এটি মৰম লগা দেৱশিশুৰ কাহিনী। শিশুটি আক্ৰান্ত হৈছিল অচিন ৰোগত। ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’ই কৰিলে সহায়। ২ লাখ লোকে আগবঢ়ালে সহায়ৰ হাত। ১৬ কোটি টকীয়া বেজী ল’লে শিশুটিয়ে। ১৬ কোটিৰ বেজীয়ে দিলে নৱ জীৱন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