• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

40 minutes ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

1 minute ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

16 minutes ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

1 hour ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

2 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

4 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

5 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

5 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

6 hours ago
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

7 hours ago
আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

8 hours ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

20 hours ago
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

শ্ৰীদেৱীয়ে ৮০দশকৰ শেষৰফালে লাভ কৰিছিল ১ কোটি টকা

editor by editor
July 9, 2026
in চিনেমা, বিনোদন, বিবিধ
0
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?
0
SHARES
42
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰ সময়ত বলিউডত বহু অভিনেত্ৰীয়ে অভিনেতাসকলৰ সমান, আনকি কেতিয়াবা তাতোকৈ অধিক পাৰিশ্ৰমিক লাভ কৰে। দীপিকা পাডুকোন আৰু কংগনা ৰাণাউটৰ দৰে অভিনেত্ৰীসকলে উচ্চ পাৰিশ্ৰমিক লোৱাৰ বাবে বিশেষভাৱে চৰ্চিত। কিন্তু ১৯৭০ আৰু ১৯৮০ দশকতো এনে কেইগৰাকীমান অভিনেত্ৰী আছিল, যিসকলে সেই সময়ৰ মান অনুসৰি অত্যন্ত উচ্চ পাৰিশ্ৰমিক লাভ কৰিছিল। শেহতীয়াকৈ বলিউডৰ ‘ড্ৰীমগাৰ্ল’ হেমা মালিনীয়ে এক সাক্ষাৎকাৰত কৈছে যে, তেওঁ নিজৰ সময়ত অন্যান্য শীৰ্ষ অভিনেত্ৰীৰ তুলনাত যথেষ্ট কম পাৰিশ্ৰমিক লাভ কৰিছিল। এই মন্তব্যৰ পিছতে বহুতে জানিবলৈ আগ্ৰহী হৈছে—যদি হেমা মালিনী নহয়, তেন্তে ৭০–৮০ দশকৰ আটাইতকৈ বেছি পাৰিশ্ৰমিক লাভ কৰা অভিনেত্ৰী কোন আছিল?

৭০ দশকৰ আটাইতকৈ দামী অভিনেত্ৰী

১৯৭০ দশকত বলিউডৰ শীৰ্ষ অভিনেত্ৰীসকলৰ ভিতৰত ৰেখা, জয়া বচ্চন, হেমা মালিনী আৰু ছায়ৰা বানোৰ নাম বিশেষভাৱে উল্লেখযোগ্য আছিল। কিন্তু বিভিন্ন প্ৰতিবেদন অনুসৰি, সেই সময়ত আটাইতকৈ বেছি পাৰিশ্ৰমিক লাভ কৰিছিল মুমতাজে।

কোৱা হয়, তেওঁ এখন ছবিৰ বাবে প্ৰায় ৭.৫ লাখ টকালৈকে পাৰিশ্ৰমিক ল’ব পাৰিছিল, যিটো সেই সময়ৰ তুলনাত বিশাল পৰিমানৰ পাৰিশ্ৰমিক আছিল। ইয়াৰ উপৰিও পৰবীন ববী আৰু মৌছুমী চেটাৰ্জীও সেই সময়ৰ উচ্চ পাৰিশ্ৰমিক লাভ কৰা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আছিল।

হেমা মালিনীৰ পাৰিশ্ৰমিক কিমান আছিল?

‘ড্ৰীমগাৰ্ল’ নামেৰে জনাজাত হেমা মালিনী ৭০ আৰু ৮০ দশকৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী আছিল। যদিও তেওঁ নিজে কেতিয়াও নিজৰ পাৰিশ্ৰমিকৰ সঠিক অংক প্ৰকাশ কৰা নাছিল, তথাপিও বিভিন্ন প্ৰতিবেদন অনুসৰি, তেওঁ এখন ছবিৰ বাবে প্ৰায় ৫ লাখ টকা পাৰিশ্ৰমিক লাভ কৰিছিল।

৮০ দশকত জয়া প্ৰদাৰ উত্থান

১৯৮০ দশকত জয়া প্ৰদাই নিজৰ অভিনয় আৰু জনপ্ৰিয়তাৰ জৰিয়তে বলীউডত এক বিশেষ স্থান দখল কৰিছিল। তেওঁ সেই সময়ৰ শীৰ্ষ অভিনেতাসকলৰ সৈতে একাধিক সফল ছবিত অভিনয় কৰিছিল।

বিভিন্ন প্ৰতিবেদন অনুসৰি, তেওঁ এখন ছবিৰ বাবে ১০ লাখৰ পৰা ২৫ লাখ টকালৈকে পাৰিশ্ৰমিক লাভ কৰিছিল।

শীৰ্ষস্থানত আছিল শ্ৰীদেৱী

৮০ দশকৰ কথা আহিলেই শ্ৰীদেৱীৰ নাম প্ৰথমেই মনলৈ আহে। নিজৰ অসাধাৰণ অভিনয়, নৃত্য আৰু তাৰকাখ্যাতিৰ জৰিয়তে তেওঁ বলীউডত এক সুকীয়া স্থান গঢ়ি তুলিছিল। প্ৰতিবেদন অনুসৰি, তেওঁ এখন ছবিৰ বাবে ১ কোটি টকালৈকে পাৰিশ্ৰমিক লাভ কৰিছিল, যিটো সেই সময়ত এক ঐতিহাসিক অংক হিচাপে গণ্য কৰা হৈছিল।

শ্ৰীদেৱীৰ এই অভূতপূৰ্ব পাৰিশ্ৰমিকৰ পিছতেই বলীউডত অভিনেত্ৰীসকলৰ পাৰিশ্ৰমিকক নতুন দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰা হয়। তেওঁৰ সফলতাই প্ৰমাণ কৰিছিল যে, এগৰাকী অভিনেত্ৰীও এগৰাকী শীৰ্ষ অভিনেতাৰ সমান বা তাতোকৈ অধিক মূল্য লাভ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24hema malini
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী
বিনোদন

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

July 9, 2026
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

July 9, 2026
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান
জীৱনশৈলী

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

July 9, 2026
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?
বিশ্ব

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

July 9, 2026
Next Post
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.