• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

1 month ago
চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

8 hours ago
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

8 hours ago
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

9 hours ago
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

11 hours ago
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

11 hours ago
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

12 hours ago
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

13 hours ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

13 hours ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

14 hours ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

15 hours ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

15 hours ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

আনন্দৰ ভাতৃ-ভগ্নীয়ে লাভ কৰিছিল চৰকাৰী চাকৰি

editor by editor
July 21, 2026
in নিয়োগ, বিবিধ, ভাৰত
0
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
0
SHARES
243
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত বি টেক সম্পূৰ্ণ কৰি সমগ্ৰ ৰাজ্যত তৃতীয় স্থান দখল কৰা এগৰাকী অতি মেধাৱী ছাত্ৰ। এই অসাধৰণ সফলতাৰ বাবে ৰাজ্যপালেও যাক সোণৰ পদকেৰে সন্মানিত কৰিছিল। কলেজীয়া জীৱনতো এই ছাত্ৰগৰাকীয়ে সকলো পৰীক্ষাতে লাভ কৰিছিল শীৰ্ষস্থান। কিন্তু ইমান মেধাসম্পন্ন হোৱাৰ পিছতো ৫০বাৰতকৈও অধিক চৰকাৰী চাকৰিৰ বাবে অনুষ্ঠিত প্ৰতিযোগিতামূলক পৰীক্ষাত বহি প্ৰতিবাৰেই ব্যৰ্থ হৈ ভাগি পৰিছিল মেধাৱী ছাত্ৰগৰাকীয়ে। ৫০ বাৰকৈ ব্যৰ্থতাৰে মোকাবিলা কৰি কৰি অৱশেষত মানসিকভাৱে ভাগি পৰি ছাত্ৰগৰাকীয়ে ললে চ*ৰম সিদ্ধান্ত। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰত। কানপুৰৰ গুজৈনী নিৱাসী এই মেধাসম্পন্ন দুৰ্ভগীয়া ছাত্ৰগৰাকীৰ নাম আনন্দ কুমাৰ। আনন্দ কুমাৰে ২০২৪ত PSIT কলেজৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত বি টেক সম্পূৰ্ণ কৰি সমগ্ৰ উত্তৰ প্ৰদেশৰ ভিতৰতে দখল কৰিছিল তৃতীয় স্থান। কেৱল এয়াই নহয় শৈক্ষিক জীৱনত পোৱা এই কৃতকাৰ্যতাৰ বাবে উত্তৰ প্ৰদেশৰ ৰাজ্য়পাল আনন্দীবেন পেটেলৰ পৰাও লাভ কৰিছিল বিশেষ কৃতকাৰ্যতাৰ বঁটা।

৫০ বাৰকৈ লাভ কৰিছিল ব্যৰ্থতা

মৃ*ত্যুৰ সময়ত আনন্দ কুমাৰে এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল যদিও তেওঁৰ লক্ষ্য আছিল চৰকাৰী চাকৰি। সেই সপোন পূৰণৰ বাবে তেওঁ বিগত ৩ বছৰত প্ৰায় ৫০বাৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কিন্তু প্ৰতিবাৰেই ব্যৰ্থ হোৱাৰ ফলত তেওঁ গভীৰ হতাশাত ভুগিবলৈ আৰম্ভ কৰে। অৱশেষত আনন্দ কুমাৰে চ*ৰম পন্থাৰ দৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে। মৃ*ত্যুৰ পূৰ্বে এৰি যোৱা টোকাত তেওঁ লিখিছে—”মই ৫০বাৰ চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰিলোঁ, কিন্তু সফল হ’ব নোৱাৰিলোঁ। পাপা, মোক ক্ষমা কৰিব… ছ’ৰি।”

আনন্দৰ ভাতৃ-ভগ্নীয়ে লাভ কৰিছিল চৰকাৰী চাকৰি

আনন্দৰ জ্যেষ্ঠ ভাতৃ আৰু ভগ্নী বিহাৰত চৰকাৰী শিক্ষক হিচাপে কৰ্মৰত। তেওঁৰ পিতৃ এটা ব্যক্তিগত কোম্পানীৰ অৱসৰপ্ৰাপ্ত চাকৰিয়াল। ঘটনাৰ সময়ত পিতৃ-মাতৃ আৰু আন আত্মীয়সকল জ্যেষ্ঠ পুত্ৰৰ বিৱাহৰ সম্বন্ধ চূড়ান্ত কৰিবলৈ বিহাৰলৈ গৈছিল। পিছদিনা পুৱা ঘৰৰ কাম কৰা মহিলাগৰাকীয়ে বহু সময় ধৰি দুৱাৰত মাতিও কোনো সঁহাৰি নোপোৱাত আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে দুৱাৰ ভাঙি ভিতৰত সোমাই আনন্দৰ মৃ*তদেহ উদ্ধাৰ কৰে। খবৰ পাই পৰিয়ালৰ সদস্যসকল বিহাৰৰ পৰা কানপুৰলৈ উভতি আহে। আনন্দ কুমাৰৰ এই সিদান্তত সমগ্ৰ উত্তৰ প্ৰদেশতে শোকৰ ছাঁ পৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24student sucide
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন
নিয়োগ

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

August 31, 2026
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা
জীৱনশৈলী

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

August 31, 2026
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা
ভাৰত

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

August 31, 2026
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?
জীৱনশৈলী

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

August 31, 2026
Next Post
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.