কংগ্ৰেছৰ টিকট প্ৰত্যাশীৰ ভিৰ বাঢ়িছে ৰাজীৱ ভৱনত। আবেদন পত্ৰ সৈতে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দিব লাগিব ৪০ হাজাৰ টকাৰ মাচুল।