• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

1 minute ago
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

25 minutes ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

47 minutes ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

2 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

3 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

3 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

4 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

4 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

5 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

6 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

দাঁতৰ সমস্যা কিদৰে দূৰ কৰিব জানো আহক

editor by editor
September 12, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ
0
SHARES
0
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাতিপুৱা সাৰ পোৱাৰ পিছত প্ৰথমে দাঁত ব্ৰাছ সকলোৱে কৰে। দন্ত চিকিৎসকে কয় যে দিনটোত কমেও দুবাৰকৈ দাঁত ব্ৰাছ কৰিব লাগে। ৰাতিপুৱা আৰু ৰাতি খাদ্য খোৱাৰ পিছত দাঁত ব্ৰাছ কৰাটো এটা স্বাস্থ্যকৰ অভ্যাস। অৱশ্যে বহু লোকৰ মুখৰ দুৰ্গন্ধ এতিয়াও থাকে। কিয় এনেকুৱা হয় জানেনে?

মুখৰ দুৰ্গন্ধক হেলিট’ছিছ বোলে। ইয়াৰ আঁৰত কিছুমান কাৰণ আছে যিবোৰ কেৱল দাঁত ব্ৰাছ কৰিলেই আঁতৰাব নোৱাৰি। মুখৰ দুৰ্গন্ধৰ পৰা কেনেকৈ মুক্তি পাব পাৰি তাৰ কিছু সহজ উপায় আগবঢ়োৱা হ’ল।

মুখৰ দুৰ্গন্ধৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল নিয়মিতভাৱে ফ্লছ নকৰা। খোৱাৰ পিছত দাঁতৰ মাজৰ ফাঁকত আবদ্ধ হৈ পৰা খাদ্যই বেক্টেৰিয়াৰ জন্ম দিয়ে। আবদ্ধ হৈ থকা খাদ্যখিনি লাহে লাহে পচিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত মুখৰ দুৰ্গন্ধ হয়।

মুখৰ দুৰ্গন্ধ ৰোধ কৰিবলৈ নিয়মিতভাৱে ফ্লছ কৰিব লাগে। পাতল ফ্লছৰ টুকুৰাৰে দাঁত ফ্লছ কৰক, যাৰ ফলত খাদ্যৰ ধ্বংসাৱশেষ আঁতৰাই পেলোৱা হয়।

নিয়মিতভাৱে দাঁত ব্ৰাছ আৰু ফ্লছ কৰাৰ পিছতো যদি আপোনাৰ মুখৰ দুৰ্গন্ধ ওলায়, তেন্তে ইয়াৰ কাৰণ হ’ব পাৰে আপোনাৰ জিভাৰ বেক্টেৰিয়া। জিভাত আৰু ডিঙিৰ পিছফালে চালফাৰ উৎপাদনকাৰী বেক্টেৰিয়া দ্ৰুতগতিত বৃদ্ধি পায়। এই বেক্টেৰিয়াই খাদ্যত থকা প্ৰটিন ভাঙি পেলায়, যাৰ ফলত মুখৰ দুৰ্গন্ধৰ সৃষ্টি হয়।

পানী কমকৈ খালেও মুখৰ গোন্ধ ওলাব পাৰে। যেতিয়া আপোনাৰ শৰীৰত পানীলগা হয় তেতিয়া লালা উৎপাদন কমি যায়। ইয়াৰ ফলত মুখৰ দুৰ্গন্ধ হ’ব পাৰে।

তদুপৰি নিয়মিতভাৱে কফি খালেও মুখৰ দুৰ্গন্ধ আহিব পাৰে। কাৰণ কেফেইনে লালা উৎপাদন হ্ৰাস কৰে। ই আপোনাৰ মুখৰ ভিতৰৰ অংশ শুকুৱাই পেলায়। যাৰ ফলত মুখৰ দুৰ্গন্ধ হ’ব পাৰে।

বেছি ধূমপান কৰিলেও মুখৰ ভিতৰৰ অংশ শুকাই যায়। যাৰ ফলত মুখৰ দুৰ্গন্ধ হ’ব পাৰে। ধূমপান এৰিলে এই দুৰ্গন্ধও নাইকিয়া হৈ যাব। বেছিকৈ পিঁয়াজ আৰু নহৰু খালে মুখৰ দুৰ্গন্ধ হ’ব পাৰে। সেইবাবেই এনে খাদ্য খোৱাৰ পিছত মুখখন ভালদৰে ধুব লাগে।

মুখৰ দুৰ্গন্ধ কম কৰিবলৈ নিয়মিতভাৱে দাঁত ব্ৰাছ আৰু ফ্লছ কৰিব লাগে। লগতে প্ৰচুৰ পৰিমাণে পানী খাব লাগে। এই পদ্ধতিসমূহ পালন কৰাৰ পিছত যদি মুখৰ দুৰ্গন্ধ কমি নাযায়, তেন্তে দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱেই উত্তম। শৰীৰৰ অন্যান্য সমস্যাৰ বাবেও মুখৰ দুৰ্গন্ধৰ সৃষ্টি হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ
জীৱনশৈলী

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

September 12, 2026
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?
বিনোদন

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

September 12, 2026
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!
বাণিজ্য

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

September 12, 2026
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ
অসম

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 12, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.