• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘গু..লী কৰিম বুলি যোৱা নাছিল ঘনকান্তই’, প্ৰতিক্ৰিয়া পত্নী জোনমণি গগৈৰ

‘গু..লী কৰিম বুলি যোৱা নাছিল ঘনকান্তই’, প্ৰতিক্ৰিয়া পত্নী জোনমণি গগৈৰ

40 minutes ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

৬টা পুতলা লৈ বিলাস-ইনত ঘনকান্তৰ ক্ৰাইম ছিন ৰিক্ৰিয়েচন, প্ৰকৃততে কি হৈছিল ২৬ অক্টোবৰত?

6 minutes ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

আজিৰ দিনটোৰ ১২টা ৰাশিৰ ভাগ্যফল, কাৰ কাৰ উদয় হব ভাগ্য?

1 hour ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সৌভাগ্যই টোকৰ মাৰিব আপোনাৰ জীৱনত! জানক ৰাশিফল

12 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

12 hours ago
মন্দিৰৰ পৰা ওভতাৰ সময়ত নবজাব ঘণ্টা! বিফল হ’ব পাৰে প্ৰাৰ্থনা!

মন্দিৰৰ পৰা ওভতাৰ সময়ত নবজাব ঘণ্টা! বিফল হ’ব পাৰে প্ৰাৰ্থনা!

13 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘জ্ঞানেশ কুমাৰে জে’ললৈ যাব লাগিব’, কঠোৰ সকীয়নি ৰাহুল গান্ধীৰ

13 hours ago
ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

14 hours ago
নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

15 hours ago
ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

15 hours ago
বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

16 hours ago
নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

17 hours ago
ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘গু..লী কৰিম বুলি যোৱা নাছিল ঘনকান্তই’, প্ৰতিক্ৰিয়া পত্নী জোনমণি গগৈৰ

জেৰাৰ অন্তত সাংবাদিকৰ সন্মুখত প্ৰথমটো প্ৰতিক্ৰিয়া জোনমণি গগৈৰ

editor by editor
November 2, 2026
in অপৰাধ, অসম, বিবিধ, লেখা
0
‘গু..লী কৰিম বুলি যোৱা নাছিল ঘনকান্তই’, প্ৰতিক্ৰিয়া পত্নী জোনমণি গগৈৰ
0
SHARES
30
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হোটেল বিলাস ইন কাণ্ডই ৰাজ্যজুৰি সৃষ্টি কৰা চাঞ্চল্যৰ মাজতে অৱশেষত মুখ খুলিলে ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈয়ে। পল্টন বজাৰ আৰক্ষী থানাত আৰক্ষীৰ সোধা-পোছাৰ সন্মুখীন হোৱাৰ পিছতে সাংবাদিকৰ আগত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জোনমণি গগৈয়ে। এই ঘটনাক লৈ তেওঁ কেইবাটাও বিস্ফোৰক দাবী উত্থাপন কৰাৰ লগতে স্বামী ঘনকান্ত গগৈৰ পক্ষত বিভিন্ন যুক্তি দাঙি ধৰে।

আৰক্ষীৰ জেৰাৰ অন্তত পল্টন বজাৰ আৰক্ষী থানাৰ পৰা ওলাই অহাৰ সময়ত জোনমণি গগৈয়ে কয় যে ঘটনাৰ সৈতে জড়িত সকলো নথি-পত্ৰ তেওঁ আৰক্ষীক জমা দিছে। আনহাতে, তেওঁৰ মোবাইল ফোনটোও আৰক্ষীয়ে জব্দ কৰিছে বুলি জানিবলৈ দিয়ে।

হেলেনা ভৰালীৰ পৰিয়ালেই ফোন কৰি মাতিছিল ঘনকান্তক!

হোটেল বিলাস ইন কাণ্ড সন্দৰ্ভত জোনমণি গগৈয়ে কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ দাবীটো হৈছে, হেলেনা ভৰালীৰ পৰিয়ালৰ ফালৰ পৰাই ঘনকান্ত গগৈক ফোন কৰি মাতি পঠিওৱা হৈছিল। তেওঁৰ ভাষ্য অনুসৰি, ঘনকান্তই ফোনযোগেই বিষয়টোৰ আলোচনা কৰি সমাধান কৰিব বিচাৰিছিল। কিন্তু হেলেনা ভৰালীৰ পৰিয়ালে ফোনত কথা পাতিবলৈ অমান্তি প্ৰকাশ কৰি মুখামুখিকৈ আলোচনা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।

জোনমণিৰ দাবী, ঘনকান্তই বাৰে বাৰে ফোনতে সকলো কথা পাতি ল’বলৈ কৈছিল। কিন্তু পৰিয়ালটোৰ তৰফৰ পৰা তেওঁক হোটেল বিলাস ইনলৈ আহিবলৈ কোৱা হৈছিল। আনকি জোৰ-জবৰদস্তি কৰিয়েই তেওঁক তালৈ মাতি পঠিওৱা হৈছিল বুলিও অভিযোগ কৰে জোনমণি গগৈয়ে।

ঘনকান্তক আক্ৰমণ কৰিছিল হেলেনা ভৰালীৰ পৰিয়ালে!

