• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লণ্ডনত ব্ৰিটেইনৰ ৰজাৰ অভিষেক! ৰজা-ৰাণীৰ পোছাক তৈয়াৰ কৰিছে হুগলী নদীৰ পাৰৰ এগৰাকী যুৱতীয়ে, লণ্ডনৰ পৰিসীমা নেদেখা প্ৰিয়ংকাক কেনেকৈ যোগাযোগ কৰিছিল ৰাজপৰিয়ালে?

লণ্ডনত ব্ৰিটেইনৰ ৰজাৰ অভিষেক! ৰজা-ৰাণীৰ পোছাক তৈয়াৰ কৰিছে হুগলী নদীৰ পাৰৰ এগৰাকী যুৱতীয়ে, লণ্ডনৰ পৰিসীমা নেদেখা প্ৰিয়ংকাক কেনেকৈ যোগাযোগ কৰিছিল ৰাজপৰিয়ালে?

3 years ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

32 minutes ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

54 minutes ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

1 hour ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

2 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

3 hours ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

4 hours ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

4 hours ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

5 hours ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

6 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

7 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

7 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী ফেশ্বন

লণ্ডনত ব্ৰিটেইনৰ ৰজাৰ অভিষেক! ৰজা-ৰাণীৰ পোছাক তৈয়াৰ কৰিছে হুগলী নদীৰ পাৰৰ এগৰাকী যুৱতীয়ে, লণ্ডনৰ পৰিসীমা নেদেখা প্ৰিয়ংকাক কেনেকৈ যোগাযোগ কৰিছিল ৰাজপৰিয়ালে?

editor by editor
May 5, 2023
in ফেশ্বন, বিবিধ, বিশ্ব, ভাৰত
0
লণ্ডনত ব্ৰিটেইনৰ ৰজাৰ অভিষেক! ৰজা-ৰাণীৰ পোছাক তৈয়াৰ কৰিছে হুগলী নদীৰ পাৰৰ এগৰাকী যুৱতীয়ে, লণ্ডনৰ পৰিসীমা নেদেখা প্ৰিয়ংকাক কেনেকৈ যোগাযোগ কৰিছিল ৰাজপৰিয়ালে?
0
SHARES
860
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ব্ৰিটেইনৰ মছনদত শনিবাৰে ৰজা তৃতীয় চাৰ্লছৰ ৰাজঅভিষেক। অনুষ্ঠানৰ যাৱতীয় ব্যৱস্থাপনা ইতিমধ্যে আৰম্ভ হৈছে। আনুষ্ঠানিকভাৱে ‘কুইন কনছৰ্ট’ হিচাপে ঘোষণা কৰা হ’ব চাৰ্লছৰ পত্নী কেমিলাক। এই ৰাজকীয় অনুষ্ঠানৰ বাবে কেমিলাৰ পোছাকৰ নক্সা কিন্তু তৈয়াৰ হৈছে প্ৰান্তীয় এখন গাঁৱত। হুগলীৰ প্ৰান্তীয় এখন গাওঁ। এই ড্ৰেছৰ নক্সা তৈয়াৰ কৰিছে প্ৰিয়ংকা মল্লিক নামৰ এজন লোকে। প্ৰিয়ংকাই নিজ চকুৰে কাহানিও বাকিংহাম পেলেছ দেখা নাই। লণ্ডনৰ পৰিসীমাও কাহানিও গৰকা নাই প্ৰিয়ংকাই। হাজাৰ হাজাৰ কিঃমিঃ দূৰত্বত থাকিয়েই ৰাজপৰিয়ালৰ বাবে কাম কৰিছে প্ৰিয়ংকাই।

হুগলীৰ যোগাযোগ ব্যৱস্থা পূৰ্বতকৈ কিছু উন্নত হ’লেও প্ৰায় সময়তে ফোনৰ নেটৱৰ্ক নাথাকে। ষ্টেচনৰ পৰা নামি প্ৰথমে অটো তাৰপিছত খোজকাঢ়ি প্ৰিয়ংকাৰ গাঁৱলৈ যাত্ৰা কৰিব লাগে। কিন্তু প্ৰিয়ংকাৰ হাতৰ কাম কোনো বাধা নোপোৱাকৈয়ে লণ্ডন পায়গৈ। দেশ-বিদেশৰ নানান জ্ঞানী-গুণী পোছাকশিল্পীৰ ভীৰত প্ৰিয়ংকাই তৈয়াৰ কৰা নক্সাহে নিৰ্বাচিত কৰিছে কেমিলাৰ দলে। ‘ইটাৰনেল ৰোজ’ থিমৰ এই পোছাক দেখা মাত্ৰকেই ৰাণীয়ে প্ৰিয়ংকাৰ প্রশংসাত পঞ্চমুখ হৈ পৰিছে। প্ৰিয়ংকাই এই সন্দৰ্ভত কয়, ‘মই ৰাণীৰ বাবে নিৰ্মাণ কৰা ড্ৰেছযোৰ ৰঙা আছিল। কান্ধৰ ওচৰত আছিল পখিলাৰ এটা ডিজাইন। গোটেই পোছাকযোৰতেই গোলাপৰ পাপৰিৰ দৰে ডিজাইন কৰিছো। লগতে আছে এটা বিশেষ ডিজাইনৰ টুপিও। ৰঙা গোলাপ ইংলেণ্ডৰ প্ৰতীক। সেয়ে এই নক্সাত গোলাপ আছে।’

