• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰে’লৱে NTPC নিযুক্তিৰ আবেদনৰ সময়সীমা বৃদ্ধি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

ৰে’লৱে NTPC নিযুক্তিৰ আবেদনৰ সময়সীমা বৃদ্ধি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

3 minutes ago
গুৱাহাটীত প্ৰথমবাৰৰ বাবে Guns N’ Roses! ৰক সংগীতেৰে কঁপিব খানাপাৰা

গুৱাহাটীত প্ৰথমবাৰৰ বাবে Guns N’ Roses! ৰক সংগীতেৰে কঁপিব খানাপাৰা

43 minutes ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: নিয়ম কাৰ্যকৰী হোৱাৰ পূৰ্বে অৱসৰ, তেন্তে কেনেকৈ পাব পুৰণি দৰমহাৰ বাকী থকা ধন?

1 hour ago
আপোনাৰ ব্যক্তিগত তথ্য কোনোপধ্যে নহয় লিক, চৰকাৰে আৰম্ভ কৰিছে নতুন চিষ্টেম!

আপোনাৰ ব্যক্তিগত তথ্য কোনোপধ্যে নহয় লিক, চৰকাৰে আৰম্ভ কৰিছে নতুন চিষ্টেম!

3 hours ago
কংগ্ৰেছ MLA ৰ খং! মঞ্চতে দলিয়ালে মাইক, ক’লে- মোৰ মাইক্ৰ’ফোন বন্ধ কিয়?

কংগ্ৰেছ MLA ৰ খং! মঞ্চতে দলিয়ালে মাইক, ক’লে- মোৰ মাইক্ৰ’ফোন বন্ধ কিয়?

3 hours ago
দুৰ্গন্ধ সহ্য কৰিব পৰা নাই জুহি চাওলাই! কিহত অশান্তি পালে নায়িকাগৰাকীয়ে?

দুৰ্গন্ধ সহ্য কৰিব পৰা নাই জুহি চাওলাই! কিহত অশান্তি পালে নায়িকাগৰাকীয়ে?

17 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যৰ ভৱিষ্যদ্বাণী, এসপ্তাহত ৫১০০ টকা সস্তা হৈছে সোণ! দাম আৰু কমিব নেকি?

18 hours ago
সেন্দূৰে বৃদ্ধি কৰে নেকি স্বামীৰ আয়ুস? বিহাৰী মহিলাসকলে ষট পূজাত নাকলৈ সেন্দূৰ লগোৱাৰ পৰম্পৰাৰ বিষয়ে জানক

সেন্দূৰে বৃদ্ধি কৰে নেকি স্বামীৰ আয়ুস? বিহাৰী মহিলাসকলে ষট পূজাত নাকলৈ সেন্দূৰ লগোৱাৰ পৰম্পৰাৰ বিষয়ে জানক

18 hours ago
আলমাৰী খুলিলে দুৰ্গন্ধ? এই সহজ টিপছে দূৰ কৰিব সমস্যা

আলমাৰী খুলিলে দুৰ্গন্ধ? এই সহজ টিপছে দূৰ কৰিব সমস্যা

19 hours ago
মাত্ৰ ২১০ টকা সঞ্চয় কৰি পাব ৫০০০ টকাৰ মাহিলী পেঞ্চন! এই চৰকাৰী আঁচনিৰ বিষয়ে জানেনে?

মাত্ৰ ২১০ টকা সঞ্চয় কৰি পাব ৫০০০ টকাৰ মাহিলী পেঞ্চন! এই চৰকাৰী আঁচনিৰ বিষয়ে জানেনে?

19 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

দেওবাৰে কোন কোন ৰাশিৰ ভাগ্য উজ্বল হ’ব? জানক ১২টা ৰাশিৰ দৈনিক ভৱিষ্যতবাণী

19 hours ago
Vaibhav Sooryavanshi: ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে গঢ়িলে বিশ্ব অভিলেখ, পৰিগণিত হৈছে কনিষ্ঠতম অধিনায়ক হিচাপে!

Vaibhav Sooryavanshi: ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে গঢ়িলে বিশ্ব অভিলেখ, পৰিগণিত হৈছে কনিষ্ঠতম অধিনায়ক হিচাপে!

20 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

পুনৰ ভয়ংকৰ দুৰ্ঘটনা, তীব্ৰবেগী ট্ৰাকৰ তলত সোমাল যুৱক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

ৰে’লৱে NTPC নিযুক্তিৰ আবেদনৰ সময়সীমা বৃদ্ধি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

এই তাৰিখৰ ভিতৰত ১৬৮৮ টা পদৰ বাবে আবেদন কৰক।

editor by editor
November 15, 2026
in নিয়োগ, বিবিধ, লেখা
0
ৰে’লৱে NTPC নিযুক্তিৰ আবেদনৰ সময়সীমা বৃদ্ধি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰে’লৱে নিযুক্তি ব’ৰ্ডে এনটিপিচি স্নাতক পৰ্যায়ৰ নিযুক্তি ২০২৬ৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ বৃদ্ধি কৰিছে। প্ৰথমে আবেদন প্ৰক্ৰিয়া ১৩ নৱেম্বৰত শেষ হোৱাৰ কথা আছিল যদিও এতিয়া প্ৰাৰ্থীসকলক প্ৰ-পত্ৰ পূৰণ আৰু আবেদন মাচুল জমা দিবলৈ অতিৰিক্ত সময় দিয়া হৈছে, ২০২৬ চনৰ ১৫ নৱেম্বৰলৈকে।এই নিযুক্তিয়ে মুঠ ১,৬৮৮টা পদ পূৰণ কৰিব বিভিন্ন ৰে’ল বিভাগত।

