• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আলু খালে বেয়া! কিমান সত্য এই কথা, সিদ্ধ আলু খাওক, বহু বেমাৰ আঁতৰত ৰাখক

আলু খালে বেয়া! কিমান সত্য এই কথা, সিদ্ধ আলু খাওক, বহু বেমাৰ আঁতৰত ৰাখক

2 years ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

1 hour ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

3 hours ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

3 hours ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

4 hours ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

5 hours ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

5 hours ago
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

6 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

6 hours ago
বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

7 hours ago
চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

8 hours ago
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

আলু খালে বেয়া! কিমান সত্য এই কথা, সিদ্ধ আলু খাওক, বহু বেমাৰ আঁতৰত ৰাখক

editor by editor
July 18, 2024
in খাদ্য, জীৱনশৈলী, বিনোদন, বিবিধ, স্বাস্থ্য
0
আলু খালে বেয়া! কিমান সত্য এই কথা, সিদ্ধ আলু খাওক, বহু বেমাৰ আঁতৰত ৰাখক
0
SHARES
7.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আলু খালে বেয়া! কিমান সত্য এই কথা, সিদ্ধ আলু খাওক, বহু বেমাৰ আঁতৰত ৰাখক

আলু খালে ওজন বৃদ্ধি হয় বুলি বহুতে ভাবে। কিন্তু সিজোৱা আলু খাই ওজন বৃদ্ধি কৰাৰ পৰিৱৰ্তে ইয়াৰ বহু উপকাৰ পোৱা যায়। এই বিষয়ে জানি লওক-

ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহিব
আলুত থকা আঁহ শৰীৰত প্ৰৱেশ কৰাৰ পিছত ৰক্তচাপ নিয়ন্ত্ৰণত আনিবলৈ বেছি সময় নালাগে। তাৰ লগতে বেয়া কলেষ্টেৰলৰ মাত্ৰাও লক্ষ্যণীয়।
ফলত হৃদযন্ত্ৰৰ কোনো ধৰণৰ ক্ষতি হোৱাৰ আশংকা নাথাকে।

মগজুৰ শক্তি বৃদ্ধি পায়
যদি আপুনি নিয়মিতভাৱে সিজোৱা আলু খাবলৈ আৰম্ভ কৰে তেন্তে  মগজুৰ শক্তি বৃদ্ধি পাব। দৰাচলতে আলুত উপস্থিত থকা বিভিন্ন উপকাৰী উপাদানে শৰীৰত প্ৰৱেশ কৰাৰ পিছত মগজুৰ শক্তি নিমিষতে বৃদ্ধি কৰাত বিশেষ ভূমিকা পালন কৰাৰ লগতে মগজুৰ ক্লান্তি দূৰ কৰাত সহায় কৰে।

আঁহৰ প্ৰয়োজনীয়তা পূৰণ কৰা
এটা মধ্যমীয়া আকাৰৰ আলুত প্ৰায় ২ গ্ৰাম আঁহ থাকে, যিটো দিনটোৰ বাবে প্ৰয়োজনীয় মুঠ আঁহৰ প্ৰায় ৮ শতাংশ। ডায়েটেৰী ফাইবাৰে কেইবাটাও ৰোগ প্ৰতিৰোধ কৰাত বিশেষ ভূমিকা পালন কৰে। কোনো সময়তে শৰীৰত যাতে আঁহৰ অভাৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আৰু এই ক্ষেত্ৰত আলুৰ বিকল্প থকা যেন নালাগে।

ভিটামিন চিৰ যোগান
শৰীৰক সুস্থ কৰি ৰাখিবলৈ এই বিশেষ ভিটামিনৰ বিকল্প নাই যেন লাগে। আৰু নিয়মীয়াকৈ আলু খালে শৰীৰত থকা এই বিশেষ উপাদানটোৰ অভাৱ নাইকিয়া হ’বলৈ সময় নালাগে। ফলত কেইবাটাও ৰোগে স্বাভাৱিকতে আঁতৰি থাকিবলৈ বাধ্য হয়। তাৰ লগতে কলেষ্টেৰলৰ মাত্ৰাও কমিবলৈ আৰম্ভ কৰে। ফলত হঠাৎ হাৰ্ট এটেকৰ সম্ভাৱনা কমি যায়। কেৱল এয়াই নহয়, যিকোনো ধৰণৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও কমি যায়। সেইবাবেই ডাক্তৰে পুষ্টিকৰ খাদ্যৰ তালিকাৰ শীৰ্ষত আলুক স্থান দিয়ে।

পটাছিয়ামৰ অভাৱ নাইকিয়া কৰে
কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে আলুত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত বিশেষ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও শৰীৰৰ উপকাৰ হয়। লগতে এইটো জনাটো ভাল যে কলৰ তুলনাত আলুত পটাছিয়াম বহুত বেছি থাকে। গতিকে নিয়মিতভাৱে আলু খাবলৈ আৰম্ভ কৰিলে ৰক্তচাপৰ দৰে ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে হ্ৰাস পায়।

ছালৰ সৌন্দৰ্য্য বাঢ়িব
আলুত থকা ভিটামিন চি, বি কমপ্লেক্স, পটাছিয়াম, মেগনেছিয়াম, ফছফৰাছ আৰু জিংকে দেখুৱাইছে যে শৰীৰত প্ৰৱেশ কৰাৰ পিছত যিকোনো ধৰণৰ ছালৰ ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰিবলৈ সময় নালাগে।  আলুক ছালৰ যত্নতো আন ধৰণে ব্যৱহাৰ কৰিব পাৰি। আলু লৈ তাৰে পেষ্ট বনাব। তাৰ পিছত সেই পেষ্টৰ লগত অলপ মৌ মিহলাই মুখত লগাব। প্ৰতিদিনে যদি আপুনি আপোনাৰ ছালৰ যত্ন লয় তেন্তে আপুনি বহু ভাল ফলাফল দেখিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Boil potatofoodHealth benefitpotataoPotato benefit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?
বিনোদন

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

June 24, 2026
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী
অপৰাধ

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

June 24, 2026
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?
প্ৰযুক্তি

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

June 24, 2026
Next Post
ৰিলৰ নিচাই শেষ কৰিলে জীৱন, জলপ্ৰপাতৰ গভীৰ খাদত পৰি শেষ হৈ গ’ল এইগৰাকী ট্ৰেভেল ব্লগাৰ

ৰিলৰ নিচাই শেষ কৰিলে জীৱন, জলপ্ৰপাতৰ গভীৰ খাদত পৰি শেষ হৈ গ’ল এইগৰাকী ট্ৰেভেল ব্লগাৰ

ডিব্ৰুগড় অভিমুখী ৰে’লৰ ভয়ংকৰ দুৰ্ঘটনা! বৰ্তমানলৈ শেষ হ’ল ৪গৰাকীৰ জীৱন, ক’ত কেনেকৈ এই দুৰ্ঘটনা?

ডিব্ৰুগড় অভিমুখী ৰে’লৰ ভয়ংকৰ দুৰ্ঘটনা! বৰ্তমানলৈ শেষ হ’ল ৪গৰাকীৰ জীৱন, ক’ত কেনেকৈ এই দুৰ্ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.