অসম লাইভ ২৪: বলীউডৰ বলিষ্ঠ অভিনেতা তথা bjpৰ নেতা মিঠুন চক্ৰৱৰ্তী শাৰীৰিকভাৱে অসুস্থ। নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসুস্থ হৈ পৰিল অভিনেতাজন। দেওবাৰে ৰায়গঞ্জৰ এখন সভাত হঠাতে অসুস্থ হৈ পৰে অভিনেতা মিঠুন চক্ৰৱৰ্তী। ৰায়গঞ্জৰ এখন নিৰ্বাচনী সভাত ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। অসুস্থ হোৱাৰ লগে লগেই কলিকতাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও এই পৰ্যন্ত কি হৈছে ডাক্তৰে জানিবলৈ দিয়া নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















