• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

১ ডিচেম্বৰৰ পৰা সলনি হ’ব বহু নিয়ম, সাৱধান হওক আপুনি!

18 minutes ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ডিচেম্বৰত যাত্ৰাৰ পৰা বিৰত থাকক ৪ ৰাশিৰ লোক, আছে অমংগলৰ যোগ!

38 seconds ago
‘অদৃশ্য’ৰ যাদু! প্ৰতিটো ছবিগৃহতে হাউছফুল দৰ্শনী

‘অদৃশ্য’ৰ যাদু! প্ৰতিটো ছবিগৃহতে হাউছফুল দৰ্শনী

39 minutes ago
চাইকেল চলাই স্বাস্থ্যৰ বাৰ্তা! গুৱাহাটীত ‘Sundays on Cycle’ৰ ১০০ সংখ্যক সংস্কৰণ উদযাপন

চাইকেল চলাই স্বাস্থ্যৰ বাৰ্তা! গুৱাহাটীত ‘Sundays on Cycle’ৰ ১০০ সংখ্যক সংস্কৰণ উদযাপন

1 hour ago
সুধাকণ্ঠৰ স্মৃতিত দিল্লীত বিশেষ আয়োজন, ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ সাজু সকলো…

সুধাকণ্ঠৰ স্মৃতিত দিল্লীত বিশেষ আয়োজন, ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ সাজু সকলো…

2 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

২ ডিচেম্বৰৰ পৰা জয়জয় ময়ময় হ’ব ৪ ৰাশিৰ! বাকী থাকক সাৱধান

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্যই দেখুৱাব লীলা! কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

3 hours ago
থাইৰয়ডৰ ভয়ংকৰ শত্ৰু এই ৬ বিধ খাদ্য! খোৱাৰ পূৰ্বে হওক সাৱধান

থাইৰয়ডৰ ভয়ংকৰ শত্ৰু এই ৬ বিধ খাদ্য! খোৱাৰ পূৰ্বে হওক সাৱধান

4 hours ago
পুনৰ আকাশলংঘী হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞৰ ডাঙৰ ভৱিষ্যদ্বাণী!

পুনৰ আকাশলংঘী হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞৰ ডাঙৰ ভৱিষ্যদ্বাণী!

5 hours ago
ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

EPFO 3.0: লাখ লাখ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! বছৰৰ শেষত UPI ৰে পৰা পোনপটীয়াকৈ সোমাব প্ৰভিডেণ্ট ফাণ্ডৰ ধন!

6 hours ago
অকলে ২৮১ ৰান, ইতিহাস ৰচনা বৈভৱ সূৰ্যবংশীৰ! সন্তানক কেনেকৈ বৈভৱৰ দৰে আত্মবিশ্বাসী কৰি তুলিব জানক

অকলে ২৮১ ৰান, ইতিহাস ৰচনা বৈভৱ সূৰ্যবংশীৰ! সন্তানক কেনেকৈ বৈভৱৰ দৰে আত্মবিশ্বাসী কৰি তুলিব জানক

7 hours ago
চিপছৰ পেকেটত বায়ু কিয় বেছি থাকে? কাৰণ জানি হাঁহি ৰখাব নোৱাৰিব!

চিপছৰ পেকেটত বায়ু কিয় বেছি থাকে? কাৰণ জানি হাঁহি ৰখাব নোৱাৰিব!

8 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ট্ৰাকৰ চেপাত ডেলিভাৰী বয়ৰ মৃ*ত্যু, গুৱাহাটীৰ জয়ানগৰত ভয়াৱহ পথ দুৰ্ঘটনা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

১ ডিচেম্বৰৰ পৰা সলনি হ’ব বহু নিয়ম, সাৱধান হওক আপুনি!

