• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

2 weeks ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

38 minutes ago
লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

1 hour ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

2 hours ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

সফলতাত বাধা আৰু অৰ্থ ক্ষয়? তেন্তে আজিয়েই এইদৰে কৰক হনুমানৰ পূজা!

2 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

আজি ৩ ৰাশিয়ে পাব নতুন সুযোগ, কিন্তু কাৰ কাৰ জীৱনত আহিব দুৰ্যোগ!

3 hours ago
দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

10 hours ago
আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

11 hours ago
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

11 hours ago
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

12 hours ago
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

13 hours ago
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

13 hours ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

ক্ৰেডিট কাৰ্ড আৰু ইণ্টাৰনেট বেংকিঙত সৰ্বাধিক গোচৰ

editor by editor
July 29, 2026
in অপৰাধ, প্ৰযুক্তি, বিবিধ, ভাৰত
0
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?
0
SHARES
105
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল যুগৰ আগমনৰ লগে লগে ভাৰতত চাইবাৰ জালিয়াতিৰ ঘটনাও বাঢ়িছে। প্ৰতিদিনে বহু লোক চাইবাৰ অপৰাধীৰ বলি হয়। অপৰাধীয়ে বেংক একাউণ্টৰ পৰা ধন উলিয়াবলৈ ন ন কৌশল অৱলম্বন কৰে। শেহতীয়াকৈ বিত্ত মন্ত্ৰালয়ে ৰাজ্যসভাত প্ৰদান কৰা তথ্য অনুসৰি ২০২২ চনৰ বিত্তীয় বৰ্ষৰ পৰা বিগত বৰ্ষৰ ছেপ্টেম্বৰলৈকে ভাৰতত ৫.৮৩ লাখতকৈও অধিক ডিজিটেল পেমেণ্ট জালিয়াতিৰ গোচৰ ৰুজু হৈছে, য’ত ৩,৫৮৮.২২ কোটি টকাৰ জালিয়াতি জড়িত হৈ আছে। আটাইতকৈ আচৰিত কথাটো হ’ল বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহে মাত্ৰ ২৩৮.৮৩ কোটি টকাহে আদায় কৰিবলৈ সক্ষম হৈছে, যিটো মুঠ ধনৰ প্ৰায় ৭ শতাংশহে।

ক্ৰেডিট কাৰ্ড আৰু ইণ্টাৰনেট বেংকিঙত সৰ্বাধিক গোচৰ

এই সময়ছোৱাত তালিকাভুক্ত জালিয়াতিৰ গোচৰৰ অধিকাংশই ক্ৰেডিট কাৰ্ড আৰু ইণ্টাৰনেট বেংকিঙৰ সৈতে জড়িত। ক্ৰেডিট কাৰ্ড জালিয়াতিৰ ২৪৩,৮৪৯টা গোচৰ যত মুঠ ১,৪৪৭.২৭ কোটি টকাৰ প্ৰৱঞ্চনামূলক লেনদেন জড়িত। আনহাতে ইণ্টাৰনেট বেংকিং জালিয়াতিৰ মুঠ ২,৪২,৫৬২টা গোচৰ পঞ্জীয়ন কৰা হৈছে, য’ত চাইবাৰ অপৰাধীয়ে ১,৭৩০.১৪ কোটি টকা আত্মসাৎ কৰিছে। ডেবিট আৰু এটিএম কাৰ্ডৰ জালিয়াতি তৃতীয় সৰ্বাধিক তালিকাভুক্ত জালিয়াতি সংঘটিত হৈছে, য’ত ৯৪,৯৯১টা গোচৰ যত চাইবাৰ অপৰাধীয়ে মুঠ ৪০১.১৭ কোটি টকা আত্মসাৎ কৰিছে।

আধাৰ সম্পৰ্কীয় জালিয়াতিৰ ১,৩৪৬টা গোচৰ

আধাৰ সক্ষম পেমেণ্ট চিষ্টেম (AePS) আৰু অন্যান্য আধাৰ সম্পৰ্কীয় জালিয়াতিৰ ১৩৪৬টা গোচৰ, যাৰ পৰিমাণ ১.০৬ কোটি টকা। অন্যান্য পেমেণ্ট পদ্ধতি যেনে ৱালেট, প্ৰিপেইড কাৰ্ড, আইএমপিএছ, এনইএফটি, আৰু আৰটিজিএছৰ সৈতে জড়িত প্ৰৱঞ্চনাৰ ফলত সৰ্বসাধাৰণে কম পৰিমাণৰ ধন হেৰুৱাবলগীয়া হৈছিল।
ইয়াৰ উপৰিও ডিজিটেল পেমেণ্ট জালিয়াতিৰ বৰ্ধিত গোচৰ আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে ইয়াৰ বিপদৰ ওপৰত প্ৰশ্নৰ উত্তৰত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধাৰীয়ে কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৬ চনৰ এপ্ৰিলত ‘ডিজিটেল পেমেণ্টত জালিয়াতি প্ৰতিৰোধৰ বাবে সুৰক্ষা ব্যৱস্থা অন্বেষণ’ শীৰ্ষক এক আলোচনা পত্ৰ প্ৰকাশ কৰিছিল।

UPIৰ বাবে প্ৰৱঞ্চনা হ্ৰাস পাইছে

ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (UPI) ভাৰতৰ সৰ্বাধিক ব্যৱহৃত ডিজিটেল পেমেণ্ট প্লেটফৰ্ম হোৱাৰ পিছতো RBIৰ তথ্যই সামৰি লোৱা সময়ছোৱাত মাত্ৰ ৪৫৭টা প্ৰৱঞ্চনাৰ গোচৰহে প্ৰকাশ পাইছিল, য’ত ২.১৩ কোটি টকাৰ জালিয়াতি জড়িত আছিল। গৱেষণা পত্ৰখনত মূলতঃ ছ’চিয়েল ইঞ্জিনিয়াৰিং আৰু তৎক্ষণাত পুঁজি স্থানান্তৰৰ দ্বাৰা পৰিচালিত অনুমোদিত পুছ পেমেণ্ট (এপিপি) জালিয়াতিৰ বৃদ্ধিৰ ওপৰত আলোকপাত কৰা হৈছে। ইয়াৰ উপৰিও কিছুমান বিশেষ ধৰণৰ ডিজিটেল পেমেণ্ট লেনদেনত জড়িত গ্ৰাহকৰ বাবে অতিৰিক্ত সুৰক্ষা ব্যৱস্থাৰ পৰামৰ্শ দিয়া হৈছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cyber crime
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?
বাণিজ্য

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

August 11, 2026
লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!
প্ৰযুক্তি

লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

August 11, 2026
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!
জীৱনশৈলী

বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

August 11, 2026
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!
জীৱনশৈলী

সফলতাত বাধা আৰু অৰ্থ ক্ষয়? তেন্তে আজিয়েই এইদৰে কৰক হনুমানৰ পূজা!

August 11, 2026
Next Post
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.