• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিমেনচিয়াৰ আশংকা কমাবলৈ গঢ়ি তোলক এই অভ্যাস

বয়সৰ লগে লগে বাঢ়ি আহে ডিমেনচিয়াৰ আশংকা! গঢ়ি তোলক এই অভ্যাস

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

19 minutes ago
ৰক বেণ্ডৰ ড্ৰামাৰ Paiceক কিয় জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে কৈছিল ‘You are my god’

ৰক বেণ্ডৰ ড্ৰামাৰ Paiceক কিয় জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে কৈছিল ‘You are my god’

58 minutes ago
চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

2 hours ago
এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

3 hours ago
মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

4 hours ago
কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

4 hours ago
সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

5 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

6 hours ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

20 hours ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

21 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

21 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বয়সৰ লগে লগে বাঢ়ি আহে ডিমেনচিয়াৰ আশংকা! গঢ়ি তোলক এই অভ্যাস

মগজু দীৰ্ঘদিন সুস্থ ৰাখিবলৈ WHOৰ বিশেষ পৰামৰ্শ

editor by editor
July 2, 2026
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
ডিমেনচিয়াৰ আশংকা কমাবলৈ গঢ়ি তোলক এই অভ্যাস
0
SHARES
173
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বয়স বৃদ্ধি পোৱাৰ লগে লগে শৰীৰৰ অন্যান্য অংগৰ দৰেই মগজুৰ স্বাস্থ্যৰ যত্ন লোৱাটোও অত্যন্ত জৰুৰী। সাম্প্ৰতিক সময়ত বহু লোকৰ মাজত স্মৃতিশক্তি দুৰ্বল হোৱা, মনোযোগ কেন্দ্ৰীভূত কৰাত অসুবিধা হোৱা বা চিন্তা-ভাবনা কৰাৰ ক্ষমতাত পৰিৱৰ্তন দেখা যায়। যদিও প্ৰতিটো পাহৰি যোৱাৰ ঘটনা কোনো গুৰুতৰ ৰোগৰ লক্ষণ নহয়, তথাপিও বিশেষজ্ঞসকলে কয় যে সময় মতে স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিলে মগজু দীৰ্ঘদিন সুস্থ ৰখা সম্ভৱ। এই দিশটোক গুৰুত্ব দি বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই মগজুৰ স্বাস্থ্য সুৰক্ষিত ৰখা আৰু ডিমেনচিয়াৰ আশংকা হ্ৰাস কৰাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে। WHOৰ মতে, কেৱল চিকিৎসাই নহয়, দৈনন্দিন জীৱনৰ সুস্থ অভ্যাসেও মগজুৰ সুস্থতা বজাই ৰখাত উল্লেখযোগ্য ভূমিকা পালন কৰে।

WHO-ৰ পৰামৰ্শ: এই অভ্যাসসমূহ পালন কৰক

WHOৰ মতে, কিছুমান অভ্যাস নিয়মীতভাৱে পালন কৰিলে মগজুৰ স্বাস্থ্য দীৰ্ঘদিনলৈ সুৰক্ষিত ৰাখিব পৰা যায়। যেনে-নিয়মিত শাৰীৰিক ব্যায়াম বা শাৰীৰিক সক্ৰিয়তা বজাই ৰখা। সুষম, পুষ্টিকৰ আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰা। ধূমপান সম্পূৰ্ণৰূপে পৰিহাৰ কৰা। মদ্যপান কৰা হ’লে ইয়াৰ পৰিমাণ হ্ৰাস কৰা অথবা সম্পূৰ্ণ এৰি দিয়া।
নতুন নতুন বিষয় শিকা, কিতাপ পঢ়া, ধাঁধা সমাধান কৰা বা স্মৃতিশক্তি বৃদ্ধিৰ অনুশীলন কৰা। পৰিয়াল, বন্ধু-বান্ধৱ আৰু সমাজৰ সৈতে নিয়মিত যোগাযোগ ৰাখি সামাজিকভাৱে সক্ৰিয় থকা আদি। WHOৰ মতে, এই অভ্যাসসমূহে বয়স বৃদ্ধিৰ লগে লগে স্মৃতিশক্তি আৰু চিন্তা-ভাবনা কৰাৰ ক্ষমতা হ্ৰাস পোৱাৰ সম্ভাৱনা যথেষ্ট কমাব পাৰে। এই স্বাস্থ্যজনিত সমস্যাসমূহ নিয়ন্ত্ৰণত ৰখাটোও সমানেই জৰুৰী

কেনেধৰণৰ শাৰীৰিক সমস্যাই মগজুত নেতিবাচক প্ৰভাৱ পেলায়?

WHO-ৰ তথ্য অনুসৰি, কিছুমান শাৰীৰিক সমস্যাই মগজুৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। সেইবাবে তলৰ সমস্যাসমূহ সময়মতে নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজন—
উচ্চ ৰক্তচাপ (High Blood Pressure)
ডায়াবেটিছ
উচ্চ ক’লেষ্টেৰল
অধিক ওজন বা স্থূলতা
শ্ৰৱণশক্তিৰ সমস্যা
অৱসাদ (Depression)
এই সমস্যাসমূহৰ নিয়মিত স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসকৰ পৰামৰ্শমতে চিকিৎসা অব্যাহত ৰাখিলে মগজুৰ স্বাস্থ্য সুস্থ ৰাখিবলৈ সহায়ক হয়।

কি অভ্যাসসমূহে মগজুৰ ক্ষতি কৰিব পাৰে?

WHOই কিছুমান অভ্যাসৰ পৰা আঁতৰি থাকিবলৈও পৰামৰ্শ দিছে। ইয়াৰ ভিতৰত আছে—ধূমপান কৰা, অত্যধিক মদ্যপান, দীঘলীয়া সময় ধৰি শাৰীৰিকভাৱে নিষ্ক্ৰিয় হৈ থকা, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, স্বাস্থ্যজনিত সমস্যাক গুৰুত্ব নিদিয়া, নিয়মিত স্বাস্থ্য পৰীক্ষা নকৰা, চিকিৎসকৰ পৰামৰ্শ অবিহনে ৰোগক অৱহেলা কৰা। WHOৰ মতে, সুস্থ জীৱনশৈলী গ্ৰহণ, নিয়মিত ব্যায়াম, পুষ্টিকৰ খাদ্য, মানসিক আৰু সামাজিক সক্ৰিয়তা বজাই ৰখাৰ জৰিয়তে ডিমেনচিয়াৰ দৰে সমস্যাৰ আশংকা হ্ৰাস কৰাৰ লগতে মগজুক দীৰ্ঘদিন সুস্থ আৰু সক্ৰিয় কৰি ৰাখিব পাৰি।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24dementia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

July 2, 2026
এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!
জীৱনশৈলী

এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

July 2, 2026
মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ
জীৱনশৈলী

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

July 2, 2026
কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য
ভাৰত

কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

July 2, 2026
Next Post
ৰক বেণ্ডৰ ড্ৰামাৰ Paiceক কিয় জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে কৈছিল ‘You are my god’

ৰক বেণ্ডৰ ড্ৰামাৰ Paiceক কিয় জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে কৈছিল 'You are my god'

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ'ল বাবা ভাংগা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.