- ২৫০ ভাৰতীয় যাত্ৰী থকা বিমান হাইজেকৰ খবৰ!
- মাজ আকাশত ভাৰতীয় যাত্ৰীৰ মাজত হাহাকাৰ
- ফ্ৰেংকফুৰ্টৰ পৰা দিল্লী অহা এয়াৰ ইণ্ডিয়া বিমানত চাঞ্চল্য
- হাজাৰ হাজাৰ ফুট উচ্চতাত বিমান হাইজেকৰ এলাৰ্ট
- বিমান হাইজেকৰ খবৰ পাই শ শ যাত্ৰীৰ মাজত আৰ্তনাদ চিঞৰ-বাখৰ
- দিল্লী বিমান বন্দৰ পোৱাৰ পূৰ্বে আকাশতে ভয়াৱহ অৱস্থা
- দিল্লীৰ পৰিৱৰ্তে জয়পুৰত জৰুৰী অৱতৰণ
- কেপ্টেইন স্মিতৰ ফ্লাইডুবাই বিমানৰ দৰে হাইজেকৰ খবৰক লৈ চাঞ্চল্য
- এয়াৰ ইণ্ডিয়া 2030 বিমানত অঘটন
- কিন্তু পিছত গম পোৱা যায় যে এয়া উৰাবাতৰি কোনোৱে বিয়পাইছিল
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















