বৰাকত চুপাৰিৰ ৰমৰমীয়া অবৈধ বেহা। বৰাক উপত্যকা পৰিণত ছিণ্ডিকেট উপত্যকাত। প্ৰতি ট্ৰাক চুপাৰিৰ মূল্য ৭০-৭৫ লাখ টকা। দৈনিক ১০ কোটি টকাৰ অবৈধ লেনদেন। চুপাৰি ছিণ্ডিকেটৰ আঁৰত কোন কোন? চুপাৰি ছিণ্ডিকেটৰ ধন ক’লৈ যায়?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