১ ডিচেম্বৰৰ পৰা কেইবাটাও ক্ষেত্ৰত পৰিৱৰ্তনৰ সম্ভাৱনা আছে।

editor by editor
November 29, 2026
in বাণিজ্য, বিবিধ, লেখা
0
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম
0
SHARES
48
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতি মাহৰ প্ৰথম দিনটোত কেইবাটাও নিয়ম সলনি হয়। কেতিয়াবা সাধাৰণ মানুহৰ উপকাৰ হয়, কেতিয়াবা খৰচৰ বোজা বাঢ়ে। এইবাৰ ১ ডিচেম্বৰৰ পৰা কেইবাটাও ক্ষেত্ৰত পৰিৱৰ্তনৰ সম্ভাৱনা আছে।ইয়াৰ ভিতৰত এছ বি আই ক্ৰেডিট কাৰ্ডৰ নিয়ম, ৰন্ধন গেছৰ দাম, ঋণৰ সুতৰ হাৰ আৰু আধাৰ সম্পৰ্কীয় সেৱা আদি অন্তৰ্ভুক্ত। ফলত মাহৰ আৰম্ভণিতে সাধাৰণ মানুহৰ দৈনন্দিন খৰচ আৰু আৰ্থিক পৰিকল্পনাত প্ৰভাৱ পৰিব পাৰে। ১ ডিচেম্বৰৰ পৰা কি কি পৰিৱৰ্তন হ’ব পাৰে সেই বিষয়ে জানিব পৰা গৈছে।

১ ডিচেম্বৰৰ পৰা সলনি হ’ব এছ বি আইৰ ক্ৰেডিট কাৰ্ডৰ নিয়ম

SBI ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীয়ে ১ ডিচেম্বৰৰ পৰা কিছুমান লেনদেনত অতিৰিক্ত চাৰ্জৰ সন্মুখীন হ’ব পাৰে।নতুন নিয়ম অনুসৰি যদি আপুনি এটা সময়ত ৩০ হাজাৰ টকাতকৈ অধিক পৰিবহণ পেমেণ্ট কৰে তেন্তে ১ শতাংশ চাৰ্জ আৰু প্ৰযোজ্য কৰ দিব লাগিব।

আনহাতে, ইন্ধনৰ ক্ষেত্ৰত যদি বিলিং চক্ৰত মুঠ খৰচ ৫০,০০০ টকাতকৈ অধিক হয়, তেন্তে সমগ্ৰ ইন্ধনৰ খৰচৰ ওপৰত ১ শতাংশতকৈ অধিক অতিৰিক্ত চাৰ্জ আৰোপ কৰিব পাৰি। অৰ্থাৎ এই চাৰ্জ নিৰ্ধাৰিত সীমাতকৈ অধিক খৰচৰ ওপৰত নহয়, সমগ্ৰ ইন্ধনৰ বিলৰ ওপৰত প্ৰযোজ্য হ’ব।

আৰ বি আইয়ে ৰেপো ৰেটৰ সিদ্ধান্ত ল’ব পাৰে

২ ডিচেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব।এই বৈঠকত ৰেপো ৰেটৰ পৰ্যালোচনা কৰা হ’ব। যোৱা অক্টোবৰ মাহত আৰ বি আইয়ে ৰেপো ৰেট ০.২৫ শতাংশ বৃদ্ধি কৰি ৫.৫০ শতাংশলৈ বৃদ্ধি কৰিছিল। এইবাৰো সুতৰ হাৰৰ ওপৰত লোৱা সিদ্ধান্তৰ প্ৰতি গুৰুত্ব দিয়া হৈছে।

ঋণৰ ইএমআই বৃদ্ধি হ’ব পাৰে

যদি আৰ বি আইয়ে ৰেপো ৰেট বৃদ্ধি কৰাৰ সিদ্ধান্ত লয় তেন্তে বেংকৰ ঋণৰ সুতৰ হাৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে। বেংকে বিভিন্ন ফ্লটিং ৰেট ঋণ বিশেষকৈ গৃহ ঋণৰ সুতৰ হাৰ বৃদ্ধি কৰিব পাৰে। তেনে ক্ষেত্ৰত গ্ৰাহকৰ মাহিলী ইএমআই বৃদ্ধি পাব পাৰে। আকৌ ঋণ পৰিশোধৰ সময়সীমাও বৃদ্ধি পাব পাৰে।

