• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

3 weeks ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

11 minutes ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

45 minutes ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

1 hour ago
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

2 hours ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

2 hours ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

3 hours ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

5 hours ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

5 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

5 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

6 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

7 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

সামৰণি অনুষ্ঠান কোনে কোনে পৰিৱেশন কৰিব গান?

editor by editor
July 17, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব, সংগীত
0
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ
0
SHARES
158
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীসকলৰ বাবে প্ৰত্যাশিত সেই মেচখনলৈ মাজত আৰু মাথোঁ দুটা দিন। আমেৰিকাৰ নিউ জাৰ্ছী ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় সময় মতে ২০ জুলাইৰ নিশা ১২.৩০ বজাৰ লগে লগে ৰেফাৰি শ্লাভকো ভিনচিচৰ হুইছেল বজাৰ লগে লগে টুৰ্ণামেণ্টখনৰ চূড়ান্ত খেলখনৰ আৰম্ভণি ঘটিব, সমান্তৰালভাৱে বিশ্বজয়ৰ স্বপ্নত নিজৰ সৰ্বস্ব উজাৰি দিব স্পেইন আৰু ডিভেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই। ফিফা বিশ্বকাপ বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া অনুষ্ঠান। গতিকে স্বাভাৱিকতে টুৰ্নামেণ্টখনৰ সামৰণি অনুষ্ঠানো হব সম্পূৰ্ণ জাক-জামকতাৰে ভৰা।

আৰ্জেণ্টিনা আৰু স্পেইনৰ মাজত হ’ব লগা এই মহাৰণৰ ওপৰত সমগ্ৰ বিশ্বৰ ফুটবলপ্ৰেমীৰ দৃষ্টি নিবদ্ধ হৈ আছে। এনে এখন হাই-ভল্টেজ ফাইনেল সংগীত আৰু নৃত্যৰ আয়োজন অবিহনে সম্পূৰ্ণ হব জানো। সেইবাবে ফিফা বিশ্বকাপ ২০২৬ৰ সামৰণি অনুষ্ঠানত বিশ্বৰ খ্যাতনামা শিল্পীৰে ভৰি পৰিব নিউ জাৰ্ছী ষ্টেডিয়াম।

যদিও মেচখন নিশা ১১ বজাৰ পৰা আৰম্ভ হ’ব, উদযাপন আৰম্ভ হ’ব সন্ধিয়া ৯:৩০ বজাৰ পৰাই। এইবাৰৰ বিশ্বকাপ ৪৮টা দলে অংশগ্ৰহণ কৰা এক বৃহৎ প্ৰতিযোগিতা আছিল। আমেৰিকা, কানাডা আৰু মেক্সিকোৱে যৌথভাৱে এই প্ৰতিযোগিতাৰ আয়োজক দেশ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল আৰু মুঠ ১৬খন চহৰত খেলসমূহ অনুষ্ঠিত হয়।

সামৰণি অনুষ্ঠানত কোন কোন থাকিব?

ফাইনেল খেল আৰম্ভ হোৱাৰ আগে আগে আৰু হাফটাইমত বহু বিশ্ববিখ্যাত শিল্পীয়ে পৰিৱেশন কৰিব গান আৰু নৃত্য। সামৰণি অনুষ্ঠানৰ মুখ্য শিল্পী হিচাপে থাকিব পোষ্ট মেলোন। আনহাতে জেনিফাৰ হাডছনে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰিব। হাফটাইম অনুষ্ঠানত জাষ্টিন বিবাৰ, মাডোনা, ছাকিৰা, বাৰ্না বয়, বিটিএছ (BTS), ক্ৰিছ মাৰ্টিন আৰু ক’ল্ডপ্লেৰ লগতে গুস্তাভো ডুডামেলৰ দৰে জনপ্ৰিয় শিল্পীসকলে পৰিবেশন কৰিব গান। ইয়াৰ উপৰিও টম ক্ৰুজ, আইশ’ স্পিড (IShowSpeed), ৰবি উইলিয়ামছ, নিক’ল শ্বেৰ্জিংগাৰ আৰু ল’ৰা পাউচিনিৰ দৰে বহু খ্যাতনামা ব্যক্তিত্বয়ো মেচখন উপভোগ কৰা দেখা যাব পাৰে।

ভাৰতত কেতিয়া আৰু ক’ত চাব পাৰিব?

ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেল ১৯ জুলাই ২০২৬ তাৰিখে অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন ২০ জুলাইৰ নিশা ১২:৩০ বজাৰ পৰা আৰম্ভ হ’ব। দৰ্শকে টেলিভিছনত ডি ডি নেচনেল (DD National) আৰু ইউনাইটেড ৮ স্প’ৰ্টছ (United 8 Sports) চেনেলত খেলখন উপভোগ কৰিব পাৰিব। আনহাতে অনলাইনত বা অ’টিটি প্লেটফৰ্মত খেলখন ZEE5-ত লাইভ ষ্ট্ৰীমিংৰ জৰিয়তে চাব পাৰিব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Fifa world cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ
বিনোদন

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

August 6, 2026
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ
জীৱনশৈলী

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

August 6, 2026
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ
বিনোদন

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

August 6, 2026
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে
বিনোদন

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

August 6, 2026
Next Post
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ'ব উভৈনদী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.