰাউণ্ড অব ৩২লৈ উন্নীত হ’ব। জাপানে নিজৰ তিনিখন মেচৰ এখনত জয়লাভ কৰাৰ বিপৰীতে বাকী দুয়োখন মেচতে ড্ৰৰে সমাপ্ত কৰিছে তেওঁলোকৰ গ্ৰুপ পৰ্যায়ৰ মেচ। ইয়াৰ বিপৰীতে ছুইডেনে এখনত জয়, এখনত পৰাজয় আৰু এখন ড্ৰ খেলি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। F গ্ৰুপৰ পৰা বাহিৰ হোৱা দলটো হৈছে টিউনিছিয়া। টিউনিছিয়াই নিজৰ আটাইকেইখন মেচতেই পৰাস্ত হৈ বিশ্বকাপৰ অভিযান সামৰিবলৈ বাধ্য হৈছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Fifa world cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ
বিশ্ব

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

October 17, 2026
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…
বিনোদন

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

October 17, 2026
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!
বিশ্ব

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

October 17, 2026
Next Post
ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.