• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

1 hour ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

49 seconds ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

6 minutes ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

৫ ৰাশিৰ জীৱনত আহিব শুভ পৰিৱৰ্তন, কিন্তু বাকীবোৰৰ বাবে হ’ব চিন্তনীয়!

32 minutes ago
গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

2 hours ago
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

3 hours ago
পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

4 hours ago
BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

5 hours ago
বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

6 hours ago
প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

9 hours ago
ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

9 hours ago
গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

ফাষ্টট্ৰেক আদালতত সাক্ষ্য দানৰ বাবে উপস্থিত এজনৰ পাছত আন এজন প্ৰৱাসী অসমীয়া।

editor by editor
September 11, 2026
in অপৰাধ, অসম, বিবিধ, লেখা
0
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…
0
SHARES
177
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯ ছেপ্টেম্বৰ, ২০২৫। অসমৰ সংগীতজগতৰ বাবে দিনটো পৰিণত হৈছিল এক ক’লা দিনত। এই দিনটোতে চিংগাপুৰত মৃত্যুক আঁকোৱালি লৈছিল অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে। প্ৰথমে ঘটনাটো ‘স্কুবা ডাইভিং দুৰ্ঘটনা’ বুলি প্ৰকাশ পাইছিল যদিও পৰৱৰ্তী সময়ত সন্মুখলৈ আহে বহু নতুন তথ্য। কিন্তু এতিয়াও প্ৰকৃত সত্য পোহৰলৈ অহা নাই প্ৰকৃততে কি হৈছিল সেইদিনা!

জুবিন গাৰ্গ ২০২৫ চনৰ North East India Festival-ত অংশগ্ৰহণৰ বাবে চিংগাপুৰলৈ গৈছিল। ১৯ ছেপ্টেম্বৰত তেওঁক চিংগাপুৰৰ অসমীয়া সমাজৰ একাংশ লোকে য়ট ভ্ৰমণলৈ লৈ যায়। কিন্তু লাইফ জেকেট পৰিধান নকৰা আৰু সাগৰত সাঁতুৰিব নোৱাৰাৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি তেওঁৰ সংগীসকলে প্ৰকাশ কৰে। কিন্তু এতিয়াও এই তথ্য সম্পূৰ্ণ ৰহস্যৰ আৱৰ্তত।

জুবিনৰ আকস্মিক মৃত্যুক অসমৰ ৰাইজ আৰু পৰিয়ালৰলোকে সহজে মানি ল’ব পৰা নাই।। তেওঁৰ মৃত্যুক সন্দেহজনক বুলি অভিযোগ উত্থাপন কৰি একাধিক FIR দাখিল কৰে। ইয়াৰ পাছত অসম আৰক্ষীয়ে Special Investigation Team (SIT) গঠন কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰে।

তদন্তৰ সময়ত জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, North East India Festival-ৰ আয়োজক শ্যামকানু মহন্তসহ কেইবাজনো লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হয়। SIT-এ ২০২৫ চনৰ ডিচেম্বৰত সাতজন লোকৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰে আৰু ইয়াৰে চাৰিজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আনে।

জুবিন গাৰ্গৰ মৃত্যুৰ এবছৰ হ’বলৈ বেছিদিন নাই। এতিয়াও জুবিন ঘটনা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে। ফাষ্টট্ৰেক আদালতত সাক্ষ্য দানৰ বাবে উপস্থিত এজনৰ পাছত আন এজন প্ৰৱাসী অসমীয়া।

উল্লেখ্য যে, ১৯ ছেপ্টেম্বৰৰ ঘটনাৰ ‘প্ৰকৃত কাহিনী’ক লৈ বহু প্ৰশ্ন উত্থাপন হ’লেও বৰ্তমানলৈ চিংগাপুৰৰ Coroner-ৰ আনুষ্ঠানিক সিদ্ধান্ত হৈছে—জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি হোৱা এক দুৰ্ঘটনা, হত্যাৰ প্ৰমাণ পোৱা হোৱা নাই।

(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

September 11, 2026
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক
জীৱনশৈলী

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

September 11, 2026
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?
জীৱনশৈলী

৫ ৰাশিৰ জীৱনত আহিব শুভ পৰিৱৰ্তন, কিন্তু বাকীবোৰৰ বাবে হ’ব চিন্তনীয়!

September 11, 2026
গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?
জীৱনশৈলী

গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

September 11, 2026
Next Post
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

৫ ৰাশিৰ জীৱনত আহিব শুভ পৰিৱৰ্তন, কিন্তু বাকীবোৰৰ বাবে হ'ব চিন্তনীয়!

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.