• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জ্বৰ-কাহ ন’হলেও সাৱধান হওক, ক’ৰোনাৰ নতুন লক্ষণসমূহ এনেধৰণৰ…

জ্বৰ-কাহ ন’হলেও সাৱধান হওক, ক’ৰোনাৰ নতুন লক্ষণসমূহ এনেধৰণৰ…

5 years ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

43 minutes ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

57 minutes ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

2 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

3 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

6 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

7 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

7 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

8 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

9 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

9 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

21 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

জ্বৰ-কাহ ন’হলেও সাৱধান হওক, ক’ৰোনাৰ নতুন লক্ষণসমূহ এনেধৰণৰ…

পূৰ্বৰ লহৰৰ তুলনাত নতুন ভাইৰাছ বিধৰ লক্ষণসমূহ কিছু পৃথক

editor by editor
April 10, 2021
in ক'ভিড-১৯, ভাৰত, স্বাস্থ্য
0
জ্বৰ-কাহ ন’হলেও সাৱধান হওক, ক’ৰোনাৰ নতুন লক্ষণসমূহ এনেধৰণৰ…
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভাৰতত প্ৰতিদিনে ক’ৰোনাত আক্ৰান্ত হৈছে লাখ লাখ লোক। জ্বৰ,কাহ, খাদ্যৰ স্বাদ আৰু গোন্ধ নোপোৱা আদি ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ সাধাৰণ লক্ষণ। কিন্তু ক’ৰোনাৰ নতুন লহৰৰ সৈতে কিছু নতুন লক্ষণ ধৰা পৰিছে আক্ৰান্তৰ শৰীৰত। পূৰ্বৰ লহৰৰ তুলনাত নতুন ভাইৰাছ বিধৰ লক্ষণসমূহ কিছু পৃথক। নতুন লক্ষণসমূহ হ’ল —

চকু ৰঙা পৰাঃ ক’ৰোনাৰ নতুন লহৰৰ সৈতে কিছু নতুন লক্ষণৰ উপস্থিতি পোৱা গৈছে চীনৰ এক গৱেষণাত। নতুন ভাইৰাছবিধত আক্ৰান্ত হ’লে ব্যক্তিৰ চকু ভিতৰভাগ পাতল ৰঙা অথবা গুলপীয়া বৰণৰ হ’ব পাৰে। চকু ৰঙা পৰাৰ উপৰিও চকু ফুলি উঠা বা চকুৰ পৰা পানী ওলোৱাৰ দৰে সমস্যাই দেখা দিব পাৰে ব্যক্তিৰ শৰীৰত।

কাণৰ সমস্যাঃ ‘ইণ্টাৰনেচনেল জাৰ্ণেল অৱ অডিঅ’ল’জি’ত প্ৰকাশিত এক তথ্য অনুসৰি, কোনো ধৰণৰ কানৰ সমস্যাই দেখা দিয়াটো কোভিড-১৯ৰ নতুন লহৰত আক্ৰান্ত হোৱাৰ এক লক্ষণ। গৱেষণাত প্ৰায় ৫৬ শতাংশ লোকৰ শৰীৰত এই লক্ষণে দেখা দিছে।

পেটৰ সমস্যাঃ ক’ৰোনাৰ দ্বিতীয় লহৰত আক্ৰান্ত লোকক গেষ্ট্ৰ’ইনটেষ্টিনেল সমস্যাত ভোগা দেখা পোৱা গৈছে। পূৰ্বে কোভিড আক্ৰান্ত লোক শ্বাস-প্ৰশ্বাস জনিত সমস্যাত ভুগিছিল। কিন্তু বৰ্তমান পেটৰ সমস্যাও কোভিডত আক্ৰান্তৰ এক লক্ষণ।

মনৰ বিভ্ৰান্তিঃ ক’ৰোনাৰ দ্বিতীয় লহৰত আক্ৰান্ত হোৱা লোকসকলক মানসিক বিভ্ৰান্তিৰ দৰে সমস্যাত ভোগা দেখা পোৱা গৈছে। দীৰ্ঘ সময় ধৰি ক’ৰোনাত আক্ৰান্ত হোৱা ৰোগীৰ ক্ষেত্ৰত এনে সমস্যাই দেখা দিয়ে।

হৃদস্পন্দনৰ অস্বাভাৱিক গতিঃ হৃদস্পন্দনৰ অস্বাভাৱিক গতি ক’ৰোনাৰ নতুন লহৰত আক্ৰান্ত হোৱাৰ এক অন্যতম লক্ষণ। মেয়’ ক্লিনিকৰ এক গৱেষণাত প্ৰকাশ পাইছে এই তথ্য।

মূৰৰ বিষঃ স্বাস্থ্য বিশেষজ্ঞৰ ভাষ্য অনুসৰি, কোভিডৰ নতুন লহৰে ব্যক্তিৰ শৰীৰত বিভিন্ন ধৰণেৰে আক্ৰমণ কৰিব পাৰে। পূৰ্বতকৈ অধিক সংক্ৰামক এইবিধ ভাইৰাছ। নিউমোনিয়াত আক্ৰান্ত লোকসকলৰ বাবে অধিক বিপজ্জনক এই ভাইৰাছ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19new variant of covid
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!
ভাৰত

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

July 14, 2026
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?
বিনোদন

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

July 14, 2026
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?
বিনোদন

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

July 13, 2026
Next Post
মাটিত পোত যোৱা ঘৰ এটা কেনেকৈ দাঙিব?

মাটিত পোত যোৱা ঘৰ এটা কেনেকৈ দাঙিব?

২০ এপ্ৰিলত ৰাজ্যৰ ৪ সমষ্টিত পুনৰ ভোটগ্ৰহণ

২০ এপ্ৰিলত ৰাজ্যৰ ৪ সমষ্টিত পুনৰ ভোটগ্ৰহণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.