অগপৰ দখলত থকা ৭টা সমষ্টি লাগে বিজেপিক। বিনিময়ত বিজেপিৰ দখলত থকা ৬টা সমষ্টি দিব অগপক। লগত দিব কংগ্ৰেছৰ দখলত থকা এটা সমষ্টি। অগপ-বিজেপিৰ কোন কোন বিধায়কে কৰিব লাগিব ত্যাগ।