১৬৮৮টা পদৰ বাবে নিযুক্তি

এই আৰ আৰ বি নিযুক্তিয়ে চাৰিটা ভিন্ন পদ পূৰণ কৰিব। পদ অনুসৰি খালী পদৰ সবিশেষ তলত দিয়া ধৰণৰ।

বাণিজ্যিক সহ টিকট কেৰাণী – ৭০০ পদ

জুনিয়ৰ ক্লাৰ্ক সহ টাইপিষ্ট – ৬০০ পদ

একাউণ্টছ ক্লাৰ্ক সহ টাইপিষ্ট – ২০০ টা পোষ্ট

ৰে’ল কেৰাণী – ১৮৮টা পদ

মুঠ পদ -১,৬৮৮

১৫ নৱেম্বৰলৈকে আবেদন কৰিব পাৰিব

যিসকল প্ৰাৰ্থীয়ে এতিয়াও আবেদন কৰা নাই, তেওঁলোকে এই বৰ্ধিত তাৰিখৰ সুবিধা লৈ প্ৰ-পত্ৰ জমা দিব পাৰিব। প্ৰাৰ্থীসকলে আৰ আৰ বিৰ অফিচিয়েল ৱেবছাইট rrbapply.gov.in ত গৈ অনলাইন আবেদন কৰিব লাগিব। আবেদনৰ অন্তিম তাৰিখ ১৫ নৱেম্বৰ, ২০২৬।এই তাৰিখৰ ভিতৰত মাচুলও পৰিশোধ কৰিব লাগিব।

অনলাইন আবেদন কেনেকৈ পূৰণ কৰিব

  • প্ৰথমে অফিচিয়েল ৱেবছাইট rrbapply.gov.in লৈ যাওক।
  • হোমপেজত NTPC Recruitment 2026 ৰ বাবে আবেদন লিংকত ক্লিক কৰক।
  • নতুন প্ৰাৰ্থীয়ে পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।
  • পঞ্জীয়নৰ পিছত লাভ কৰা লগইন আইডি আৰু পাছৱৰ্ডৰ সৈতে লগইন কৰক।
  • আবেদন পত্ৰত বিচৰা সকলো তথ্য পূৰণ কৰক।
  • প্ৰয়োজনীয় নথিপত্ৰসমূহ স্কেন আৰু আপলোড কৰক।
  • নিৰ্ধাৰিত আবেদন মাচুল দি প্ৰ-পত্ৰ জমা দিব।
  • আবেদন পত্ৰৰ প্ৰিন্টআউট লৈ ভৱিষ্যতে ব্যৱহাৰৰ বাবে সুৰক্ষিত ৰাখক।

কোনে আবেদন কৰিব পাৰে?

এই নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ বয়স কমেও ১৮ বছৰ আৰু সৰ্বাধিক ৩০ বছৰ হ’ব লাগিব। ১ জানুৱাৰী, ২০২৭ৰ পৰা বয়স নিৰ্ধাৰণ কৰা হ’ব।সংৰক্ষিত শ্ৰেণীসমূহক নিয়ম অনুসৰি উচ্চ বয়সৰ সীমাৰ পৰা ৰেহাই দিয়া হ’ব।

  • জেনেৰেল আৰু ই ডব্লিউ এছ: ১৯৯৭ চনৰ ২ জানুৱাৰীৰ পৰা ২০০৯ চনৰ ১ জানুৱাৰীৰ ভিতৰত জন্ম।
  • অ’বিচি (নন-ক্ৰিমী লেয়াৰ): ১৯৯৪ চনৰ ২ জানুৱাৰীৰ পৰা ২০০৯ চনৰ ১ জানুৱাৰীৰ ভিতৰত জন্ম।
  • অনুসূচিত জাতি: ১৯৯২ চনৰ ২ জানুৱাৰীৰ পৰা ২০০৯ চনৰ ১ জানুৱাৰীৰ ভিতৰত জন্ম।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীত প্ৰথমবাৰৰ বাবে Guns N’ Roses! ৰক সংগীতেৰে কঁপিব খানাপাৰা
বিনোদন

গুৱাহাটীত প্ৰথমবাৰৰ বাবে Guns N’ Roses! ৰক সংগীতেৰে কঁপিব খানাপাৰা

November 15, 2026
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!
জীৱনশৈলী

8th Pay Commission: নিয়ম কাৰ্যকৰী হোৱাৰ পূৰ্বে অৱসৰ, তেন্তে কেনেকৈ পাব পুৰণি দৰমহাৰ বাকী থকা ধন?

November 15, 2026
আপোনাৰ ব্যক্তিগত তথ্য কোনোপধ্যে নহয় লিক, চৰকাৰে আৰম্ভ কৰিছে নতুন চিষ্টেম!
প্ৰযুক্তি

আপোনাৰ ব্যক্তিগত তথ্য কোনোপধ্যে নহয় লিক, চৰকাৰে আৰম্ভ কৰিছে নতুন চিষ্টেম!

November 15, 2026
কংগ্ৰেছ MLA ৰ খং! মঞ্চতে দলিয়ালে মাইক, ক’লে- মোৰ মাইক্ৰ’ফোন বন্ধ কিয়?
ভাৰত

কংগ্ৰেছ MLA ৰ খং! মঞ্চতে দলিয়ালে মাইক, ক’লে- মোৰ মাইক্ৰ’ফোন বন্ধ কিয়?

November 15, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.