অজন্তাৰ ৰাজনীতিত গোলাঘাটত তিষ্ঠিব পাৰিবনে পুৰণি বিজেপি? অজন্তা নেওগৰ প্ৰাৰ্থিত্বৰ বিৰোধিতাৰে পত্ৰ মণ্ডল বিজেপিৰ ৮ সভাপতিৰ। ভাইৰেল হৈছে এক কল ৰেক’ৰ্ডিং।