• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

2 months ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

40 minutes ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

1 hour ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

2 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

2 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

3 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

3 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

4 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

4 hours ago
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

6 hours ago
বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

6 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

6 hours ago
বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

৬০০ কোটি টকাতকৈও অধিক সম্পত্তি জব্দ

editor by editor
July 29, 2026
in অপৰাধ, বিবিধ, ভাৰত, লেখা
0
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঝাৰখণ্ডৰ ধনবাদ, যাক ‘ক’লা হীৰাৰ চহৰ’ বুলি কোৱা হয়, এই ধনবাদেই পুনৰবাৰ EDৰ অভিযানৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। অবৈধ কয়লা খনন, ধন দাবী আৰু ধন সৰবৰাহৰ অভিযোগৰ ভিত্তিত ED-এ ধনবাদত এতিয়ালৈকে অন্যতম বৃহৎ অভিযান চলাইছে। ধনবাদৰ আগশাৰীৰ কয়লা ব্যৱসায়ী আৰু আউটচ’ৰ্চিং ঠিকাদাৰৰ ৩০টাতকৈও অধিক স্থানত ED-এ একেলগে তালাচী চলোৱা হয়। এই অভিযানত BCCL অন্যতম প্ৰভাৱশালী আউটচ’ৰ্চিং ব্যৱসায়ী লাল বাবু সিং, কয়লা ব্যৱসায়ী অনিল গোৱাল আৰু তেওঁলোকৰ সহযোগীৰ ৬০০ কোটি টকাৰো অধিক মূল্যৰ সম্পত্তি আৰু বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ সন্ধান লাভ কৰা বুলি তদন্তকাৰী সংস্থাই প্ৰকাশ কৰিছে।

ধনবাদৰ চৰাইদেলা, কাতৰাছ, ঝাৰিয়া আৰু বেংক ম’ৰ অঞ্চলত EDৰ ৰাঁচী জ’নেল কাৰ্যালয়ৰ বিশেষ দলে একেলগে অভিযান আৰম্ভ কৰে। হঠাতে চলোৱা এই তালাচীৰ ফলত সমগ্ৰ কয়লা বেল্টত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। এল বি সিঙৰ বিভিন্ন প্ৰতিষ্ঠানত অনুসন্ধান চলাই ED-এ বিপুল পৰিমাণৰ সন্দেহজনক সম্পত্তিৰ তথ্য লাভ কৰে। ইয়াৰ ভিতৰত প্ৰায় ১৬০ কোটি টকা মূল্যৰ মিউচুৱেল ফাণ্ড একাউণ্ট ফ্ৰীজ কৰা হৈছে আৰু ৬০০ কোটি টকাৰো অধিক মূল্যৰ বেনামী সম্পত্তিৰ সন্ধান পোৱা গৈছে।

অভিযানকালত তদন্তকাৰী সংস্থাই ২০০ৰো অধিক স্থাৱৰ সম্পত্তিৰ নথি উদ্ধাৰ কৰে। ইয়াৰ ভিতৰত প্লট, বাণিজ্যিক কমপ্লেক্স, খনি-সংশ্লিষ্ট শ্বেয়াৰ আদি অন্তৰ্ভুক্ত আছে। এই সম্পত্তিসমূহৰ আনুমানিক বজাৰ মূল্য ৫০০ কোটি টকাৰ পৰা ৬০০ কোটি টকাৰো অধিক বুলি অনুমান কৰা হৈছে। ইয়াৰ উপৰি বিভিন্ন স্থানৰ পৰা এক কোটি টকাতকৈও অধিক হিচাপবিহীন নগদ ধন, একাধিক ডিজিটেল ডিভাইচ আৰু বহু বেংক একাউণ্টৰ নথিপত্ৰ জব্দ কৰা হৈছে।

ধনবাদৰ কয়লা মাফিয়াৰ ইতিহাস বহু পুৰণি। ১৯৭০ চনত বিচিচিএলৰ ৰাষ্ট্ৰীয়কৰণৰ পিছৰে পৰা এই অঞ্চলত অবৈধ কয়লা খনন আৰু ছিণ্ডিকেটৰাজৰ বিস্তাৰ ঘটে। ১৯৭০ৰ পৰা ২০০০ চনলৈকে ধনবাদত গেং-আধিপত্যৰ ৰাজত্ব চলিছিল। বি.পি. সিনহা আৰু সূৰ্যদেৱ সিঙৰ দৰে শক্তিশালী গেঙৰ সময়ত কয়লা খনিৰ নিয়ন্ত্ৰণক কেন্দ্ৰ কৰি বহু ৰক্তাক্ত সংঘৰ্ষও সংঘটিত হৈছিল। জনপ্ৰিয় চলচ্চিত্ৰ Gangs of Wasseypur-ৰ কাহিনীৰ মূল পটভূমিও এই অঞ্চলৰ বাস্তৱ ঘটনাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছিল।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24coaled raid
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?
বিজ্ঞান

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

October 1, 2026
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি
ভাৰত

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

October 1, 2026
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ
জীৱনশৈলী

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

October 1, 2026
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী
অপৰাধ

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

October 1, 2026
Next Post
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.