• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

3 months ago
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

33 minutes ago
ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

1 hour ago
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

2 hours ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

14 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

15 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

15 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

16 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

17 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

18 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

18 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

19 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

'TRPৰ বাবে মোৰ ফটো-ভিডিঅ' ব্যৱহাৰ কৰিছে'

editor by editor
July 29, 2026
in অসম, জীৱনশৈলী, ফেশ্বন, বিবিধ
0
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

Asom Live24ত সম্প্ৰচাৰিত হোৱা এটা সাক্ষাৎকাৰৰ পিছতে মডেল লিচা বৰা এতিয়া চৰ্চাৰ শীৰ্ষত আছে। সাক্ষাৎকাৰটোত মডেল লিচা বৰাই মন্ত্ৰী, MLAৰ নাম লৈ একাংশ দুষ্টচক্ৰই তেওঁলৈ ফোন কৰা বুলি উল্লেখ কৰিছিল। মডেলগৰাকীৰ অভিযোগ অনুসৰি ইয়াৰ পিছতে কেৱল মাত্ৰ TRP আৰু Viewsৰ বাবে ছ’চিয়েল মিডিয়াৰ একাংশ প’ৰ্টেলে অনুমতি অবিহনে মডেল লিচা বৰাৰ ফটো, ভিডিঅ’ ব্যৱহাৰ কৰি মডেলগৰাকীৰ সাক্ষাৎকাৰটোৰ অপবাখ্যা কৰিছে। যাৰ ফলত এতিয়া মানসিকভাৱে ভাগি পৰিছে মডেল লিচা বৰা। Asom Live24ক আন এটা সাক্ষাৎকাৰৰ জৰিয়তে এই কথা সদৰী কৰে মডেলগৰাকীয়ে।

পূৰ্বৰ সাক্ষাৎকাৰটোত লিচা বৰাই কৈছিল যে মন্ত্ৰী-বিধায়কৰ নামত তেওঁলৈ এটা ফোন কল আহিছিল। ফোন কলটোত অপৰিচিত ব্যক্তিজনে লিচা বৰাক Dance কৰা আৰু Drinks কৰা ছোৱালী লাগে বুলি কৈছিল, যাৰ বিনিময় ৮০,০০০ টকা দিব বুলি কোৱা হৈছিল । তেতিয়া লিচা বৰাই সেই অপৰিচিত কলটোত কৈছিল যে কোনো যৌ*ন কামৰ বাবে যদি কাৰোবাক লাগে তেন্তে S*ex worker বিচাৰক। সাক্ষাৎকাৰটো উল্লেখ কৰা মতে মডেলগৰাকীৰ সন্দেহ আছিল যে সেইজন মন্ত্ৰী নাছিল । কোনো দুষ্টচক্ৰই মন্ত্ৰীৰ নামত বদমাচি কৰিছিল। কেৱল সেয়াই নহয়, জনপ্ৰিয় কণ্ঠশিল্পীৰ পৰাও তেওঁ ‘বিশেষ অফাৰ’ পোৱাৰ কথা উল্লেখ কৰিছিল। তেওঁক জনপ্ৰিয় গায়কেও Homestay লৈ মাতিছিল মিউজিক এলবামত কাম দিয়াৰ প্ৰলোভনেৰে। এই বাৰ্তালাপত মডেলগৰাকীয়ে মডেলিং জগতৰ বহু আচৰিত কাহিনীৰ বিষয়েও উল্লেখ কৰে। ইয়াৰ লগতে কিদৰে একাংশই প্ৰথমে টকাৰ লোভ তাৰ পিছত কম্প্ৰোমাইজ কৰাৰ অফাৰ দিয়ে সেয়াও জনায়।

যথেষ্ট সমালোচনা, কটাক্ষৰ সন্মুখীন হৈ মানসিকভাৱে ভাগি পৰা মডেলগৰাকীয়ে পুনৰ এবাৰ Asom Live24লৈ আহি দিয়ে স্পষ্টীকৰণ। নতুন সাক্ষাতকাৰটোত লিচা বৰাই কয়-কোনো মন্ত্ৰী, MLA-ই প্ৰত্যক্ষভাৱে তেওঁলৈ ফোন কৰা নাছিল, মন্ত্ৰী, MLAৰ নাম লৈ দুষ্টচক্ৰইহে মডেলগৰাকীলৈ ফোন কৰিছিল। মডেলগৰাকীয়ে লগতে কয়-Asom Live24ত মই সাক্ষাৎকাৰটো দিছিলো। Asom Live24ত মোৰ কথাখিনি সুন্দৰকৈ প্ৰচাৰ কৰিছে। কিন্তু মোৰ সেই সাক্ষাৎকাৰটোৰ কেৱল মাত্ৰ কিছু অংশ ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত বিভিন্ন পৰ্টেল তথা ব্যক্তিগত ব্যৱহাৰকাৰীয়ে অপপ্ৰচাৰ কৰিছে। মোৰ অনুমতি নোহোৱাকৈ মোৰ ফটো-ভিডিঅ’ ব্যৱহাৰ কৰা হৈছে। লগতে এনে কাম পুনৰ নকৰিবলৈও সকলোকে অনুৰোধ মডেলগৰাকীৰ।

 

মডেল লিচা বৰাৰ সাক্ষাৎকাৰটো চাবলৈ তলত click কৰক

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24lisha boraModel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা
জীৱনশৈলী

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

October 24, 2026
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি
জীৱনশৈলী

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

October 24, 2026
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক
অপৰাধ

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

October 23, 2026
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
Next Post
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ'ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.