গৰুৰ ছিণ্ডিকেটত ন ন কৌশল, এইবাৰ চোৰাং গৰু ট্ৰেইলাৰত। পশ্চিমবংগৰ পৰা আহি থকা অৱস্থাত শ্ৰীৰামপুৰত এখন ট্ৰেইলাৰ জব্দ, বহু গৰু উদ্ধাৰ।