• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

3 minutes ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

52 minutes ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

2 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

2 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

3 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

3 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

3 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

4 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

5 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

6 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

6 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

7 hours ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

সেউজ সংকেতৰ বাবে অপেক্ষাৰত ৩০০ পাকিস্তানী যুৱতী

editor by editor
August 25, 2026
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত-পাকিস্তানৰ মাজত দীৰ্ঘদিনৰ পৰা চলি থকা উত্তেজনাৰ প্ৰভাৱ পৰিছে দুয়োখন দেশৰ মাজৰ পাৰিবাৰিক আৰু বৈবাহিক সম্পৰ্কতো। কিন্তু ৰাজনৈতিক আৰু কূটনৈতিক বাধাৰ মাজতো ভাৰতীয় যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ আশা এৰি দিয়া নাই বহু পাকিস্তানী যুৱতীয়ে। শেহতীয়াকৈ প্ৰায় ১৫০ গৰাকী পাকিস্তানী সিন্ধ যুৱতী আৰু তেওঁলোকৰ পৰিয়াল ভাৰতত উপস্থিত হৈছে। তেওঁলোকৰ উদ্দেশ্য হৈছে ভাৰতীয় যুৱকৰ সৈতে পূৰ্বনিৰ্ধাৰিত বিবাহ সম্পন্ন কৰা। আনহাতে, প্ৰায় ৩০০ গৰাকী পাকিস্তানী যুৱতী এতিয়াও ভাৰতলৈ আহিবলৈ অপেক্ষা কৰি আছে।

২০২৫ চনৰ পহেলগামত স*ন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত-পাকিস্তানৰ সম্পৰ্ক অধিক অৱনতি ঘটে। ইয়াৰ পিছত ভাৰতে পাকিস্তানী নাগৰিকসকলৰ ভিছা সম্পৰ্কে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ২৪ এপ্ৰিল ২০২৫ত ঘোষণা কৰিছিল যে পাকিস্তানী নাগৰিকসকলক জাৰি কৰা বিদ্যমান বৈধ ভিছাসমূহ ২৭ এপ্ৰিলৰ পৰা বাতিল কৰা হ’ব। ইয়াৰ ফলত ভাৰতত বিবাহপাশত আবদ্ধ হ’বলৈ অপেক্ষা কৰি থকা বহু পাকিস্তানী যুৱতীৰ পৰিকল্পনা অনিশ্চিত হৈ পৰে। বিশেষকৈ পাকিস্তানৰ সিন্ধ প্ৰদেশৰ পৰা ভাৰতলৈ বিবাহৰ বাবে অহা পৰিয়ালসমূহে সমস্যাৰ সন্মুখীন হয়।

আগতে পাকিস্তানৰ সিন্ধ পৰিয়ালসমূহে ৱাঘা-আটাৰী সীমান্ত পথেৰে ভাৰতলৈ আহি বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। কিন্তু পৰিস্থিতি সলনি হোৱাৰ পিছত এই পথত তেওঁলোকৰ যাত্ৰা বন্ধ হৈ পৰে। ফলত বহু যুৱতীৰ বিবাহ স্থগিত হৈ থাকে। কিন্তু পৰিয়ালসমূহে হাৰ নামানি ভাৰত চৰকাৰৰ ওচৰত বিষয়টো উত্থাপন কৰে। এই ক্ষেত্ৰত পাকিস্তানৰ সিন্ধ প্ৰদেশৰ গোটকীস্থিত শ্বাদানী দৰবাৰৰ আধ্যাত্মিক নেতা সন্ত যুধিষ্ঠিৰলাল শ্বাদানীৰ সহায়ো বিচৰা হয়। শ্বাদানী দৰবাৰে ভাৰতত বিবাহপাশত আবদ্ধ হ’বলগীয়া পাকিস্তানী যুৱতী আৰু তেওঁলোকৰ পৰিয়ালৰ তালিকা প্ৰস্তুত কৰি ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ ওচৰত বিষয়টো উত্থাপন কৰে।

প্ৰতিবেদন অনুসৰি, ভাৰত চৰকাৰে বিশেষ অনুমতি প্ৰদান কৰাৰ পিছত এই যুৱতীসকল আৰু তেওঁলোকৰ পৰিয়ালক আকাশপথে তৃতীয় দেশৰ জৰিয়তে ভাৰতলৈ অহাৰ অনুমতি দিয়া হয়। অৰ্থাৎ পাকিস্তানৰ পৰা পোনপটীয়াকৈ ভাৰতলৈ অহাৰ পৰিৱৰ্তে তেওঁলোকে অন্য দেশত ট্ৰেনজিট লৈ ভাৰতত প্ৰৱেশ কৰে। এইদৰে পাকিস্তানৰ পৰা অহা প্ৰায় ১৫০ গৰাকী যুৱতী আৰু তেওঁলোকৰ পৰিয়ালে ডুবাই, মাস্কাট, শ্ৰীলংকা, বাংলাদেশ আদি তৃতীয় দেশৰ জৰিয়তে ভাৰতত উপস্থিত হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। অৰ্থাৎ মূল চৰ্তটো আছিল—ৱাঘা-আটাৰী স্থলপথ ব্যৱহাৰ নকৰি অনুমোদিত আকাশপথে তৃতীয় দেশৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰা। ভাৰতলৈ অহা পাকিস্তানী কইনাসকলৰ বিবাহ বিভিন্ন ভাৰতীয় চহৰত অনুষ্ঠিত হোৱাৰ কথা। শাদানী দৰবাৰৰ সৈতে জড়িত প্ৰতিনিধিৰ তথ্য অনুসৰি, নাগপুৰ, ৰায়পুৰ, যোধপুৰ, পুনে আদি চহৰত বহু বিবাহ অনুষ্ঠিত হ’ব।

১৫০ গৰাকী পাকিস্তানী যুৱতীয়ে ভিছা লাভ কৰি ভাৰতলৈ আহিবলৈ সক্ষম হ’লেও এতিয়াও প্ৰায় ৩০০ গৰাকী পাকিস্তানী যুৱতী ভাৰতলৈ আহি তেওঁলোকৰ ভাৰতীয় সংগীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ অপেক্ষাত আছে। এই যুৱতীসকলৰ বাবেও ভাৰত চৰকাৰৰ পৰা ভিছা অনুমোদনৰ আবেদন কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24India Pakistan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.