সাংবাদিকৰ আগত জোনমণি গগৈয়ে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে হেলেনা ভৰালীৰ পৰিয়ালৰ লোকসকলে ঘনকান্ত গগৈক আক্ৰমণ কৰিছিল। কথা পাতিবলৈ মাতি নি তেওঁক প্ৰহাৰ কৰা হৈছিল বুলি দাবী কৰে জোনমণিয়ে।

তেওঁৰ মতে, ঘনকান্তৰ শৰীৰত আক্ৰমণৰ চিন স্পষ্ট হৈ আছিল। আনকি মুখমণ্ডলতো আঘাতৰ দাগ আৰু আঁচোৰৰ চিন এতিয়াও দেখা যায় বুলি উল্লেখ কৰে জোনমণি গগৈয়ে। গুলীচালনা কৰিবলৈ যোৱা নাছিল ঘনকান্ত, হোটেল ঘূৰাই দিব বিচাৰিছিল!

জোনমণিয়ে জানিবলৈ দিয়া মতে, ঘনকান্ত গগৈৰ ব্যৱসায় ভালদৰে চলি থকা নাছিল। লোকচানৰ সন্মুখীন হোৱাৰ বাবেই তেওঁ কিছু ধন পৰিশোধ কৰিব পৰা নাছিল। ব্যৱসায়িক পৰিস্থিতি বেয়া হৈ পৰাৰ ফলত আৰ্থিক সমস্যাৰো সৃষ্টি হৈছিল বুলি দাবী কৰে তেওঁ।

নিউজ চেনেল খোলাৰ পৰিকল্পনা কৰিছিল ঘনকান্তই!

ইফালে, ঘনকান্ত গগৈৰ ব্যক্তিগত জীৱন আৰু পৰিকল্পনা সন্দৰ্ভতো কিছু কথা প্ৰকাশ কৰে জোনমণি গগৈয়ে। তেওঁৰ মতে, ঘনকান্তই এটা নিউজ চেনেল খোলাৰ পৰিকল্পনা কৰিছিল। আনহাতে, কেমেৰা সংযুক্ত চশমাযোৰ তেওঁ কোনো বিশেষ উদ্দেশ্যত নহয়, সাধাৰণভাৱেই ব্যৱহাৰ কৰিছিল বুলি দাবী কৰে জোনমণিয়ে।

বৰাৰ চাৰ্ভিছ কাণ্ডৰ পিছতেই প্ৰথমে ফোন কৰিছিল!

জোনমণি গগৈয়ে লগতে কয় যে বৰাৰ চাৰ্ভিছ কাণ্ডৰ পিছতেই ঘনকান্তই প্ৰথমে তেওঁলৈ ফোন কৰিছিল। এই সন্দৰ্ভত আৰু অধিক তথ্য আৰক্ষীক অৱগত কৰা হৈছে বুলিও ইংগিত দিয়ে।

উল্লেখ্য যে হোটেল বিলাস ইন কাণ্ডক কেন্দ্ৰ কৰি ইতিমধ্যে বিভিন্ন অভিযোগ-প্ৰতিঅভিযোগৰ সৃষ্টি হৈছে। ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈয়ে আৰক্ষীৰ সন্মুখত দিয়া ভাষ্য আৰু সাংবাদিকৰ সন্মুখত দিয়া ভাষ্যই তদন্তত কিমান সহায় কৰে সেয়া সময়ত লক্ষণীয় হ’ব ।

(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Ghanakanta Wife reactionGuwahati caseGuwahati case Hotel Bilash INN
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!
অসম

৬টা পুতলা লৈ বিলাস-ইনত ঘনকান্তৰ ক্ৰাইম ছিন ৰিক্ৰিয়েচন, প্ৰকৃততে কি হৈছিল ২৬ অক্টোবৰত?

November 2, 2026
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত
জীৱনশৈলী

আজিৰ দিনটোৰ ১২টা ৰাশিৰ ভাগ্যফল, কাৰ কাৰ উদয় হব ভাগ্য?

November 2, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ সৌভাগ্যই টোকৰ মাৰিব আপোনাৰ জীৱনত! জানক ৰাশিফল

November 1, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

November 1, 2026
Next Post
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

৬টা পুতলা লৈ বিলাস-ইনত ঘনকান্তৰ ক্ৰাইম ছিন ৰিক্ৰিয়েচন, প্ৰকৃততে কি হৈছিল ২৬ অক্টোবৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.