• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

1 hour ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

3 minutes ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

45 minutes ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

3 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

3 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

4 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

5 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

6 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

7 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

8 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

16 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

বৰষুণকালত কিয় স্ক্ৰাবিঙৰ প্ৰয়োজন?

editor by editor
July 17, 2026
in জীৱনশৈলী, ফেশ্বন, বিবিধ
0
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল
0
SHARES
68
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰষুণকালত আর্দ্ৰতা, গৰম আৰু ধূলি-মাকলিৰ বাবে মুখমণ্ডল প্ৰায়ে নিষ্প্ৰভ হোৱা দেখা যায়। কেৱল ফেচ ৱাশ্বেৰে মুখ ধুলেই মুখমণ্ডল সম্পূৰ্ণভাৱে পৰিষ্কাৰ হয় বুলি ক’ব নোৱাৰি। সেয়েহে নিয়মিত স্ক্ৰাবিং কৰিলে মুখমণ্ডল বা ত্বকৰ গভীৰতালৈকে পৰিষ্কাৰ হয় আৰু স্বাভাৱিক উজ্জ্বলতা ঘূৰি আহে।

বৰষুণকালত কিয় স্ক্ৰাবিঙৰ প্ৰয়োজন?

আর্দ্ৰতা আৰু ঘামৰ বাবে এই সময়ত ত্বকৰ ৰোমছিদ্ৰ (প’ৰছ) সহজে বন্ধ হৈ যায়। সময়মতে মুখ পৰিষ্কাৰ নকৰিলে ত্বক নিষ্প্ৰভ দেখাবলৈ আৰম্ভ কৰে। স্ক্ৰাবিং বা এক্সফ’লিয়েচনৰ জৰিয়তে মৃত কোষ আঁতৰাই ত্বকক সতেজ কৰি ৰাখিব পাৰি।

স্ক্ৰাবিঙৰ উপকাৰিতা

স্ক্ৰাবিঙে ত্বকৰ মৃত কোষ (Dead Cells) আঁতৰায়। ত্বক বা মুখমণ্ডলৰ কোনো ক্ষতি নকৰাকৈ গভীৰভাৱে পৰিষ্কাৰ কৰে। অতিৰিক্ত চেবাম (Sebum) উৎপাদন নিয়ন্ত্ৰণত সহায় কৰে। এণ্টিবেক্টেৰিয়েল গুণৰ বাবে ব্রণ আৰু পিম্পলছ কম হোৱাত সহায় কৰে।
১. কফি আৰু নাৰিকল তেল
ত্বক এক্সফ’লিয়েট কৰিবলৈ আধা চামুচ কফিৰ গুড়িৰ সৈতে দুই চামুচ নাৰিকল তেল মিহলাই লওক। তাৰ পিছত মুখত হালধীয়াকৈ স্ক্ৰাব কৰক। বৰষুণকালত নাৰিকল তেলে ত্বক স্বাভাৱিকভাৱে ময়েশ্বাৰাইজ কৰি ৰাখে।

২. নিমৰ ৰসৰ স্ক্ৰাব
যিসকলৰ ত্বক তেলীয়া বা ব্রণৰ সমস্যা আছে, তেওঁলোকৰ বাবে এই স্ক্ৰাব উপযোগী। নিমৰ ৰসৰ সৈতে অলপ মৌ আৰু সামান্য কফিৰ গুড়ি মিহলাই স্ক্ৰাব তৈয়াৰ কৰক। নিমে বেক্টেৰিয়াৰ প্ৰভাৱ কমায় আৰু মৌয়ে ত্বক কোমল কৰি ৰাখে।

৩. ওটছ আৰু দৈ
ঘৰতে সহজে স্ক্ৰাব বনাবলৈ এক চামুচ ওটছৰ গুড়িৰ সৈতে প্ৰয়োজনমতে দৈ মিহলাই লওক। ইয়াৰে মুখত কোমলভাৱে স্ক্ৰাব কৰক। ই মৃত কোষ আঁতৰোৱাৰ লগতে ত্বক আৰ্দ্ৰ (ময়েশ্বাৰাইজড) কৰি ৰাখে।

৪. চাউলৰ গুড়ি আৰু এলোভেৰা
কোৰিয়ান সৌন্দৰ্যচৰ্যাৰ এটা জনপ্ৰিয় উপায় হৈছে চাউলৰ ব্যৱহাৰ। এক চামুচ চাউলৰ গুড়িৰ সৈতে দুই চামুচ এলোভেৰা জেল মিহলাই মুখত লগাই হালধীয়াকৈ মালিচ কৰক। তেলীয়া ত্বকৰ বাবে এই উপায় বিশেষভাৱে উপকাৰী। ইয়াত গোলাপ জল মিহলালে আৰু অধিক লাভ পাব পাৰে।

৫. মচুৰ দাইল আৰু গাখীৰ

মচুৰ দাইল পানীত তিয়াই অলপ দানাদাৰকৈ পিচি লওক। তাৰ পিছত তাত গাখীৰ মিহলাই পেষ্ট তৈয়াৰ কৰক। এই পেষ্ট মুখত লগাই কোমলভাৱে স্ক্ৰাব কৰক। ই মৃত কোষ আঁতৰোৱাৰ লগতে ছানটেন (Tanning) কমোৱাতো সহায় কৰে।

সাৱধানতা: সপ্তাহত ১–২ বাৰ স্ক্ৰাব কৰাই যথেষ্ট। অত্যধিক জোৰেৰে স্ক্ৰাব নকৰিব। যদি ত্বক অতিসংবেদনশীল হয় বা কোনো ত্বকৰ ৰোগ থাকে, তেন্তে নতুন কোনো ঘৰুৱা উপায় ব্যৱহাৰ কৰাৰ আগতে চাৰ্মৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো ভাল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24facewash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়
জীৱনশৈলী

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

July 17, 2026
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?
প্ৰযুক্তি

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

July 17, 2026
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?
জীৱনশৈলী

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

July 17, 2026
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?
বিনোদন

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

July 17, 2026
Next Post
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.