• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ

দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ

2 months ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

27 minutes ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

1 hour ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

2 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

2 hours ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

20 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

21 hours ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

21 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

22 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

23 hours ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

24 hours ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

1 day ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ

সৰু সৰু ৰোগক নকৰিব আওকাণ, চিকিৎসকৰ পৰামৰ্শই উচিত সমাধান

editor by editor
June 29, 2026
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ
0
SHARES
287
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত প্ৰতি বছৰে দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ্কট ৰোগ। নেশ্যনেল ইনষ্টিটিউট ফৰ কেন্সাৰ প্ৰিভেনচন এণ্ড ৰিচাৰ্চ (NICPR)ৰ তথ্য অনুসৰি প্ৰতি বছৰে ১৪ লাখৰ পৰা ১৬ লাখ নতুন ক’ৰ’না আক্ৰান্ত ধৰা পৰে। তেজ, হাওঁফাওঁ, মুখৰ কৰ্কট ৰোগত আক্ৰান্ত হয়। তদুপৰি খাদ্যাভ্যাস বেয়া আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবেও পেটৰ কৰ্কট ৰোগ বৃদ্ধি পাইছে। আপুনি জানেনে যে আমাৰ শৰীৰে বহুতো সংকেত নিৰ্গত কৰে যিবোৰ কেন্সাৰৰ সৈতে জড়িত হ’ব পাৰে? এইবোৰক আওকাণ কৰিলে পিছলৈ আপুনি ভয়ংকৰ বিপদত পৰিব পাৰে।

শৰীৰৰ কেনেধৰণৰ সংকেত কেন্সাৰৰ লক্ষণ হ’ব পাৰে?

আচলতে কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণবোৰ প্ৰায়ে ইমানেই সাধাৰণ যে প্ৰায়ভাগ মানুহে গেছ, সংক্ৰমণ, চৰ্দি বা বয়সৰ লগত জড়িত সমস্যা বুলি উলাই কৰে। কিন্তু আগতীয়াকৈ ধৰা নপৰিলে কেন্সাৰ সমগ্ৰ শৰীৰত বিয়পিব পাৰে, যাৰ ফলত চিকিৎসা কঠিন হৈ পৰে। শৰীৰত পুনৰ দেখা দিয়া নিম্নোক্ত কিছুমান সমস্যা হ’ব পাৰে কেন্সাৰৰ লক্ষণ
অন্ত্ৰ বা প্ৰস্ৰাৱৰ অভ্যাসৰ পৰিৱৰ্তন
যদি কোষ্ঠকাঠিন্য, ডায়েৰিয়া, সঘনাই প্ৰস্ৰাৱ কৰা বা প্ৰস্ৰাৱৰ অভ্যাসৰ পৰিৱৰ্তন দীৰ্ঘদিন ধৰি থাকে, তেন্তে সেয়া কেৱল খাদ্যৰ সমস্যা নহয়। কিছুমান ক্ষেত্ৰত ই অন্ত্ৰ বা প্ৰস্ৰাৱ নলীৰ কৰ্কট ৰোগৰ লক্ষণো হ’ব পাৰে।
শৰীৰৰ ঘাঁ বহু দিনলৈ ভাল নোহোৱা
ছালৰ ঘাঁ, মুখৰ আলচাৰ বা আন ঘাঁ যিবোৰ বহু দিনলৈ ভাল হোৱা নাই, এই লক্ষণবোৰক সহজভাৱে ল’ব নালাগে। ই ছাল বা মুখৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে।
অস্বাভাৱিক ৰ*ক্তক্ষৰণ বা স্ৰাৱ
তে*জ কাহ, মলত তে*জ বা মহিলাৰ অস্বাভাৱিক ৰক্তক্ষৰণ আদি সমস্যা গুৰুতৰ লক্ষণ হ’ব পাৰে। বিশেষজ্ঞসকলে এনে ক্ষেত্ৰত তাৎক্ষণিক মূল্যায়নৰ পৰামৰ্শ দিয়ে।
শৰীৰত গোট বা ফুলা
স্তন, অণ্ডকোষ, ডিঙি বা শৰীৰৰ আন কোনো অংশত নতুনকৈ গোট বা ঘন হোৱা লক্ষ্য কৰিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। আৰম্ভণিতে কেন্সাৰ হোৱা গোটবোৰ প্ৰায়ে বিষহীন হয়, গতিকে বিষৰ অনুপস্থিতি নিৰাপত্তাৰ লক্ষণ নহয়।
দীৰ্ঘদিনীয়া বদহজম বা গিলিবলৈ অসুবিধা
সঘনাই বদহজম হোৱা, পূৰ্ণতা অনুভৱ কৰা বা খাদ্য গিলিবলৈ অসুবিধা হোৱাটো প্ৰায়ে এচিডিটি বুলি ভুল কৰা হয়। অৱশ্যে ই পেট বা খাদ্যনলীৰ কৰ্কট ৰোগৰ লক্ষণো হ’ব পাৰে।
স্থায়ী কাহ বা হুৰহুৰাই হোৱা
যদি কাহ কেইবা সপ্তাহ ধৰি থাকে বা মাত সলনি হয় তেন্তে পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। চিকিৎসকৰ মতে এয়া হাওঁফাওঁ, ডিঙি বা থাইৰয়ড কেন্সাৰৰ লক্ষণ হ’ব পাৰে।
সময়মতে পৰীক্ষা কৰিলে জীৱন ৰক্ষা কৰিব পাৰি
অভিজ্ঞ চিকিৎসকৰ মতে বেছিভাগ ক্ষেত্ৰতে কৰ্কট ৰোগ আগতীয়াকৈ ধৰা পৰিলে চিকিৎসাৰ বিকল্প বৃদ্ধি পায় আৰু ৰোগীৰ আৰোগ্য লাভৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। গতিকে শৰীৰৰ কোনো অস্বাভাৱিক পৰিৱৰ্তনক আওকাণ নকৰিব আৰু প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী
ভাৰত

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

August 15, 2026
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ
ভাৰত

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

August 15, 2026
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?
ভাৰত

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

August 15, 2026
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?
ভাৰত

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

August 15, 2026
Next Post
মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?

মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?

ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.