• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

2 months ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

Gold Price: বিয়াৰ বতৰত ভাল খবৰ! ভয়ংকৰভাৱে হ্ৰাস পাইছে ২২, ২৪ কেৰেটৰ সোণৰ মূল্য!

4 hours ago
ভুলতো ঘৰত নাৰাখিব বেয়া বা ভঙা ঘড়ী, পৰিব অশুভ প্ৰভাৱ!

ভুলতো ঘৰত নাৰাখিব বেয়া বা ভঙা ঘড়ী, পৰিব অশুভ প্ৰভাৱ!

4 hours ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

লণ্ডনৰ Madame Tussauds মিউজিয়ামত জুবিনৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠাৰ চিন্তা, লাগে আপোনাৰ সহায়!

4 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

8th Pay Commission: অপেক্ষাৰ অৱসান! মোদী চৰকাৰে কৰ্মচাৰীৰ বাবে বৃদ্ধি কৰিলে বেতন

5 hours ago
ডিচেম্বৰ মাহত জন্মা শিশুৰ ভাগ্য কেনেকুৱা? জানি লওক

ডিচেম্বৰ মাহত জন্মা শিশুৰ ভাগ্য কেনেকুৱা? জানি লওক

5 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

ৰোগ-ব্যাধিৰ পৰা থাকিব দূৰত, যদি পালন কৰা এই নিয়ম!

5 hours ago
শীঘ্ৰে কৰক বেংকৰ কাম, অহা সপ্তাহত বন্ধ থাকিব বহুকেইটা বেংক!

২৩-২৯ নৱেম্বৰৰ ভিতৰত কিমানদিন বন্ধ বেংক? জানক আপডেট

6 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৩ নৱেম্বৰত কোন ৰাশিৰ ভাগ্য উজ্বল হ’ব, কাৰ সন্মুখত আহিব নতুন প্ৰত্যাহ্বান?

7 hours ago
মহিলাসকলৰ বিপদ মাতিব এই ৩ অভ্যাসে, আজিয়েই হওক সাৱধান!

মহিলাসকলৰ বিপদ মাতিব এই ৩ অভ্যাসে, আজিয়েই হওক সাৱধান!

7 hours ago
পেট দেখুৱাই বিপদত মীৰা! একাংশই ক’লে, দুটা সন্তানৰ মাতৃ হৈ এয়া কি?

পেট দেখুৱাই বিপদত মীৰা! একাংশই ক’লে, দুটা সন্তানৰ মাতৃ হৈ এয়া কি?

8 hours ago
জুবিন গাৰ্গৰ বিক্ৰী হোৱা ৰেঞ্জ ৰ’ভাৰ ঘূৰাই আনিব ৪ বন্ধুৱে, কৰিব সংৰক্ষণ

জুবিন গাৰ্গৰ বিক্ৰী হোৱা ৰেঞ্জ ৰ’ভাৰ ঘূৰাই আনিব ৪ বন্ধুৱে, কৰিব সংৰক্ষণ

10 hours ago
নিজকে কমবয়সীয়াল যেন অনুভৱ? এই ৭টা অভ্যাসেৰে হৈ থাকক চিৰতৰুণ

নিজকে কমবয়সীয়াল যেন অনুভৱ? এই ৭টা অভ্যাসেৰে হৈ থাকক চিৰতৰুণ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

নেতানয়্যাহুৰ সৌন্দৰ্য চৰ্চাৰ বিষয়টোও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছে চৰ্চা

editor by editor
September 14, 2026
in জীৱনশৈলী, ফেশ্বন, বিবিধ, বিশ্ব
0
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
0
SHARES
133
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়্যাহু আৰু তেওঁৰ পত্নী ছাৰা নেতানয়্যাহুক কেন্দ্ৰ কৰি নতুন এক বিতৰ্কৰ সৃষ্টি হৈছে। পিছে বিতৰ্ক এইবাৰ কোনো ৰাজনৈতিক সিদ্ধান্ত বা যুদ্ধৰ বিষয়ক লৈ নহয়, প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ মেকআপ, হেয়াৰ ষ্টাইলিং আৰু গ্ৰুমিঙৰ নামত হোৱা চৰকাৰী খৰচক লৈ প্ৰশ্ন উত্থাপন হৈছে। ইজৰাইলৰ চৰকাৰী তথ্য অনুসৰি, ২০১৯ চনৰ পৰা ২০২৬ চনৰ আগষ্টলৈকে ইজৰাইলৰ প্ৰধানমন্ত্ৰীসকলৰ গ্ৰুমিং আৰু প্ৰতিনিধিত্বমূলক কাম-কাজৰ সৈতে জড়িত বিভিন্ন খৰচৰ পৰিমাণ প্ৰায় ৪.৫ কোটি টকা। এই মুঠ ধনৰ প্ৰায় ৯০ শতাংশই বেঞ্জামিন নেতানয়্যাহু আৰু তেওঁৰ পত্নী ছাৰা নেতানয়্যাহুৰ সৈতে জড়িত বুলি তথ্যত প্ৰকাশ পাইছে।

