• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘অদৃশ্য’ৰ যাদু! প্ৰতিটো ছবিগৃহতে হাউছফুল দৰ্শনী

‘অদৃশ্য’ৰ যাদু! প্ৰতিটো ছবিগৃহতে হাউছফুল দৰ্শনী

45 seconds ago
চাইকেল চলাই স্বাস্থ্যৰ বাৰ্তা! গুৱাহাটীত ‘Sundays on Cycle’ৰ ১০০ সংখ্যক সংস্কৰণ উদযাপন

চাইকেল চলাই স্বাস্থ্যৰ বাৰ্তা! গুৱাহাটীত ‘Sundays on Cycle’ৰ ১০০ সংখ্যক সংস্কৰণ উদযাপন

38 minutes ago
সুধাকণ্ঠৰ স্মৃতিত দিল্লীত বিশেষ আয়োজন, ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ সাজু সকলো…

সুধাকণ্ঠৰ স্মৃতিত দিল্লীত বিশেষ আয়োজন, ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ সাজু সকলো…

2 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

২ ডিচেম্বৰৰ পৰা জয়জয় ময়ময় হ’ব ৪ ৰাশিৰ! বাকী থাকক সাৱধান

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্যই দেখুৱাব লীলা! কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

3 hours ago
থাইৰয়ডৰ ভয়ংকৰ শত্ৰু এই ৬ বিধ খাদ্য! খোৱাৰ পূৰ্বে হওক সাৱধান

থাইৰয়ডৰ ভয়ংকৰ শত্ৰু এই ৬ বিধ খাদ্য! খোৱাৰ পূৰ্বে হওক সাৱধান

4 hours ago
পুনৰ আকাশলংঘী হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞৰ ডাঙৰ ভৱিষ্যদ্বাণী!

পুনৰ আকাশলংঘী হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞৰ ডাঙৰ ভৱিষ্যদ্বাণী!

4 hours ago
ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

EPFO 3.0: লাখ লাখ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! বছৰৰ শেষত UPI ৰে পৰা পোনপটীয়াকৈ সোমাব প্ৰভিডেণ্ট ফাণ্ডৰ ধন!

5 hours ago
অকলে ২৮১ ৰান, ইতিহাস ৰচনা বৈভৱ সূৰ্যবংশীৰ! সন্তানক কেনেকৈ বৈভৱৰ দৰে আত্মবিশ্বাসী কৰি তুলিব জানক

অকলে ২৮১ ৰান, ইতিহাস ৰচনা বৈভৱ সূৰ্যবংশীৰ! সন্তানক কেনেকৈ বৈভৱৰ দৰে আত্মবিশ্বাসী কৰি তুলিব জানক

7 hours ago
চিপছৰ পেকেটত বায়ু কিয় বেছি থাকে? কাৰণ জানি হাঁহি ৰখাব নোৱাৰিব!

চিপছৰ পেকেটত বায়ু কিয় বেছি থাকে? কাৰণ জানি হাঁহি ৰখাব নোৱাৰিব!

7 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ট্ৰাকৰ চেপাত ডেলিভাৰী বয়ৰ মৃ*ত্যু, গুৱাহাটীৰ জয়ানগৰত ভয়াৱহ পথ দুৰ্ঘটনা

20 hours ago
বিনামূলীয়া ৱাই-ফাই ব্যৱহাৰ নকৰিব! নহ’লে হেকাৰৰ হাতত পৰিব ব্যক্তিগত তথ্য!

বিনামূলীয়া ৱাই-ফাই ব্যৱহাৰ নকৰিব! নহ’লে হেকাৰৰ হাতত পৰিব ব্যক্তিগত তথ্য!

