• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

1 hour ago
অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

4 minutes ago
নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

34 minutes ago
আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

3 hours ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

10 hours ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

11 hours ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

11 hours ago
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

12 hours ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

12 hours ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

13 hours ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

15 hours ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

15 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

আন ১২ জন খেলুৱৈ গুৰুতৰভাৱে আহত

editor by editor
August 7, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, লেখা
0
মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে
0
SHARES
381
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

থাইলেণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। স্থানীয় ফুটবল প্ৰতিযোগিতাৰ এখন মেচ চলি থকৰ সময়তে ২৪ বছৰীয়া যুৱ ফুটবলাৰ ছোফৱান আৱাৰে বজ্ৰপাতৰ ফলত মৃ*ত্যুক সাবটিবলগীয়া হয়। মেচখনত অংশগ্ৰহণ কৰা আন ১২জন খেলুৱৈও আঘাতপ্ৰাপ্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে।

থাইলেণ্ডৰ নাৰথীৱাট প্ৰদেশৰ সুংগাই গোলোক চহৰৰ শান্তিফুপ ষ্টেডিয়ামত গোলোক এফ এ কাপৰ ছেমি ফাইনেল মেচৰ সময়তে এই ঘটনা সংঘটিত হয়। সন্ধিয়া প্ৰায় ৫:৩০ বজাত হঠাতে বতৰ গোমা হৈ আহে আৰু পলকতে তীব্ৰ ধুমুহাৰ সৃষ্টি হয়। আনহাতে বতৰৰ অৱনতিৰ পিছতো আয়োজকে মেচখন অব্যাহত ৰাখে। ইফালে খেলপথাৰৰ ঠিক মাজভাগত বজ্ৰপাত হয়। বজ্ৰপাতত ঘটনাস্থলীতে মৃত্যু হয় ছোফৱান আৱাৰ নামৰ এজন খেলুৱৈ।

মেচখনত বিদ্যুৎস্পৃষ্ট হোৱাৰ পিছতে প্ৰথমে অচেতন হৈ পৰে ছোফৱান আৱাৰ। খেলপথাৰত নিয়োজিত মেডিকেল ৰেচপন্স টিমে লগে লগে খেলুৱৈজনক চিকিৎসা প্ৰদানেৰে ঠিক কৰি তুলিবলৈ চেষ্টা কৰি বিফল হোৱাৰ পিছতে খেলপথাৰৰ ওচৰৰ সমীপৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত মৃত ঘোষণা কৰা হয় খেলুৱৈজনক। এই কথা নিশ্চিত কৰি ছুংগাই গোলকৰ আৰক্ষী অধীক্ষক কৰ্ণেল থুন ছিৰিখন্তই কয় যে, জৰুৰীকালীন চিকিৎসা দলে খেলুৱৈগৰাকীৰ জীৱন ৰক্ষাৰ বাবে সকলো চেষ্টা কৰিছিল যদিও দুৰ্ঘটনাটোত তেওঁৰ মৃত্যু হয়।

ছফৱান এৱাৰ আছিল থাইলেণ্ডৰ এজন প্ৰতিভাৱান উইংগাৰ আৰু দুৰ্ঘটনাৰ মাত্ৰ কেইদিনমান পূৰ্বে থাই লীগ ৩ৰ আগশাৰীৰ ক্লাব য়ালা এফ চিৰ সৈতে চুক্তিবদ্ধ হৈছিল। এই মৰ্মান্তিক ঘটনাৰ পিছতে থাইলেণ্ডৰ ফুটবল এছ’চিয়েশ্যনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃত খেলুৱৈগৰাকীৰ পৰিয়ালৰ লগতে ক্লাবলৈও সমবেদনা জ্ঞাপন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Thailand
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ
অসম

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

August 7, 2026
আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন
জীৱনশৈলী

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

August 7, 2026
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ
প্ৰযুক্তি

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

August 6, 2026
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ
জীৱনশৈলী

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

August 6, 2026
Next Post
নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.