ঢেকীয়াজুলিত এটি পৰিয়ালক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ। কৰুণ মৃত্যুক আঁকোৱালি ল’লে মহিলাসহ এগৰাকী কিশোৰীয়ে। কিশোৰীগৰাকীক বলাৎকাৰ কৰি হত্যাৰ সন্দেহ। মৰঘূমটিত dgp ভাস্কৰজ্যোতি মহন্তৰ স্মাৰ্ট আৰক্ষী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















