• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

15 minutes ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

9 seconds ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

40 minutes ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

1 hour ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

2 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

4 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

5 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

5 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

6 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

7 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

8 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

9 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২ জুলাইৰ দিনটো আপোনাৰ কেনে যাব?

editor by editor
July 21, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
0
SHARES
7
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেষ (Aries)
শুভ ৰং: চেৰী ৰঙা। গতিকে চেৰী ৰঙা ৰঙৰ পোচাক পৰিধান কৰিলে আপোনাৰ বাবে শুভ ফলদায়ক হোৱাৰ সম্ভাৱনা আছে।
শুভ সংখ্যা: ৩
প্ৰেম: সংগীৰ সৈতে আন্তৰিক কথা-বতৰাই সম্পৰ্ক অধিক মজবুত কৰিব। অবিবাহিতসকলৰ নতুন পৰিচয় হোৱাৰ সম্ভাৱনা আছে।
কৰ্মসংস্থাপন: নতুন দায়িত্ব লাভ কৰিব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলৰ পৰা প্ৰশংসা পোৱাৰ যোগ আছে।
ব্যৱসায়: অংশীদাৰিত্বৰ ব্যৱসায়ত লাভ হ’ব পাৰে। বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক।
আৰ্থিক অৱস্থা: অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিলে সঞ্চয় বৃদ্ধি পাব।
স্বাস্থ্য: পৰ্যাপ্ত পানী খাওক আৰু অতিমাত্ৰা শাৰীৰিক পৰিশ্ৰমৰ পৰা বিৰত থাকক।
শুভ পৰামৰ্শ: খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ সলনি চিন্তা-ভাবনা কৰি আগবাঢ়ক।

বৃষ (Taurus)
শুভ ৰং: বগা। বগা ৰঙৰ পোচাক পৰিধান কৰাটো আপোনাৰ বাবে শুভ ফলদায়ক হোৱাৰ সম্ভাৱনা আছে।
শুভ সংখ্যা: ৬
প্ৰেম: পৰিয়াল আৰু সংগীৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব।
কৰ্মসংস্থাপন: কৰ্মক্ষেত্ৰত নিয়মানুবৰ্তিতা আপোনাৰ শক্তি হ’ব।
ব্যৱসায়: নতুন ঋণ লোৱাৰ পৰা বিৰত থাকক। পুৰণি ব্যৱসায়ত স্থিৰ লাভ থাকিব।
আৰ্থিক অৱস্থা: আয় স্থিৰ থাকিব যদিও অপচয় নকৰিব।
স্বাস্থ্য: হজম শক্তিৰ যত্ন লওক, লঘু আহাৰ গ্ৰহণ কৰক।
শুভ পৰামৰ্শ: ধৈৰ্য আৰু শৃংখলাই সফলতাৰ চাবিকাঠি।

মিথুন (Gemini)
শুভ ৰং: মাখনৰ হালধীয়া। এই ৰঙৰ পোচাক পৰিধান কৰিলে আপোনাৰ বাবে শুভ ফলদায়ক হোৱাৰ সম্ভাৱনা আছে।
শুভ সংখ্যা: ১৪
প্ৰেম: ভুল বুজাবুজিৰ সৃষ্টি হব পাৰে কিন্তু মনৰ কথা স্পষ্টকৈ ক’লে ভুল বুজাবুজি আঁতৰিব।
কৰ্মসংস্থাপন: যোগাযোগ দক্ষতাই সফলতা কঢ়িয়াই আনিব।
ব্যৱসায়: নতুন গ্ৰাহক লাভৰ সম্ভাৱনা আছে।
আৰ্থিক অৱস্থা: সৰু লাভে ভৱিষ্যতে ডাঙৰ সুফল দিব।
স্বাস্থ্য: মানসিক চাপ কম ৰাখিবলৈ বিশ্ৰাম লওক।
শুভ পৰামৰ্শ: নতুন ধাৰণা বাস্তৱায়িত কৰিবলৈ আজি উপযুক্ত দিন।

