• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

2 months ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

6 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

8 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

8 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

8 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

9 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

9 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

11 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

12 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

12 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

12 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

13 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

'TRPৰ বাবে মোৰ ফটো-ভিডিঅ' ব্যৱহাৰ কৰিছে'

editor by editor
July 29, 2026
in অসম, জীৱনশৈলী, ফেশ্বন, বিবিধ
0
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

Asom Live24ত সম্প্ৰচাৰিত হোৱা এটা সাক্ষাৎকাৰৰ পিছতে মডেল লিচা বৰা এতিয়া চৰ্চাৰ শীৰ্ষত আছে। সাক্ষাৎকাৰটোত মডেল লিচা বৰাই মন্ত্ৰী, MLAৰ নাম লৈ একাংশ দুষ্টচক্ৰই তেওঁলৈ ফোন কৰা বুলি উল্লেখ কৰিছিল। মডেলগৰাকীৰ অভিযোগ অনুসৰি ইয়াৰ পিছতে কেৱল মাত্ৰ TRP আৰু Viewsৰ বাবে ছ’চিয়েল মিডিয়াৰ একাংশ প’ৰ্টেলে অনুমতি অবিহনে মডেল লিচা বৰাৰ ফটো, ভিডিঅ’ ব্যৱহাৰ কৰি মডেলগৰাকীৰ সাক্ষাৎকাৰটোৰ অপবাখ্যা কৰিছে। যাৰ ফলত এতিয়া মানসিকভাৱে ভাগি পৰিছে মডেল লিচা বৰা। Asom Live24ক আন এটা সাক্ষাৎকাৰৰ জৰিয়তে এই কথা সদৰী কৰে মডেলগৰাকীয়ে।

পূৰ্বৰ সাক্ষাৎকাৰটোত লিচা বৰাই কৈছিল যে মন্ত্ৰী-বিধায়কৰ নামত তেওঁলৈ এটা ফোন কল আহিছিল। ফোন কলটোত অপৰিচিত ব্যক্তিজনে লিচা বৰাক Dance কৰা আৰু Drinks কৰা ছোৱালী লাগে বুলি কৈছিল, যাৰ বিনিময় ৮০,০০০ টকা দিব বুলি কোৱা হৈছিল । তেতিয়া লিচা বৰাই সেই অপৰিচিত কলটোত কৈছিল যে কোনো যৌ*ন কামৰ বাবে যদি কাৰোবাক লাগে তেন্তে S*ex worker বিচাৰক। সাক্ষাৎকাৰটো উল্লেখ কৰা মতে মডেলগৰাকীৰ সন্দেহ আছিল যে সেইজন মন্ত্ৰী নাছিল । কোনো দুষ্টচক্ৰই মন্ত্ৰীৰ নামত বদমাচি কৰিছিল। কেৱল সেয়াই নহয়, জনপ্ৰিয় কণ্ঠশিল্পীৰ পৰাও তেওঁ ‘বিশেষ অফাৰ’ পোৱাৰ কথা উল্লেখ কৰিছিল। তেওঁক জনপ্ৰিয় গায়কেও Homestay লৈ মাতিছিল মিউজিক এলবামত কাম দিয়াৰ প্ৰলোভনেৰে। এই বাৰ্তালাপত মডেলগৰাকীয়ে মডেলিং জগতৰ বহু আচৰিত কাহিনীৰ বিষয়েও উল্লেখ কৰে। ইয়াৰ লগতে কিদৰে একাংশই প্ৰথমে টকাৰ লোভ তাৰ পিছত কম্প্ৰোমাইজ কৰাৰ অফাৰ দিয়ে সেয়াও জনায়।

যথেষ্ট সমালোচনা, কটাক্ষৰ সন্মুখীন হৈ মানসিকভাৱে ভাগি পৰা মডেলগৰাকীয়ে পুনৰ এবাৰ Asom Live24লৈ আহি দিয়ে স্পষ্টীকৰণ। নতুন সাক্ষাতকাৰটোত লিচা বৰাই কয়-কোনো মন্ত্ৰী, MLA-ই প্ৰত্যক্ষভাৱে তেওঁলৈ ফোন কৰা নাছিল, মন্ত্ৰী, MLAৰ নাম লৈ দুষ্টচক্ৰইহে মডেলগৰাকীলৈ ফোন কৰিছিল। মডেলগৰাকীয়ে লগতে কয়-Asom Live24ত মই সাক্ষাৎকাৰটো দিছিলো। Asom Live24ত মোৰ কথাখিনি সুন্দৰকৈ প্ৰচাৰ কৰিছে। কিন্তু মোৰ সেই সাক্ষাৎকাৰটোৰ কেৱল মাত্ৰ কিছু অংশ ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত বিভিন্ন পৰ্টেল তথা ব্যক্তিগত ব্যৱহাৰকাৰীয়ে অপপ্ৰচাৰ কৰিছে। মোৰ অনুমতি নোহোৱাকৈ মোৰ ফটো-ভিডিঅ’ ব্যৱহাৰ কৰা হৈছে। লগতে এনে কাম পুনৰ নকৰিবলৈও সকলোকে অনুৰোধ মডেলগৰাকীৰ।

 

মডেল লিচা বৰাৰ সাক্ষাৎকাৰটো চাবলৈ তলত click কৰক

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24lisha boraModel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
Next Post
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ'ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.