• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

2 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

15 minutes ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

35 minutes ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

1 hour ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

2 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

3 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

4 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

6 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

6 hours ago
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

8 hours ago
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

8 hours ago
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

9 hours ago
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

কৰ্মচাৰীসকলৰ কি কি দাবী আছে জানি লওক

editor by editor
October 17, 2026
in বাণিজ্য, বিবিধ, লেখা
0
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?
0
SHARES
673
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অষ্টম দৰমহা আয়োগ গঠন হোৱাৰ প্ৰায় ১১ মাহ পাৰ হৈ গ’ল। এই আয়োগলৈ এতিয়া মাত্ৰ ৭ মাহ বাকী আছে। এই সময়ছোৱাত চৰকাৰক প্ৰতিবেদন দাখিল কৰিব লাগিব, যাৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ দৰমহা সন্দৰ্ভত সিদ্ধান্ত ল’ব। কর্মচাৰী আৰু পেঞ্চনাৰৰ সাম্প্ৰতিক প্রয়োজনীয়তা বুজিবলৈ আয়োগে দেশৰ বিভিন্ন প্রান্তত ধাৰাবাহিকভাৱে বৈঠক অনুষ্ঠিত কৰি আছে৷ পৰৱৰ্তী বৈঠক মুম্বাইত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে চেন্নাই, দিল্লী, লক্ষ্ণৌ আদি ডাঙৰ চহৰত বৈঠক অনুষ্ঠিত হৈছিল।

অষ্টম দৰমহা আয়োগৰ ৫টা ডাঙৰ দাবী কি কি?

ডি এ একত্ৰীকৰণ

আয়োগৰ সৈতে হোৱা বৈঠকত কেইবাটাও সংগঠনে ডি এ একত্ৰীকৰণৰ দাবী জনায়। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰে ৬০ শতাংশ ডি এ। মন কৰিবলগীয়া যে কৰ্মচাৰী সংগঠনসমূহে এতিয়া ডি এ একত্ৰীকৰণ সন্দৰ্ভত ঘোষণাৰ দাবী জনাইছে।

আনকি কিছুমান সংস্থাই কৰ্মচাৰীৰ ডি এ ৫০ শতাংশতকৈ অধিক হ’লে তেওঁলোকৰ মৌলিক দৰমহাত যোগ কৰাৰ দাবী উত্থাপন কৰিছে। বছৰত চাৰিবাৰকৈ ডি এ বৃদ্ধি কৰিবলৈও দাবী জনাইছে। বৰ্তমান ডিয়ৰনেছ ভাট্টা মাত্ৰ দুবাৰহে বৃদ্ধি পায়: এবাৰ জানুৱাৰী মাহত আৰু পুনৰ জুলাই মাহত।

অধিক মৌলিক দৰমহাৰ দাবী

মহাৰাষ্ট্ৰ পুৰণি পেঞ্চন সংস্থা আৰু সৰ্বভাৰতীয় প্ৰতিৰক্ষা কৰ্মচাৰী ফেডাৰেচনে নূন্যতম মৌলিক দৰমহা বৃদ্ধিৰ দাবী জনাইছে। এনচি-জেচিএমৰ নূন্যতম মৌলিক দৰমহা ৬৯ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ দাবী জনাইছে। মহাৰাষ্ট্ৰ পুৰণি পেঞ্চন সংস্থাই নূন্যতম মৌলিক দৰমহা ৬৫ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ আহ্বান জনাইছে।

ডি এ কমেও ৩-৪% বৃদ্ধি পালে

মহাৰাষ্ট্ৰ পুৰণি পেঞ্চন সংস্থাই অষ্টম দৰমহা আয়োগৰ পৰা নূন্যতম ৪ শতাংশ ডি এ বৃদ্ধিৰ দাবী জনাইছে। মুদ্ৰাস্ফীতিৰ সৈতে জড়িত ডি এ বৃদ্ধিৰ দাবী জনাইছে এন চি জে চি এমৰ।

ফিটমেণ্ট ফেক্টৰ

আই আৰ টি এছ এয়ে অধিক ফিটমেণ্ট ফেক্টৰৰ দাবী জনাইছে। এই সংস্থাটোৱে ফিটমেণ্ট ফ্যাক্টৰ ২.৯২, ৩.৫০, আৰু ৩.৮০ দাবী কৰিছে। মন কৰিবলগীয়া যে আয়োগে এতিয়াও ফিটমেণ্ট ফেক্টৰ বা ডি এৰ সন্দৰ্ভত কোনো ঘোষণা কৰা নাই।

অষ্টম দৰমহা আয়োগে যিয়েই সিদ্ধান্ত ল’লে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব ৫০ লাখ কৰ্মচাৰী আৰু ৬০ লাখ পেঞ্চনাৰ। এতিয়া এইবাৰ ফিটমেণ্ট ফেক্টৰ কি হ’ব সেয়া হ’ব লক্ষ্যণীয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!
জীৱনশৈলী

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

October 17, 2026
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ
বিশ্ব

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

October 17, 2026
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!
শিক্ষা

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

October 17, 2026
Next Post
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.