কৰ্কট (Cancer)
শুভ ৰং: মুক্তা বগা। এই ৰঙৰ পোচাক পৰিধান কৰিলে কাইলৈ আপোনাৰ বাবে শুভ ফলদায়ক হোৱাৰ সম্ভাৱনা আছে।
শুভ সংখ্যা: ২
প্ৰেম: পৰিয়ালৰ সান্নিধ্যই আনন্দ দিব। সংগীৰ সমৰ্থন লাভ কৰিব।
কৰ্মসংস্থাপন: অসমাপ্ত কাম শেষ কৰাত গুৰুত্ব দিয়ক।
ব্যৱসায়: নতুন বিনিয়োগ আপাতত পিছুৱাই দিয়াই ভাল।
আৰ্থিক অৱস্থা: অপ্রয়োজনীয় খৰচ এৰাই চলক।
স্বাস্থ্য: পৰ্যাপ্ত বিশ্ৰাম লওক আৰু খাদ্যাভ্যাস নিয়মীয়া ৰাখক।
শুভ পৰামৰ্শ: ধৈৰ্য ধৰিলে ভাল ফল লাভ কৰিব।

সিংহ (Leo)
শুভ ৰং: সোণালী, হালধীয়া। এই দুটা ৰঙৰ পোচাক পৰিধান কৰিলে কাইলৈ আপোনাৰ বাবে শুভ ফলদায়ক হোৱাৰ সম্ভাৱনা আছে।
শুভ সংখ্যা: ১
প্ৰেম: সংগীৰ সৈতে মধুৰ সম্পৰ্ক গঢ়ি উঠিব।
কৰ্মসংস্থাপন: নেতৃত্বৰ গুণে আপোনাক আগুৱাই নিব।
ব্যৱসায়: নতুন চুক্তি বা সহযোগিতাৰ সম্ভাৱনা আছে।
আৰ্থিক অৱস্থা: বিলাসী খৰচ কমাওক।
স্বাস্থ্য: টোপনি ক্ষতি কৰাৰ পৰা বিৰত থাকক।
শুভ পৰামৰ্শ: আত্মবিশ্বাস বজাই ৰাখক।

কন্যা (Virgo)
শুভ ৰং: গাঢ় সেউজীয়া। পাৰিলে কাইলৈ গাঢ় সেউজীয়া ৰঙৰ পোছাক পৰিধান কৰিব পাৰে
শুভ সংখ্যা: ১৮
প্ৰেম: সৰু সৰু কথাত অভিমান নকৰিব।
কৰ্মসংস্থাপন: আপোনাৰ সূক্ষ্ম পৰ্যবেক্ষণ ক্ষমতাই সফলতা আনিব।
ব্যৱসায়: পৰিকল্পনা অনুসৰি আগবাঢ়িলে লাভ হ’ব।
আৰ্থিক অৱস্থা: সঞ্চয় বৃদ্ধি হোৱাৰ সম্ভাৱনা।
স্বাস্থ্য: নিয়মীয়া ব্যায়াম উপকাৰী হ’ব।
শুভ পৰামৰ্শ: নিজৰ সাফল্য উপভোগ কৰিবলৈও সময় উলিয়াওক।

তুলা (Libra)
শুভ ৰং: গোলাপী
শুভ সংখ্যা: ৭
প্ৰেম: সংগীৰ সৈতে আন্তৰিক সময় কটাব।
কৰ্মসংস্থাপন: দলীয় কামত সফলতা পাব।
ব্যৱসায়: নতুন যোগাযোগে লাভৰ পথ মুকলি কৰিব।
আৰ্থিক অৱস্থা: আয়-ব্যয়ৰ ভাৰসাম্য ৰাখক।
স্বাস্থ্য: মানসিক শান্তি বজাই ৰাখিবলৈ ধ্যান উপকাৰী।
শুভ পৰামৰ্শ: সৰু সৰু সুখৰ মুহূৰ্ত উপভোগ কৰক।