পোহৰলৈ অহা তথ্যৰ ভিতৰত আটাইতকৈ বেছি চৰ্চিত বিষয়টো হৈছে ২০২৩ চনৰ খৰচ। তথ্য অনুসৰি, সেই বছৰতে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়্যাহুৰ কেৱল মেকআপ আৰু হেয়াৰ ষ্টাইলিঙৰ বাবে প্ৰায় ৮৬ লাখ টকা খৰচ কৰা হৈছিল আৰু আশ্চৰ্যজনকভাৱে, এই পৰিমাণ ২০২২ চনত হোৱা একে ধৰণৰ খৰচৰ তুলনাত প্ৰায় চাৰিগুণ বেছি। অৰ্থাৎ এবছৰৰ ভিতৰতে প্ৰধানমন্ত্ৰীৰ গ্ৰুমিঙৰ নামত হোৱা ব্যয় যথেষ্ট বৃদ্ধি পাইছিল।

এই বিষয়টোক অধিক স্পৰ্শকাতৰ কৰি তুলিছে ২০২৩ চনৰ ৭ অক্টোবৰৰ পিছৰ পৰিস্থিতিয়ে। সেইদিনা হামাছে ইজৰাইলত আক্ৰমণ চলোৱাৰ পিছত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ আৰম্ভ হয়। যুদ্ধৰ ফলত ইজৰাইলত ব্যাপক সংকট আৰু নিৰাপত্তাজনিত পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিন্তু এই যুদ্ধ আৰু সংকটৰ মাজতো প্ৰধানমন্ত্ৰীৰ মেকআপ আৰু হেয়াৰ ষ্টাইলিঙৰ বাবে চৰকাৰী ধন খৰচ হৈ থকাৰ তথ্য পোহৰলৈ অহাত বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে। ইয়াৰ ফলত একাংশৰ মাজত প্ৰশ্ন উঠিছে—দেশত যুদ্ধ আৰু সংকট চলি থকা সময়ত চৰকাৰী ধন প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত গ্ৰুমিঙৰ দৰে বিষয়ত কিমানখিনি ব্যয় কৰা উচিত?

অৱশ্যে, প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ ৰাজহুৱা অনুষ্ঠান, চৰকাৰী বৈঠক, আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিত্ব বা বিভিন্ন ৰাজহুৱা কাৰ্যসূচীৰ বাবে সাজ-পোছাক আৰু গ্ৰুমিঙৰ কিছুমান খৰচ চৰকাৰী ব্যৱস্থাৰ অংশ হ’ব পাৰে। কিন্তু এই খৰচৰ পৰিমাণ আৰু বিশেষকৈ ২০২৩ চনত ইয়াৰ হঠাৎ বৃদ্ধি পোৱাটোৱেই এতিয়া মূল বিতৰ্কৰ বিষয় হৈ পৰিছে। RTIৰ জৰিয়তে প্ৰকাশ পোৱা তথ্যই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ৰাজহুৱা ধনৰ ব্যৱহাৰ কেনেদৰে কৰা হয়, সেই বিষয়েও নতুনকৈ আলোচনা আৰম্ভ কৰিছে।

সামগ্ৰিকভাৱে, ২০১৯ৰ পৰা ২০২৬ চনৰ আগষ্টলৈ প্ৰায় ৪.৫ কোটি টকাৰ গ্ৰুমিং আৰু প্ৰতিনিধিত্বমূলক খৰচ, তাৰ ভিতৰত নেতানয়্যাহু দম্পতীৰ সৈতে জড়িত প্ৰায় ৯০ শতাংশ ব্যয় আৰু কেৱল ২০২৩ চনতেই প্ৰায় ৮৬ লাখ টকাৰ মেকআপ-হেয়াৰ ষ্টাইলিঙৰ খৰচ—এই তথ্যই ইজৰাইলৰ ৰাজনীতিত নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Benjamin Netanyahu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
বাণিজ্য

Gold Price: বিয়াৰ বতৰত ভাল খবৰ! ভয়ংকৰভাৱে হ্ৰাস পাইছে ২২, ২৪ কেৰেটৰ সোণৰ মূল্য!

November 22, 2026
ভুলতো ঘৰত নাৰাখিব বেয়া বা ভঙা ঘড়ী, পৰিব অশুভ প্ৰভাৱ!
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব বেয়া বা ভঙা ঘড়ী, পৰিব অশুভ প্ৰভাৱ!

November 22, 2026
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…
অসম

লণ্ডনৰ Madame Tussauds মিউজিয়ামত জুবিনৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠাৰ চিন্তা, লাগে আপোনাৰ সহায়!

November 22, 2026
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?
বাণিজ্য

8th Pay Commission: অপেক্ষাৰ অৱসান! মোদী চৰকাৰে কৰ্মচাৰীৰ বাবে বৃদ্ধি কৰিলে বেতন

November 22, 2026
Next Post
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.