• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

3 months ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

22 minutes ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

54 minutes ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

1 hour ago
শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

14 hours ago
ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

14 hours ago
দাঢ়ি ৰখাটো স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ নেকি?

দাঢ়ি ৰখাটো স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ নেকি?

14 hours ago
নাবালিকাক অপ*হৰণ কৰি দলবদ্ধ অ*পকৰ্ম!

নাবালিকাক অপ*হৰণ কৰি দলবদ্ধ অ*পকৰ্ম!

15 hours ago
মহাকাশত দেখা গ’ল এক ভয়ংকৰ দৃশ্য

মহাকাশত দেখা গ’ল এক ভয়ংকৰ দৃশ্য

16 hours ago
নবৌৱেকক দিছিল অ*শ্লীল ইংগিত, অগ্নিশৰ্মা ভাতৃয়ে কৰিলে এই কাম

নবৌৱেকক দিছিল অ*শ্লীল ইংগিত, অগ্নিশৰ্মা ভাতৃয়ে কৰিলে এই কাম

16 hours ago
নৱেম্বৰত এই ৬ ৰাশিৰ হ’ব ভাগ্যোদয়

নৱেম্বৰত এই ৬ ৰাশিৰ হ’ব ভাগ্যোদয়

17 hours ago
২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

18 hours ago
ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

৬০০ কোটি টকাতকৈও অধিক সম্পত্তি জব্দ

editor by editor
July 29, 2026
in অপৰাধ, বিবিধ, ভাৰত, লেখা
0
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঝাৰখণ্ডৰ ধনবাদ, যাক ‘ক’লা হীৰাৰ চহৰ’ বুলি কোৱা হয়, এই ধনবাদেই পুনৰবাৰ EDৰ অভিযানৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। অবৈধ কয়লা খনন, ধন দাবী আৰু ধন সৰবৰাহৰ অভিযোগৰ ভিত্তিত ED-এ ধনবাদত এতিয়ালৈকে অন্যতম বৃহৎ অভিযান চলাইছে। ধনবাদৰ আগশাৰীৰ কয়লা ব্যৱসায়ী আৰু আউটচ’ৰ্চিং ঠিকাদাৰৰ ৩০টাতকৈও অধিক স্থানত ED-এ একেলগে তালাচী চলোৱা হয়। এই অভিযানত BCCL অন্যতম প্ৰভাৱশালী আউটচ’ৰ্চিং ব্যৱসায়ী লাল বাবু সিং, কয়লা ব্যৱসায়ী অনিল গোৱাল আৰু তেওঁলোকৰ সহযোগীৰ ৬০০ কোটি টকাৰো অধিক মূল্যৰ সম্পত্তি আৰু বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ সন্ধান লাভ কৰা বুলি তদন্তকাৰী সংস্থাই প্ৰকাশ কৰিছে।

ধনবাদৰ চৰাইদেলা, কাতৰাছ, ঝাৰিয়া আৰু বেংক ম’ৰ অঞ্চলত EDৰ ৰাঁচী জ’নেল কাৰ্যালয়ৰ বিশেষ দলে একেলগে অভিযান আৰম্ভ কৰে। হঠাতে চলোৱা এই তালাচীৰ ফলত সমগ্ৰ কয়লা বেল্টত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। এল বি সিঙৰ বিভিন্ন প্ৰতিষ্ঠানত অনুসন্ধান চলাই ED-এ বিপুল পৰিমাণৰ সন্দেহজনক সম্পত্তিৰ তথ্য লাভ কৰে। ইয়াৰ ভিতৰত প্ৰায় ১৬০ কোটি টকা মূল্যৰ মিউচুৱেল ফাণ্ড একাউণ্ট ফ্ৰীজ কৰা হৈছে আৰু ৬০০ কোটি টকাৰো অধিক মূল্যৰ বেনামী সম্পত্তিৰ সন্ধান পোৱা গৈছে।

অভিযানকালত তদন্তকাৰী সংস্থাই ২০০ৰো অধিক স্থাৱৰ সম্পত্তিৰ নথি উদ্ধাৰ কৰে। ইয়াৰ ভিতৰত প্লট, বাণিজ্যিক কমপ্লেক্স, খনি-সংশ্লিষ্ট শ্বেয়াৰ আদি অন্তৰ্ভুক্ত আছে। এই সম্পত্তিসমূহৰ আনুমানিক বজাৰ মূল্য ৫০০ কোটি টকাৰ পৰা ৬০০ কোটি টকাৰো অধিক বুলি অনুমান কৰা হৈছে। ইয়াৰ উপৰি বিভিন্ন স্থানৰ পৰা এক কোটি টকাতকৈও অধিক হিচাপবিহীন নগদ ধন, একাধিক ডিজিটেল ডিভাইচ আৰু বহু বেংক একাউণ্টৰ নথিপত্ৰ জব্দ কৰা হৈছে।

ধনবাদৰ কয়লা মাফিয়াৰ ইতিহাস বহু পুৰণি। ১৯৭০ চনত বিচিচিএলৰ ৰাষ্ট্ৰীয়কৰণৰ পিছৰে পৰা এই অঞ্চলত অবৈধ কয়লা খনন আৰু ছিণ্ডিকেটৰাজৰ বিস্তাৰ ঘটে। ১৯৭০ৰ পৰা ২০০০ চনলৈকে ধনবাদত গেং-আধিপত্যৰ ৰাজত্ব চলিছিল। বি.পি. সিনহা আৰু সূৰ্যদেৱ সিঙৰ দৰে শক্তিশালী গেঙৰ সময়ত কয়লা খনিৰ নিয়ন্ত্ৰণক কেন্দ্ৰ কৰি বহু ৰক্তাক্ত সংঘৰ্ষও সংঘটিত হৈছিল। জনপ্ৰিয় চলচ্চিত্ৰ Gangs of Wasseypur-ৰ কাহিনীৰ মূল পটভূমিও এই অঞ্চলৰ বাস্তৱ ঘটনাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছিল।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24coaled raid
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!
উত্তৰ-পূব

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

October 23, 2026
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ
জীৱনশৈলী

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

October 23, 2026
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!
জীৱনশৈলী

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

October 23, 2026
শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?
জীৱনশৈলী

শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

October 22, 2026
Next Post
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.