• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

2 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

1 minute ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

22 minutes ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

1 hour ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

2 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

3 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

4 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

5 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

6 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

6 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

7 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

7 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

আছিকৰ পৰিয়ালৰ আৰু কি কি বিস্ফো*ৰণ

editor by editor
October 6, 2026
in অপৰাধ, অসম, লেখা
0
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’
0
SHARES
981
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিমিষা ঠাকুৰীয়া হ*ত্যাকাণ্ডৰ তদন্তৰ মাজতে অভিযুক্ত আছিক আলীৰ এন*কাউণ্টাৰক লৈ সৃষ্টি হৈছে নতুন বিতৰ্ক। আছিক আলীৰ এন*কাউণ্টাৰৰ পাছত তেওঁৰ পেহীয়েকে আৰক্ষীৰ ভূমিকাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।

আছিক আলীৰ পেহীয়েকৰ দাবী অনুসৰি, আজি আদালতত আছিক আলীক হাজিৰ কৰোৱাৰ কথা আছিল। তেনে পৰিস্থিতিত আছিকক কিয় আৰক্ষীয়ে গু*লীয়াবলগীয়া হ’ল, সেই লৈ প্ৰশ্ন উত্থাপন কৰিছে পৰিয়ালে। তেওঁ জানিবলৈ বিচাৰিছে যে আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে আছিক আলীক এন*কাউণ্টাৰ কৰাৰ প্ৰয়োজন কিয় আহিল।

আছিক আলীৰ পেহীয়েকে লগতে আৰক্ষীৰ তদন্তক লৈ আন এটা গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে। নিমিষা হ*ত্যাকাণ্ডৰ পূৰ্বে ৰুদ্ৰাছ হোমষ্টেলৈ যোৱা ৰূপম শইকীয়াক কেৱল তেওঁ হিন্দু হোৱা বাবেই আৰক্ষীয়ে এৰি দিলে নেকি? বুলিও প্ৰশ্ন কৰে আছিক আলীৰ আত্মীয়ই। উল্লেখ্য যে, আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি, নিমিষা হ*ত্যাকাণ্ড সংঘটিত হোৱা নিশা প্ৰায় ৯.৩০ বজাত ৰূপম শইকীয়া ৰুদ্ৰাছ হোমষ্টেৰ পৰা ওলাই গৈছিল। ইয়াৰ বিপৰীতে, আৰক্ষীৰ তথ্য অনুসৰি নিমিষা ঠাকুৰীয়াৰ হ*ত্যাকাণ্ড সংঘটিত হৈছিল মাজনিশাৰ সময়ত।

ইফালে, আছিক আলীৰ এন*কাউণ্টাৰৰ বিষয়ে আৰক্ষীয়ে তেওঁলোকক কোনো ধৰণৰ খবৰ দিয়া নাছিল বুলি অভিযোগ কৰিছে পৰিয়ালে। পৰিয়ালৰ দাবী অনুসৰি, আৰক্ষীৰ পৰা পোনপটীয়াকৈ কোনো তথ্য লাভ নকৰি সংবাদ মাধ্যমত সম্প্ৰচাৰিত বাতৰিৰ জৰিয়তেহে আছিক আলীৰ এ*নকাউণ্টাৰৰ বিষয়ে জানিব পাৰে তেওঁলোক।

আছিক আলীৰ পৰিয়ালে এই ঘটনাক লৈ আৰক্ষীৰ পৰা স্পষ্ট উত্তৰ বিচাৰিছে। বিশেষকৈ আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে অভিযুক্ত আছিকক কি পৰিস্থিতিত এন*কাউণ্টাৰ কৰা হ’ল, কিয় পৰিয়ালক অৱগত কৰা নহ’ল আৰু হ*ত্যাকাণ্ডৰ আন অভিযুক্তসকলৰ ক্ষেত্ৰত আৰক্ষীৰ তদন্তৰ ধৰণ কিয় পৃথক—এই সকলো বিষয়ৰ নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন কৰিছে পৰিয়ালে। উল্লেখ্য যে, আৰক্ষীৰ গু*লীত আহত আছিক আলী সম্প্ৰতি GMCHত চিকিৎসাধীন হৈ আছে।

নিমিষা ঠাকুৰীয়া হ*ত্যাকাণ্ডৰ তদন্ত ইতিমধ্যে ব্যাপক চৰ্চাৰ বিষয় হৈ থকাৰ সময়তে আছিক আলীৰ এ*নকাউণ্টাৰক কেন্দ্ৰ কৰি উত্থাপিত এই অভিযোগে ঘটনাটোক আৰু অধিক ৰহস্যঘন কৰি তুলিছে। এতিয়া আৰক্ষীৰ পৰা এই অভিযোগসমূহৰ সন্দৰ্ভত কি স্পষ্টীকৰণ আহে, সেয়া লক্ষণীয় হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24encounter
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!
ভাৰত

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

October 6, 2026
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী
বিনোদন

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

October 6, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?
অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

October 6, 2026
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭
ভাৰত

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

October 6, 2026
Next Post
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.