• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

3 weeks ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

46 minutes ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

57 minutes ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

1 hour ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

2 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

3 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

3 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

4 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

4 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

6 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

6 hours ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

7 hours ago
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

বন্যাৰ্তক নিৰ্মাণ কৰি দিব ৫০০টা ঘৰ

editor by editor
August 7, 2026
in অসম, চিনেমা, বিনোদন, বিবিধ, লেখা
0
অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ
0
SHARES
178
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউডৰ অভিনেতা ছলমান খানে অসমৰ বানপীড়িত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। বিভিন্ন সংবাদমাধ্যমৰ প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ছালমান খানে স্বেচ্ছাসেৱী সংস্থা Global Sikhsক সহযোগ কৰি বানত গৃহহীন হোৱা লোকসকলৰ বাবে ৫০০টা অৰ্ধ-স্থায়ী ঘৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে।
ছালমান খানৰ সমাজসেৱামূলক সংস্থা Being Human-এ ইয়াৰ পূৰ্বেও বানপীড়িত অঞ্চলসমূহত খাদ্য, অত্যাৱশ্যকীয় সামগ্ৰী আৰু অন্যান্য সাহায্য আগবঢ়াই আহিছে। এইবাৰ সাহায্য অভিযানৰ দ্বিতীয় পৰ্যায়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক স্থায়ীভাৱে পুনৰ সংস্থাপন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ছলমান খানৰ Being Human-এ।

প্ৰতিবেদন অনুসৰি, অসমৰ আটাইতকৈ অধিক বানপ্ৰভাৱিত অঞ্চলৰ অন্যতম শিৱসাগৰ জিলাৰ নেপালী খুটি গাঁৱত বৰ্তমানলৈকে প্ৰায় ২২০টা অৰ্ধ-স্থায়ী ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। এই ঘৰসমূহ বাঁহ আৰু টিনৰ চাল ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে। বানপ্ৰৱণ অঞ্চলৰ প্ৰয়োজনীয়তা আৰু পৰিস্থিতিৰ কথা মনত ৰাখি ঘৰসমূহ বিশেষভাৱে নক্সা কৰা হৈছে, যাতে বানৰ সময়তো পৰিয়ালসমূহ তুলনামূলকভাৱে সুৰক্ষিতভাৱে বাস কৰিব পাৰে। সংস্থাটোৰ তথ্য অনুসৰি, এই পুনৰ সংস্থাপন প্ৰকল্প পূৰ্বৰ পৰাই তেওঁলোকৰ সাহায্য অভিযানৰ অংশ আছিল। অভিনেতা ৰণদ্বীপ হুদাক ঘটনাস্থলীত সক্ৰিয়ভাৱে সাহায্যকাৰ্য চলোৱা দেখি ছালমান খানে এই অভিযানত সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত লয়।

প্ৰতিটো ঘৰ নিৰ্মাণত ব্যয় হ’ব প্ৰায় ৪০ হাজাৰ টকা

সূত্ৰসমূহে জনোৱা অনুসৰি, ৰণদীপ হুডাই ছালমান খানক Global Sikhs-ৰ সাহায্য অভিযানৰ বিষয়ে অৱগত কৰে। এই অভিযানত প্ৰায় ৭০জন স্বেচ্ছাসেৱক দিনে-ৰাতিয়ে কাম কৰি আছে। সংস্থাটোৰ প্ৰতিষ্ঠাপক অমৰপ্ৰীৎ সিঙে ছালমান খানক জনায় যে প্ৰতিটো অৰ্ধ-স্থায়ী ঘৰ নিৰ্মাণ কৰিবলৈ প্ৰায় ৩৫ হাজাৰৰ পৰা ৪০ হাজাৰ টকা ব্যয় হয়। এই তথ্য লাভ কৰাৰ পিছতেই ছালমান খানে সংস্থাটোৰ সৈতে মিলি ৫০০টা ঘৰ নিৰ্মাণৰ সম্পূৰ্ণ দায়িত্ব লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সাহায্য অভিযান সন্দৰ্ভত অমৰপ্ৰীৎ সিঙে সংবাদ মাধ্যমক জনোৱা মতে, কিছুদিন পূৰ্বে ছালমান খানে তেওঁলোকৰ সৈতে যোগাযোগ কৰি কৈছিল, “আপোনালোকে চিন্তা নকৰিব।”

তেওঁ আৰু জনায় যে ইতিমধ্যে সম্পূৰ্ণ হোৱা ২২০টা ঘৰ বানপীড়িত পৰিয়ালসমূহৰ হাতত হস্তান্তৰ কৰা হৈছে। সংস্থাটোৰ দক্ষ স্বেচ্ছাসেৱক দলটোৱে এদিনতে ৮ৰ পৰা ১০টা ঘৰ নিৰ্মাণ কৰাৰ সক্ষমতা ৰাখে। ফলত অহা কিছুদিনৰ ভিতৰতে ৫০০টা ঘৰ নিৰ্মাণৰ লক্ষ্যও পূৰণ হোৱাৰ আশা প্ৰকাশ কৰা হৈছে। এই পদক্ষেপে অসমৰ বানত ক্ষতিগ্ৰস্ত শতাধিক পৰিয়ালৰ বাবে কেৱল আশ্ৰয়ৰ ব্যৱস্থা কৰাই নহয়, নতুনকৈ জীৱন আৰম্ভ কৰাৰ এক আশাৰ বতৰা কঢ়িয়াই আনিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Salman Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব
জীৱনশৈলী

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

August 27, 2026
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…
জীৱনশৈলী

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

August 27, 2026
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?
জীৱনশৈলী

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

August 27, 2026
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…
বিনোদন

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

August 27, 2026
Next Post
বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ'ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.