বৃশ্চিক (Scorpio)
শুভ ৰং: মেৰুণ
শুভ সংখ্যা: ৯
প্ৰেম: পুৰণি ভুল বুজাবুজি শেষ হোৱাৰ সম্ভাৱনা।
কৰ্মসংস্থাপন: গোপনে কৰা পৰিশ্ৰমৰ মূল্যায়ন হ’ব।
ব্যৱসায়: ধৈৰ্য ধৰিলে লাভ নিশ্চিত।
আৰ্থিক অৱস্থা: বিনিয়োগৰ আগতে পুনৰ বিবেচনা কৰক।
স্বাস্থ্য: মানসিক চাপ কমাওক।
শুভ পৰামৰ্শ: আৱেগৰ সলনি যুক্তিৰে সিদ্ধান্ত লওক।

ধনু (Sagittarius)
শুভ ৰং: বেঙুনীয়া
শুভ সংখ্যা: ৫
প্ৰেম: নতুন পৰিচয়ে আনন্দ কঢ়িয়াই আনিব।
কৰ্মসংস্থাপন: নতুন সুযোগ লাভৰ সম্ভাৱনা।
ব্যৱসায়: ভ্ৰমণ বা নতুন গ্ৰাহকৰ জৰিয়তে লাভ হ’ব।
আৰ্থিক অৱস্থা: খৰচ নিয়ন্ত্ৰণ কৰক।
স্বাস্থ্য: সুষম আহাৰ গ্ৰহণ কৰক।
শুভ পৰামৰ্শ: ইতিবাচক মনোভাৱে আগবাঢ়ক।

মকৰ (Capricorn)
শুভ ৰং: কফি-বাদামী
শুভ সংখ্যা: ৮
প্ৰেম: সংগীৰ সহযোগিতা লাভ কৰিব।
কৰ্মসংস্থাপন: কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব।
ব্যৱসায়: দীৰ্ঘম্যাদী পৰিকল্পনা লাভজনক হ’ব।
আৰ্থিক অৱস্থা: স্থিৰ উন্নতি দেখা যাব।
স্বাস্থ্য: কাম আৰু বিশ্ৰামৰ মাজত ভাৰসাম্য ৰাখক।
শুভ পৰামৰ্শ: লক্ষ্যৰ লগতে যাত্ৰাকো উপভোগ কৰক।

কুম্ভ (Aquarius)
শুভ ৰং: ইণ্ডিগো
শুভ সংখ্যা: ২২
প্ৰেম: মনৰ কথা প্ৰকাশ কৰিলে সম্পৰ্ক গভীৰ হ’ব।
কৰ্মসংস্থাপন: নতুন চিন্তাধাৰাই সফলতা আনিব।
ব্যৱসায়: অভিনৱ পৰিকল্পনাত লাভৰ সম্ভাৱনা।
আৰ্থিক অৱস্থা: আয় বৃদ্ধি হ’ব পাৰে।
স্বাস্থ্য: মানসিকভাৱে সতেজ অনুভৱ কৰিব।
শুভ পৰামৰ্শ: নিজৰ সৃষ্টিশীলতাক বিশ্বাস কৰক।

মীন (Pisces)
শুভ ৰং: সাগৰীয়া সেউজীয়া
শুভ সংখ্যা: ৯
প্ৰেম: সংগীৰ সৈতে বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব।
কৰ্মসংস্থাপন: সৃষ্টিশীল কামত সফলতা লাভ কৰিব।
ব্যৱসায়: নতুন ধাৰণাই লাভৰ দুৱাৰ মুকলি কৰিব।
আৰ্থিক অৱস্থা: সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক।
স্বাস্থ্য: ধ্যান আৰু যোগাভ্যাসে উপকাৰ কৰিব।

শুভ পৰামৰ্শ: অন্তৰ্দৃষ্টিক বিশ্বাস কৰক, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে বাস্তৱ দিশটোও বিবেচনা কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24daily horoscope
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ
বিনোদন

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

July 21, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
Next Post
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ'ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.