20 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

বৰদিনত জন্ম হোৱা শিশুৰ ভাগ্য আৰু স্বভাৱ কেনেকুৱা? জানক জ্যোতিষশাস্ত্ৰই কি কয়

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘অদৃশ্য’ৰ যাদু! প্ৰতিটো ছবিগৃহতে হাউছফুল দৰ্শনী

অসমীয়া ছবি 'অদৃশ্য'ই জিনিছে দৰ্শকৰ হৃদয়।

editor by editor
November 29, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
‘অদৃশ্য’ৰ যাদু! প্ৰতিটো ছবিগৃহতে হাউছফুল দৰ্শনী
0
SHARES
0
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমীয়া ছবি ‘অদৃশ্য’ই জিনিছে দৰ্শকৰ হৃদয়। ছবিখন চাবলৈ দৰ্শকৰ মাজত ব্যাপক উৎসাহ। অসমৰ প্ৰতিটো ছবিগৃহতে লাভ কৰিছে ব্যাপক সমাদৰ। প্ৰতিটো ছবিগৃহতে হাউছফুল দৰ্শনী।

অসমীয়া ছবিৰ এই আশাপ্ৰদ সফলতাই প্ৰতিজন কলা-কুশলীক আনন্দিত কৰিছে। মুক্তিৰ পিছতে ছবিখনে দৰ্শকৰ মাজত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ কাহিনী, অভিনয় আৰু উপস্থাপনে দৰ্শকৰ হৃদয় স্পৰ্শ কৰিছে। অসমীয়া ছবিৰ প্ৰতি দৰ্শকৰ আগ্ৰহ পুনৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰতো ‘অদৃশ্য’ই বিশেষ চৰ্চা লাভ কৰিছে।

মহানগৰীৰ মেট্ৰিক্স চিনেমা হলত ছবিখন উপভোগ কৰিবলৈ ভিৰ কৰিছে দৰ্শকে। ছবিখন চাই ওলাই অহা দৰ্শকৰ মুখত কেৱল প্ৰশংসা।

অসমীয়া চিনেমাৰ দৰ্শকৰ বাবে ‘অদৃশ্য’ হৈ পৰিছে এক চৰ্চিত নাম। ছবিখন চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বিভিন্ন বয়সৰ দৰ্শকে।

ছবিখনৰ বিষয়বস্তু আৰু কাহিনীৰ উপস্থাপনে দৰ্শকক চিনেমাখনৰ সৈতে একাত্ম হোৱাৰ সুযোগ দিছে। বিশেষকৈ ছবিখনৰ কাহিনীৰ মাজত থকা ৰহস্য আৰু নাটকীয় উপাদানসমূহে দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিছে।

কেৱল মনোৰঞ্জনেই নহয়, এখন ভাল চিনেমাই দৰ্শকক নতুন চিন্তা আৰু অনুভূতিৰো সন্ধান দিয়ে। বিশেষকৈ ছবিখনৰ কাহিনী আৰু অভিনয়ে আকৰ্ষণ কৰিছে দৰ্শকক। ইয়াৰ লগতে যতীন বৰা আৰু তপন দাসৰ যুটিক একেখন পৰ্দাতে দেখি দৰ্শকে যথেষ্ঠ ভাল পাইছে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Assamese Movieঅদৃশ্য়
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাইকেল চলাই স্বাস্থ্যৰ বাৰ্তা! গুৱাহাটীত ‘Sundays on Cycle’ৰ ১০০ সংখ্যক সংস্কৰণ উদযাপন
অসম

চাইকেল চলাই স্বাস্থ্যৰ বাৰ্তা! গুৱাহাটীত ‘Sundays on Cycle’ৰ ১০০ সংখ্যক সংস্কৰণ উদযাপন

November 29, 2026
সুধাকণ্ঠৰ স্মৃতিত দিল্লীত বিশেষ আয়োজন, ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ সাজু সকলো…
ভাৰত

সুধাকণ্ঠৰ স্মৃতিত দিল্লীত বিশেষ আয়োজন, ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ সাজু সকলো…

November 29, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

২ ডিচেম্বৰৰ পৰা জয়জয় ময়ময় হ’ব ৪ ৰাশিৰ! বাকী থাকক সাৱধান

November 29, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ভাগ্যই দেখুৱাব লীলা! কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

November 29, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.