• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

46 seconds ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

22 minutes ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

44 minutes ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

1 hour ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

1 hour ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

2 hours ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

3 hours ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

3 hours ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

4 hours ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

5 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

6 hours ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

6 hours ago
কালিকা লাগিছে নেকি বিলাস INNত?

কালিকা লাগিছে নেকি বিলাস INNত?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

ভৰালীৰ বাসগৃহত হিয়াভঙা কান্দোন

editor by editor
October 28, 2026
in অপৰাধ, অসম, লেখা
0
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ
0
SHARES
0
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পিতৃ-মাতৃ, আইতাকক হেৰুওৱাৰ অসহনীয় বেদনাত কণমানি শিশুৰ উচুপনিৰ দৃশ্য দেখিলে আপোনাৰ বুকু ফাটি যাব। কি এক মৰ্মান্তিক, অসহনীয় দৃশ্য! আনহাতে পিতৃৰ নশ্বৰ দেহ কান্ধত তুলি শ্মশানলৈ নিলে ভূদেৱ ভড়ালীৰ দুই কন্যাই।

এটা কৰুণ ঘটনাই শোকস্তব্ধ কৰি তুলিছে ভড়ালী পৰিয়ালৰ লগতে পৰিয়ালটোৰ আপোনজনক। আপোন মানুহক হেৰুওৱাৰ বেদনা কিমান গভীৰ হ’ব পাৰে, সেয়া যেন স্পষ্ট হৈ পৰিছে পৰিয়ালটোৰ সদস্যসকলৰ হিয়াভঙা কান্দোনত। বিশেষকৈ কণমানি শিশুৰ মুখত আপোনজনক হেৰুওৱাৰ পিছত নিগৰি ওলোৱা প্ৰশ্নই সকলোৰে হৃদয় কঁপাই তুলিছে।

‘দেউতা, পেহী, দাদা, নবৌ আমাক কিয় এৰি গুচি গ’ল? আমি এতিয়া কেনেকৈ জীয়াই থাকিম?’—এনেদৰে কান্দি কান্দি আপোনজনক বিচাৰিছে কণমানিয়ে। বৰপেটাত থকা হেলেনা ভড়ালীৰ বাসগৃহত এতিয়া কেৱল কান্দোনৰ ৰোল। পৰিয়ালৰ সদস্যসকলৰ চকুত চকুলো আৰু বুকুত আপোনজনক চিৰদিনৰ বাবে হেৰুওৱাৰ গভীৰ বেদনা।

আপোনজনক হেৰুওৱাৰ বেদনা কিমান অসহনীয়, সেয়া যেন প্ৰকাশ পাইছে কণমানি শিশুৰ কান্দোনত। যি বয়সত পিতৃ-মাতৃৰ মৰম-চেনেহৰ মাজত হাঁহি-ধেমালিৰে দিন পাৰ কৰিব লাগিছিল, সেই বয়সতে সন্মুখীন হ’বলগীয়া হৈছে এক গভীৰ শোকৰ। পিতৃ দেৱৰ্ষি ভড়ালী আৰু মাতৃ ৰিণিকাৰ সন্মুখতে কণমানি কন্যাই হিয়াভঙা কান্দোনেৰে শেষবাৰৰ বাবে মাতিছে—‘অ পাপা… অ মামা’। কণমানিগৰাকীৰ এই কৰুণ বিননিয়ে উপস্থিত সকলোকে আৱেগিক কৰি তুলিছে।

এই শোকাৱহ পৰিস্থিতিৰ মাজতে পিতৃৰ নশ্বৰ দেহ কান্ধত তুলি লৈ গ’ল ভূদেৱ ভড়ালীৰ দুই কন্যাই। পিতৃক শেষ বিদায় জনোৱাৰ এই দৃশ্যই শোকৰ পৰিৱেশ অধিক গধুৰ কৰি তোলে। যি পিতৃৰ মৰম-চেনেহ আৰু আশ্ৰয়ত জীৱনৰ বহু স্মৃতি জড়িত হৈ থাকে, সেই পিতৃকে চিৰবিদায় জনাবলগীয়া হোৱাটো সন্তানৰ বাবে কিমান কঠিন, সেয়া ভাষাৰে প্ৰকাশ কৰাটো সহজ নহয়। পৰিয়ালৰ সদস্যসকলৰ হিয়াভঙা কান্দোনৰ মাজত প্ৰতিফলিত হৈছে আপোনজনক হেৰুওৱাৰ গভীৰ শূন্যতা। বিশেষকৈ কণমানি শিশুসকলৰ ভৱিষ্যতক লৈও স্বাভাৱিকতে সৃষ্টি হৈছে উদ্বেগ।

ঘাতক ঘনকান্তৰ বিৰুদ্ধে তিনিটাকৈ ধাৰাত গোচৰ

ইফালে, এই ঘটনা সংঘটিত কৰা ঘাতক ঘনকান্তৰ বিৰুদ্ধে তিনিটাকৈ আইনী ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে। প্ৰদান কৰা তথ্য অনুসৰি, ঘনকান্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ (BNS) ১০৩(১) ধাৰা, ১২৫(১)(B)A বুলি উল্লেখ কৰা এটা ধাৰা আৰু অস্ত্ৰ আইনৰ ২৫(১A)/২৭ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। এই গোচৰ প্ৰক্ৰিয়াক লৈ অধিবক্তাইও মন্তব্য আগবঢ়াইছে। গোচৰত উল্লেখ কৰা ধাৰাসমূহৰ অধীনত কি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব, সেয়া তদন্তৰ তথ্য, উপলব্ধ প্ৰমাণ আৰু আইনী প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী
ভাৰত

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

October 27, 2026
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

October 27, 2026
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক
বিনোদন

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

October 27, 2026
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!
নিয়োগ

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

October 27, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.