এফ ডিৰ সুতৰ হাৰ বৃদ্ধি পাব পাৰে

আনহাতে ফিক্সড ডিপ’জিট বা এফ ডিত বিনিয়োগকাৰীৰ বাবে কিছু সকাহৰ খবৰ আহিব পাৰে। যদি ৰেপো ৰেট বৃদ্ধি পায় তেন্তে বেংকে নতুন এফ ডিৰ সুতৰ হাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত ল’ব পাৰে। অৱশ্যে ঋণ আৰু এফ ডিৰ সুতৰ হাৰৰ পৰিৱৰ্তন নিৰ্ভৰ কৰিব বেংকৰ নিজৰ সিদ্ধান্ত আৰু বজাৰৰ অৱস্থাৰ ওপৰত।

আধাৰ ইমেইল আপডেট নিয়মত ডাঙৰ সুবিধা

আধাৰ কাৰ্ডত ইমেইল আইডি সংযোজন বা পুৰণি ইমেইল আইডি আপডেট কৰিলে এতিয়াৰ বাবে ৭৫ টকাৰ কোনো চাৰ্জ নাই। এই সুবিধা অহা ৩১ ডিচেম্বৰলৈকে উপলব্ধ হ’ব।কিন্তু তাৰ বাবে অফিচিয়েল আধাৰ মোবাইল এপৰ জৰিয়তে ইমেইল আইডি আপডেট কৰিব লাগিব। অৰ্থাৎ যদি আপুনি নতুন ইমেইল আইডি যোগ কৰাৰ পৰিকল্পনা কৰিছে বা পুৰণিটো সলনি কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ৩১ ডিচেম্বৰৰ ভিতৰত কামটো সম্পূৰ্ণ কৰিব পাৰিব।তাৰ পিছত আপুনি পুনৰ নিৰ্ধাৰিত সেৱা মাচুল দিব লাগিব।

এল পি জি চিলিণ্ডাৰৰ দাম সলনি হ’বনে?

চৰকাৰী তেল কোম্পানীসমূহে প্ৰতি মাহৰ প্ৰথম দিনাই ৰন্ধন গেছৰ মূল্য পৰ্যালোচনা কৰে। সেই নিয়ম অনুসৰি ১ ডিচেম্বৰত ঘৰুৱা আৰু বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য সলনি হ’ব পাৰে। ১৯ কেজি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে। দাম বৃদ্ধি হ’লে হোটেল আৰু ৰেষ্টুৰেণ্টৰ ব্যৱসায়ত প্ৰভাৱ পৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

ডিচেম্বৰত যাত্ৰাৰ পৰা বিৰত থাকক ৪ ৰাশিৰ লোক, আছে অমংগলৰ যোগ!

November 29, 2026
‘অদৃশ্য’ৰ যাদু! প্ৰতিটো ছবিগৃহতে হাউছফুল দৰ্শনী
বিনোদন

‘অদৃশ্য’ৰ যাদু! প্ৰতিটো ছবিগৃহতে হাউছফুল দৰ্শনী

November 29, 2026
চাইকেল চলাই স্বাস্থ্যৰ বাৰ্তা! গুৱাহাটীত ‘Sundays on Cycle’ৰ ১০০ সংখ্যক সংস্কৰণ উদযাপন
অসম

চাইকেল চলাই স্বাস্থ্যৰ বাৰ্তা! গুৱাহাটীত ‘Sundays on Cycle’ৰ ১০০ সংখ্যক সংস্কৰণ উদযাপন

November 29, 2026
সুধাকণ্ঠৰ স্মৃতিত দিল্লীত বিশেষ আয়োজন, ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ সাজু সকলো…
ভাৰত

সুধাকণ্ঠৰ স্মৃতিত দিল্লীত বিশেষ আয়োজন, ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ সাজু সকলো…

November 29, 2026
Next Post
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ডিচেম্বৰত যাত্ৰাৰ পৰা বিৰত থাকক ৪ ৰাশিৰ লোক, আছে অমংগলৰ যোগ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.