• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

2 months ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

11 minutes ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

59 minutes ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

1 hour ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

2 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

3 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

3 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

3 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

4 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

5 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

5 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

6 hours ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

 নিজৰ অভিজ্ঞতা সন্দৰ্ভত কি ক'লে ছোহেল খানে?

editor by editor
July 18, 2026
in চিনেমা, বিনোদন, বিবিধ
0
‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্প্ৰতি ৰিয়েলিটী শ্বোসমূহত নিজৰ শৈশৱ বা কিশোৰকালৰ কিছুমান অলিখিত অভিজ্ঞতা প্ৰকাশ কৰাটো নতুন ট্ৰেণ্ডত পৰিণত হৈছে। কিছুদিন পূৰ্বে সৰুপৰ্দাৰ জনপ্ৰিয় অভিনেতা ৰাম কাপুৰে নিজৰ লগত হোৱা নিৰ্যা*তনৰ ঘটনা খোলাখুলিকৈ এটা ৰিয়েলিটী শ্বোত প্ৰকাশ কৰিছিল। এইবাৰ বলীউডৰ অভিনেতা তথা ছলমান খানৰ ভাতৃ ছোহেল খানেও নিজৰ লগত শৈশৱকালত হোৱা এটা হৃদয়বিদাৰক অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিছে। তেওঁ এই বিষয়ত মুকলিকৈ কয় যে শৈশৱত তেওঁ যৌ*ন নিৰ্যা*তনৰ বলি হৈছিল, কিন্তু সেই ঘটনাৰ বিষয়ে বহু বছৰ ধৰি কাকো একো কব পৰা নাছিল। ৰিয়েলিটি শ্ব’ ‘Alliance’ত অংশগ্ৰহণ কৰাৰ সময়ত তেওঁ এই কথা প্ৰথমবাৰৰ বাবে মুকলিকৈ ব্যক্ত কৰে। শ্ব’টোত ছোহেল খানে সহ-প্ৰতিযোগী আৰছলান গোনী, ৰুহী দোছানী আৰু আলী গোনীৰ সৈতে কৰা বাৰ্তালাপত নিজৰ শৈশৱৰ সেই বেদনাদায়ক অভিজ্ঞতা ভাগ-বটোৱাৰা কৰে।

‘মোক যৌ*ন নিৰ্যাতন চলাইছিল’

শ্বোটোত ৰেগিং আৰু মানসিক আঘাতৰ বিষয়ত আলোচনা চলি থাকোঁতে ছোহেলে কয়, “মই সৰু থাকোঁতে এজন ব্যক্তিয়ে মোৰ ওপৰত যৌ*ন নিৰ্যা*তন চলাইছিল। কিন্তু সেই কথা বহু বছৰ ধৰি মই নিজৰ ভিতৰতে ৰাখিছিলোঁ।” পিছত ডাঙৰ হোৱাৰ পিছত তেওঁ এই ঘটনাৰ বিষয়ে পিতৃক জনায়। ছোহেলৰ মতে, তেওঁৰ পিতৃয়ে আচৰিত হৈ সুধিছিল—“ইমান বছৰ ধৰি এই কথা নিজৰ মাজতে কিয় ৰাখিলা?” তেতিয়া ছোহেলে কয়, সেই সময়ত তেওঁ এই ঘটনা ক’বলৈ লাজ পাইছিল। যদিও তেওঁ স্পষ্টকৈ স্বীকাৰ কৰে যে এই ঘটনাত তেওঁৰ কোনো দোষ নাছিল, তথাপিও সমাজৰ ভয় আৰু লাজৰ বাবে তেওঁ নীৰৱ হৈ আছিল। শ্ব’টোৰ সঞ্চালক কুণাল খেমুৰ সৈতে হোৱা কথোপকথনত ছোহেলে জনায় যে ইয়াৰ আগত তেওঁ বহু ৰিয়েলিটি শ্ব’ত সঞ্চালনা আৰু বিচাৰকৰ দায়িত্ব পালন কৰিছে। কিন্তু প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰাৰ পিছতহে তেওঁ প্ৰতিযোগীসকলে সন্মুখীন হোৱা মানসিক আৰু আৱেগিক চাপ কিমান গভীৰ, সেয়া বাস্তৱিকভাৱে উপলব্ধি কৰিছে।

শ্ব’ত প্ৰাক্তন পত্নী সীমা সাজদেহৰ ৱাইল্ডকাৰ্ড এণ্ট্ৰি
এই ৰিয়েলিটি শ্ব’তেই ছোহেল খানৰ সৈতে তেওঁৰ প্ৰাক্তন পত্নী সীমা সাজদেহও অংশগ্ৰহণ কৰিছে। সীমাই ৱাইল্ডকাৰ্ড প্ৰতিযোগী হিচাপে শ্ব’টোত প্ৰৱেশ কৰাৰ পিছত দুয়োৰে মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আৰু ভাল সমন্বয় দেখা গৈছে। সীমাক আদৰণি জনাই ছোহেলে কয় “মই এই সুন্দৰ মহিলাগৰাকীৰ সৈতে ২৫ বছৰ কটাইছোঁ। যদিও আমাৰ সম্পৰ্কত কোনো ভুল হৈছিল, তাৰ দায়িত্ব মই নিজেই লওঁ।” এইদৰে ছোহেলে সীমাৰ প্ৰশংসাও কৰে আৰু তেওঁৰ প্ৰতি সন্মান প্ৰকাশ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?
বিনোদন

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

September 3, 2026
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম
ৰাজনীতি

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

September 3, 2026
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা
জীৱনশৈলী

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

September 3, 2026
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান
জীৱনশৈলী

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

September 3, 2026
Next Post
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ'ব পাৰে প্লাষ্টিকৰ নোট!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.