• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

1 hour ago
তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

15 seconds ago
মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

25 minutes ago
অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

2 hours ago
ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

2 hours ago
‘পকেটমাৰৰ দৰে কাপোৰ পিন্ধে…’ বলীউডৰ কোন অভিনেত্ৰীক এইদৰে ক’লে কংগনা ৰানাৱটে?

‘পকেটমাৰৰ দৰে কাপোৰ পিন্ধে…’ বলীউডৰ কোন অভিনেত্ৰীক এইদৰে ক’লে কংগনা ৰানাৱটে?

3 hours ago
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে অসমৰ জোঁৱাইৰ সমুখত বিজেপিৰ মুখ-ঠেকেচা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে অসমৰ জোঁৱাইৰ সমুখত বিজেপিৰ মুখ-ঠেকেচা

4 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ!

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ!

5 hours ago
কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

6 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈ কেনে যাব আপোনাৰ দিনটো? পঢ়ক ১২টা ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যদ্বাণী

7 hours ago
NHM অসমত ২২০৪ টা ষ্টাফ নাৰ্ছৰ পদ খালী : শীঘ্ৰে কৰক আবেদন

NHM অসমত ২২০৪ টা ষ্টাফ নাৰ্ছৰ পদ খালী : শীঘ্ৰে কৰক আবেদন

7 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

মহে আপোনাক বেছিকৈ কামোৰে নেকি? এই পদ্ধতিৰে হ’ব সুৰক্ষিত!

8 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

বিৱাহৰ পূৰ্বেই ৰোনাল্ডো-জৰ্জিয়ানাৰ চুক্তি! 

editor by editor
August 3, 2026
in ক্ৰীড়া, জীৱনশৈলী, ফেশ্বন, বিনোদন, বিবিধ, বিশ্ব
0
বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ
0
SHARES
87
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিংবদন্তি ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডো আৰু তেওঁৰ প্ৰেয়সী জৰ্জিয়ানা ৰড্ৰিগেজে অৱশেষত বিৱাহ বান্ধোনত আৱদ্ধ হ’বলৈ ম’ন মেলিছে। ৰোনাল্ডো-জৰ্জিয়াৰ বিয়াৰ তাৰিখক লৈ চলি থকা জল্পনা-কল্পনাৰ মাজতে তেওঁলোকৰ বিৱাহৰ পূৰ্বে সম্পন্ন হোৱা এখন চুক্তিক লৈ অনুৰাগীৰ মাজত ব্যাপক চৰ্চা আৰম্ভ হৈছে। স্পেইনৰ সংবাদ মাধ্যম মুণ্ডো ডিপ’ৰ্টিভ’ৰ এক প্ৰতিবেদন অনুসৰি তেওঁলোকৰ আইনী দলসমূহে বিৱাহৰ পূৰ্বে চৰ্তৰ খচৰা প্ৰস্তুত কৰিছে।

ৰোনাল্ডো-জৰ্জিয়াৰ চুক্তিখনৰ মূল চৰ্তসমূহ কি কি?

খবৰ অনুসৰি, যদি দুয়োৰে মাজত বিৱাহ বিচ্ছেদ হয় বা বিৱাহৰ পিছত আইনী বিবাদ হয়, তেন্তে ৰোনাল্ডোৰ পৰা জৰ্জিয়ানা ৰড্ৰিগেজে আৰ্থিক সহায় লাভ কৰিব। চুক্তি অনুসৰি জৰ্জিয়াই ব্যক্তিগত খৰচৰ বাবে প্ৰতিমাহে ১ লাখ ২১ হাজাৰ ডলাৰ অৰ্থাৎ প্ৰায় ১ কোটি টকা লাভ কৰিব। আনহাতে আজীৱন ভাট্টা হিচাপে জৰ্জিয়াই লাভ কৰিব প্ৰতিমাহে প্ৰায় ১ লাখ ১০ হাজাৰ ডলাৰ অৰ্থাৎ প্ৰায় ৯২ লাখ টকা। ইয়াৰ উপৰিও সন্তানৰ ৰক্ষণাবেক্ষণ আৰু তেওঁলোকৰ বিলাসী জীৱনশৈলীৰ বাবে প্ৰতিমাহে ৫ লাখ ডলাৰ অৰ্থাৎ প্ৰায় ৪.২ কোটি টকা লাভ কৰিব।

সম্পত্তি আৰু অন্যান্য সুবিধাসমূহ:

বিৱাহ বিচ্ছেদ হলে মাদ্ৰিদ আৰু লিছবনত থকা বিভিন্ন সম্পত্তিকে ধৰি জৰ্জিয়াই লাভ কৰিবলগীয়া মুঠ সম্পত্তিৰ মূল্য ৫৬ লাখ ডলাৰ (প্ৰায় ৪৭ কোটি টকা)। তেওঁৰ জীৱনশৈলী বজাই ৰাখিবলৈ ৰোনাল্ডোই দিব লাগিব বছৰি ২০ লাখ ডলাৰ (প্ৰায় ১৬.৭ কোটি টকা)। ইয়াৰ উপৰিও এই সম্পত্তিৰ তালিকাত আছে দুখন বিলাসী গাড়ী, ব্যক্তিগত জেট বিমান আৰু বছৰত দুবাৰকৈ অৱসৰ বিনোদনৰ খৰচ।

বিগত কিছুদিনৰ পৰা তেওঁলোকৰ বিয়াৰ বাতৰি প্ৰচাৰ হৈ আহিছে যদিও দুয়োৰে পৰিয়ালে এই বাতৰিক অস্বীকাৰ কৰিছে। যোৱা বছৰ দুয়োৰে বাগ্দান হৈছিল যদিও এতিয়ালৈকে কোনো আনুষ্ঠানিক বিয়াৰ তাৰিখ ঘোষণা কৰা হোৱা নাই। অৱশ্যে এই বাতৰিৰ প্ৰতি আনুষ্ঠানিকভাৱে কোনো সঁহাৰি দিয়া নাই ৰোনাল্ডো বা জৰ্জিয়ানাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cristiano ronaldofootball
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ
জীৱনশৈলী

তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

August 3, 2026
মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা
জীৱনশৈলী

মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

August 3, 2026
অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ
উত্তৰ-পূব

অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

August 3, 2026
ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?
জীৱনশৈলী

ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

August 3, 2026
Next Post
মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.