- প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ সৰ্ববৃহৎ প্ৰতিবাদ
- নেপাল, বাংলাদেশতকৈও ভয়ানক পৰিস্থিতি
- ভাঙি চূৰমাৰ কৰি জ্বলাই দিলে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
- একেৰাহে ১১বছৰীয়া প্ৰধানমন্ত্ৰীৰ শাসনক লৈ ৰাজপত Gen-Zৰ উগ্ৰমূৰ্তি
- ভয়াৱহ আৰু হিংসাত্মক প্ৰতিবাদত কঁপিছে আলবেনিয়া
- ভয়াৱহ নিবনুৱা সমস্যা আৰু চৰকাৰৰ দূৰ্নীতিক লৈ বৃহৎ প্ৰতিবাদ
- Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়
- ভাঙি শেষ কৰি দিলে বিত্ত আৰু গৃহমন্ত্ৰালয়
- জ্বলাই দিলে ইউৰোপীয় ইউনিয়নৰ শিক্ষা প্ৰতিষ্ঠান কলেজ অফ ইউৰোপ
- ধ্বংসত পৰিণত ৰাজধানী ত্ৰিৰানাৰ অসংখ্য বেংক, ব্যৱসায়ীক প্ৰতিষ্ঠান
- ৰাজপথৰ ট্ৰেফিক লাইট, ৰেলিং, ডাষ্টবিন চূৰ্ণাকৃত
- স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে হিংসাত্মক আন্দোলনত আহত ১০০ৰো অধিক
- এই পৰ্যন্ত গ্ৰেপ্তাৰ ৩৫ৰো অধিক প্ৰতিবাদকাৰী
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















