• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শোকাৱহ, শ্বপিং মলত অগ্নিকাণ্ড সংঘটিত হৈ ১৬ জনে হেৰুৱালে প্ৰাণ, ৭৫ আহত

শোকাৱহ, শ্বপিং মলত অগ্নিকাণ্ড সংঘটিত হৈ ১৬ জনে হেৰুৱালে প্ৰাণ, ৭৫ আহত

2 years ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

3 minutes ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

17 minutes ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

58 minutes ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

1 hour ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

2 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

2 hours ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

3 hours ago
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

3 hours ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

4 hours ago
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

4 hours ago
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

5 hours ago
সাজঘৰ

সাজঘৰ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শোকাৱহ, শ্বপিং মলত অগ্নিকাণ্ড সংঘটিত হৈ ১৬ জনে হেৰুৱালে প্ৰাণ, ৭৫ আহত

editor by editor
July 18, 2024
in বিবিধ, বিশ্ব
0
শোকাৱহ, শ্বপিং মলত অগ্নিকাণ্ড সংঘটিত হৈ ১৬ জনে হেৰুৱালে প্ৰাণ, ৭৫ আহত
0
SHARES
421
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শোকাৱহ, শ্বপিং মলত অগ্নিকাণ্ড সংঘটিত হৈ ১৬ জনে হেৰুৱালে প্ৰাণ, ৭৫ আহত

চীনৰ দক্ষিণ-পশ্চিম অঞ্চলৰ জিগং চহৰৰ এটা শ্বপিং মলত সংঘটিত হোৱা অগ্নিকাণ্ডত ১৬ জন লোকৰ মৃত্যু হয়। এই তথ্য সদৰি কৰিছে দেশখনৰ ৰাজ্যিক সংবাদ মাধ্যমে। বুধবাৰে সন্ধিয়া ৬ মান বজাৰ পিছত ১৪ মহলীয়া বাণিজ্যিক ভৱনটোৰ অধিক ক্ষতিৰ খবৰ পোৱাৰ পিছত অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল লগে লগে ঘটনাস্থলীত উপস্থিত হয়।

চৰকাৰী সংবাদ সংস্থা ছিনহুয়াৰ তথ্য অনুসৰি দলটোৱে ৭৫ জন লোকক উদ্ধাৰ কৰে। যি কম বেছি পৰিমাণে আহত হয়। তথ্য অনুসৰি এই খবৰ লিখাৰ সময়লৈকে উদ্ধাৰৰ কাম চলি আছিল। অগ্নিকাণ্ডৰ কাৰণ আৰু অগ্নিকাণ্ডৰ সময়ত মলটোত কিমানজন লোক আছিল সেই বিষয়ে সঠিকলৈ জানিব পৰা হোৱা নাই। এই ভৱনটোত ডিপাৰ্টমেণ্ট ষ্ট’ৰ, কাৰ্যালয়, ৰেষ্টুৰেণ্ট আৰু চিনেমা হল আছে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত অট্টালিকাৰ তলৰ অংশৰ খিৰিকীৰে ক’লা ধোঁৱা ওলোৱা দেখা গৈছে। ১৪ মহলীয়া মল ভৱনটোৰ প্ৰায় সকলো মহলাতে অগ্নিকাণ্ড সংঘটিত হয়। ছ’চিয়েল মিডিয়াত ভিডিঅ’টোত দেখা গৈছে বিশাল জুইৰ শিখা। স্থানীয় সংবাদ মাধ্যমে জনোৱা মতে, অগ্নিনিৰ্বাপক বাহিনীয়েও কেইবাখনো ড্ৰোন ব্যৱহাৰ কৰি জুই নিৰ্বাপন কৰে।

ৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক আৰু উদ্ধাৰ প্ৰশাসনৰ মুখপাত্ৰ লি ৱানফেঙে জনোৱা মতে, চলিত বৰ্ষৰ ২০ মে’লৈকে ৯৪৭টা অগ্নিকাণ্ড সংঘটিত হৈছে। লীয়ে কয় যে হোটেল আৰু ৰেষ্টুৰেণ্টৰ দৰে ৰাজহুৱা স্থানত জুইৰ সংখ্যা ৪০% বৃদ্ধি পাইছে আৰু ইয়াৰ আটাইতকৈ সাধাৰণ কাৰণ হৈছে বিদ্যুৎ বা গেছ লাইনৰ বিজুতি আৰু অসাৱধানতা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: chinaChina firefireFire BlastMassive fireShopping MallShopping Mall Fire
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?
বিশ্ব

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

June 7, 2026
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?
জীৱনশৈলী

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

June 7, 2026
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা
বিনোদন

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

June 7, 2026
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ
ভাৰত

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

June 7, 2026
Next Post
আলু খালে বেয়া! কিমান সত্য এই কথা, সিদ্ধ আলু খাওক, বহু বেমাৰ আঁতৰত ৰাখক

আলু খালে বেয়া! কিমান সত্য এই কথা, সিদ্ধ আলু খাওক, বহু বেমাৰ আঁতৰত ৰাখক

ৰিলৰ নিচাই শেষ কৰিলে জীৱন, জলপ্ৰপাতৰ গভীৰ খাদত পৰি শেষ হৈ গ’ল এইগৰাকী ট্ৰেভেল ব্লগাৰ

ৰিলৰ নিচাই শেষ কৰিলে জীৱন, জলপ্ৰপাতৰ গভীৰ খাদত পৰি শেষ হৈ গ’ল এইগৰাকী ট্ৰেভেল ব্লগাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.