কেৱল পোছাকেই নহয়, ৰাণীয়ে পিন্ধা জোতাও ডিজাইন কৰিছে প্ৰিয়ংকাই। ৰাণীয়ে প্ৰিয়ংকাই ডিজাইন কৰা জোতাযোৰৰো বিশেষ প্ৰশংসা কৰিছে। ৰাজ পৰিয়ালৰ তৰফৰ পৰা প্ৰিয়ংকাক ধন্যবাদ জনাই চিঠিও পঠিয়াইছে। সেই বিশেষ চিঠিত লিখা হৈছে, ‘তুমি অত্যন্ত গুণী শিল্পী। তুমি তৈয়াৰ কৰা পোছাকৰ নক্সা দেখি ৰাণী নথৈ আনন্দিত। সময় লৈ তুমি যি নক্সা তৈয়াৰ কৰিছা তাৰ বাবে তোমাক অশেষ ধন্যবাদ।’

ইপিনে ৰজা তৃতীয় চাৰ্লছৰ পোছাকত শোভা বঢ়াব ‘দ্যা কছমেটিক বাটাৰফ্লাই ব্ৰুছ’য়ে। প্ৰিয়ংকাই এই সন্দৰ্ভত কয়, ‘ বিশ্বব্ৰহ্মাণ্ডত থকা বিভিন্ন ৰঙৰ সমাহাৰ আছে পখিলাৰ আকাৰৰ সেই পিনটোত। সেই পিনটোৱেই ৰজাৰ ব্যক্তিত্বক বিশেষত্ব প্ৰদান কৰিছে। কুইন কনছাৰ্টৰ ব্যক্তিগত সচিবেও প্ৰিয়ংকাক পত্ৰযোগে ধন্যবাদ জনাইছে। মূল অনুষ্ঠানত নহলেও অভিষেকৰ কোনো এক অনুষ্ঠানত ৰজা তৃতীয় চাৰ্লছ আৰু ৰাণী কেমিলাক এই পোছাকত দেখা যাব। ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাজত্বৰ ৭০ বছৰ পূৰ্তি অনুষ্ঠানত ৰাণীৰ বাবে পোছাক আৰু মুকুটৰ নক্সা পঠিয়াইছিল প্ৰিয়ংকাই। ৰাজপৰিয়ালে সেই নক্সা দেখি খুবেই অভিভূতও হৈছিল। সেয়াই আৰম্ভণি। তাৰপাছতেই লণ্ডনৰ ৰাজপৰিয়ালে লগ এৰা নাই প্ৰিয়ংকাৰ।

সো শৰীৰে প্ৰিয়ংকাই লণ্ডন নগ’লেও গাঁৱত থাকিয়েই ৰাজপৰিয়ালৰ বাবে কাপোৰ ডিজাইন কৰিছে প্ৰিয়ংকাই। প্ৰিয়ংকাৰ ঘৰ গাঁৱত হ’লেও চিন্তা কিন্তু আন্তৰ্জাতিক। পিতৃয়ে চৰকাৰী চাকৰি কৰিছিল। বৰ্তমান অৱসৰপ্ৰাপ্ত। মাতৃ গৃহিনী। ভাতৃৰ সৈতে ৪গৰাকী ভাইটী-ভণ্টিৰে মধ্যবিত্ত সংসাৰ। সৰুতেই আঁক-বাক কৰি ভালপোৱা প্ৰিয়ংকাই ডিজাইনিঙত ডিপ্লমা ল’বৰ বাবে অনলাইনযোগে ইটালীৰ মিলানৰ এক সংস্থাৰ অধীনত ফেশ্বন ডিজাইনিঙৰ ক’ৰ্চ কৰে। তাৰপাছতেই আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অনলাইন ক্লাছ লয়। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত ‘চাছটেইনেবল বিজনেছ’ত ডিগ্ৰী লয়।

ৰজাৰ অভিষেক অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰ তালিকাত নাম আছে প্ৰিয়ংকাৰো। শাৰীৰিকভাৱে উপস্থিত থাকিব নোৱাৰিলেও বাকিংহাম পেলেছত ৰজাৰ অভিষেকত ভাৰ্ছুৱেলী যোগ দিব প্ৰিয়ংকাই। কিন্তু পৰিস্থিতি অনুকূল হ’লে কোনো বাধা বিঘিনি নাহিলে সাত সাগৰ তেৰ নদী পাৰ হৈ ৰাজদৰবাৰত উপস্থিত হ’বও পাৰে বুলি প্ৰিয়ংকাৰ আত্মীয়ই প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?
বাণিজ্য

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

March 31, 2026
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!
জীৱনশৈলী

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

March 31, 2026
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান
ভাৰত

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

March 31, 2026
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?
স্বাস্থ্য

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

March 31, 2026
Next Post
এয়াই প্ৰথম নহয়! পূৰ্বৰো কেইবাটাও শিশু নিৰ্যাতনৰ অভিযোগ আছে চিকিৎসক ৱালিউল ইছলামৰ বিৰুদ্ধে, বৰ্তমানো পলাতক ডাঃ সংগীতা দত্ত

এয়াই প্ৰথম নহয়! পূৰ্বৰো কেইবাটাও শিশু নিৰ্যাতনৰ অভিযোগ আছে চিকিৎসক ৱালিউল ইছলামৰ বিৰুদ্ধে, বৰ্তমানো পলাতক ডাঃ সংগীতা দত্ত

পঢ়াই শুনাই যথেষ্ট ভাল ছোৱালী আছিল, কিয় এই ৰাস্তাত ভৰি দিলে যোৰহাটৰ উচ্চশিক্ষিতা যুৱতীগৰাকীয়ে?

পঢ়াই শুনাই যথেষ্ট ভাল ছোৱালী আছিল, কিয় এই ৰাস্তাত ভৰি দিলে যোৰহাটৰ উচ্চশিক্ষিতা যুৱতীগৰাকীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.